Search This Blog

Sunday, August 14, 2022

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese 

Subscribe Our YouTube channel 👉
Learn something New in Assamese

(1) Who was the viceroy of India during the partition of Bengal? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইছৰয় কোন আছিল ?

Answer 👉👉 Lord Curzon 


(2) When was Bengal partitioned ? কিমান চনত বংগ ভংগ কাৰ্যকৰী হৈছিল ?

Answer 👉👉 1905, 16th October

(3) By which act, governor of Bengal became Governor General of Bengal ? কোনখন আইনৰ দ্বাৰা বংগৰ গবৰ্ণৰ গৰাকীক গবৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হৈছিল ?

Answer 👉👉 Regulating Act of 1773


(4) Allahabad Treaty was signed in between ? কাৰ কাৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল ?

Answer 👉👉 Shah Alam and Robert Clive


(5) Allahabad Treaty was signed in the year of? কিমান চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল ?

Answer 👉👉 1765



(6) When was Assam Province created? কিমান চনত অসম প্রদেশ গঠন কৰা হৈছিল ?

Answer 👉👉 1874


(7) How many districts from Brahmaputra Valley were added in the newly created Assam Province ? নতুনকৈ গঠিত অসম প্ৰদেশ খনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমানখন জিলা সংলগ্ন কৰা হৈছিল ?

Answer 👉👉 6



(8) Who was the first Chief Commissioner of Assam Province? অসম প্রদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত কোন আছিল ?

Answer 👉👉 R H Keatings



(9) British annexed the Brahmaputra Valley or the then Assam Province into the Indian British Empire in the year of? ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ লগত সংলগ্ন কৰিছিল ?

Answer 👉👉 1826


(10) When did British annexed Khasi Pahar ? ব্ৰিটিছে কিমান চনত খাচী পাহাৰ দখল কৰিছিল ?

Answer 👉👉 1833

(11) When did British annexed Cachar ? ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল ?

Answer 👉👉 1832



(12) When did British annexed Jaintia Hills ? ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল ?

Answer 👉👉 1835



(13) When did British annexed the province of Motok and Sadiya ? ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল ?

Answer 👉👉 1839



(14). When did British annexed the province of Khamti ? ব্ৰিটিছে খামতি ৰাজ্য কেতিয়া দখল কৰিছিল ?

Answer 👉👉 1843

(15). When did British annexed the province of Singfoo? ব্ৰিটিছে কেতিয়া চিংফৌ ৰাজ্য দখল কৰিছিল ?

Answer 👉👉 1843

(16) When did British annexed the area of Angami Naga Hills? ব্ৰিটিছে কিমান চনত আঙ্গামী সকলৰ নগা পাহাৰ এলেকা নিজৰ লগত চামিল কৰিছিল ?

Answer 👉👉 1854

(17) Who was the first Governor General of Bengal ? বংগৰ প্ৰথমগৰাকী গবৰ্ণৰ জেনেৰেল কোন আছিল ?

Answer 👉👉 Warren Hastings


(18) The lieutenant governor of Bengal at the time of partition of Bengal was ? বংগ ভংগৰ সময়ত বংগৰ লেফটানেন্ট গৱৰ্ণৰ কোন আছিল ?

Answer 👉👉 Andrew Fraser



(19) Who prepared the Bengal Partition Plan ? বংগ ভংগৰ আচঁনিখন কোনে তৈয়াৰ কৰি উলিয়াইছিল ?

Answer 👉👉 Andrew Fraser



(20) How many divisions were separated from Bengal and added to Assam Province ? বংগ প্ৰদেশৰ পৰা কিমানটা সংমণ্ডল কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল ?

Answer 👉👉 3



(21) What is Risley Paper? ৰিজলী পেপাৰ কি ?

Answer 👉👉 Plan of Partition of Bengal 

(22) What was the capital of Eastern Bengal and Assam ? পূর্ব বংগ আৰু অসমৰ ৰাজধানী কি আছিল ?

Answer 👉👉 Dhaka



(23) How many districts were separated from Bengal and added to Assam Province ? বংগ প্ৰদেশৰ পৰা কিমানখন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল ?

Answer 👉👉 15

(24) What was the total population of newly created Eastern Bengal and Assam Province? নতুনকৈ গঠিত পূর্ব বংগ আৰু অসম প্ৰদেশৰ জনসংখ্যা কিমান আছিল ?

Answer 👉👉 3 crore 10 lakh

(25) Who was the founder of Dawn Society? ডন ছ' চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল ?

Answer 👉👉 Aurobindo Ghose 

Subscribe Our YouTube channel 👉
Learn something New in Assamese




YouTube 👉 Learn something New in Assamese 

(26) Who started Bengal Chemicals in 1906 ? 
                ১৯০৬ চনত কোনে বেংগল কেমিকেলছ নামৰ উদ্যোগটো মুকলি কৰিছিল ?

Answer 👉👉 Prafulla Ray

(27) Who passed the Indian university act 1904 ? 
              ১৯০৪ চনত ভাৰতীয় বিশ্ববিদ্যালয় আইন কোনে প্রণয়ন কৰিছিল ?
Answer 👉👉 Lord Curzon

(28) Who established Banga Jatiya Vidyalaya ? বংগ জাতীয় বিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল ?

Answer 👉👉 Rabindranath Tagore 

(29) Who founded the Lakshi Bhandar at Cornwallis Street ? কৰ্ণৱালিছ উটিত কোনে লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল ?

Answer 👉👉 Sarala Devi


(30) When and Where was the first protest meeting held against the partition of Bengal ? বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা কেতিয়া ক'ত অনুষ্ঠিত হৈছিল ?

Answer 👉👉 Khulna (Bagerbari) on 14th July, 1905

(31) Who wrote the song "Hey Banga Janani, Swarna Prasabini..." ? " হে বংগ জননী, স্বর্ণ প্রসবিনী..... শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল ?

Answer 👉👉 Mukunda Das

(32) During the Swadeshi Movement "Student Union" was formed under the leadership of ? স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্র সংসদ গঠন কৰা হৈছিল ?

Answer 👉👉 Surendranath Banerjee

(33) Who was the editor of "Bengali" ? "বেঙ্গলী" কাকতৰ সম্পাদক কোন আছিল ?

Answer 👉👉 Surendranath Banerjee 

(34) Who wrote the song 'Amar Sonar Bangla Ami Tomake Bhal Basi" ? "আমাৰ সোনাৰ বাংলা" শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল ?

Answer 👉👉 Rabindranath Tagore


(35) Who was the first principal of Bengal National College ? বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল ?

Answer 👉👉 Aurobindo Ghose


(36) Who established the famous Iron Factory in 1907 ? ১৯০৭ চনত কোনে বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল ?

Answer 👉👉 Jamshedji Tata 


(37) Who wrote the article "Bangar Sarbanash" ? বংগৰ সর্বনাশ শীর্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল ?

Answer 👉👉 Krishna Kumar Mitra


(38) The first Indian industrial summit held on 17th December 1905 in Varanasi under the chairmanship of ? ১৯০৫ চনৰ ১৭ ডিচেম্বৰ তাৰিখে বাৰানসীত কাৰ অধ্যক্ষতাত প্ৰথমখন ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হৈছিল ?

Answer 👉👉 RC Dutta

(39) When was All India Muslim League established? কিমান চনত সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছিল ?

Answer 👉👉 30th December 1906

(40) Who wrote the article "Bhai Bhai Ek Thai"? ভাই এক ঠাই শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল ?

Answer 👉👉 Rabindranath Tagore

(41) Under whose leadership "Bangia Kala Sangsad" was established? কাৰ প্ৰচেষ্টাত বঙ্গীয় কলা সংসদ গঠন কৰা হৈছিল ?

Answer 👉👉 Abanindranath Thakur 


(42) Who was the painter of the famous painting "Banga Mata" ? বংগ মাতা ছবিখন কোনে অংকন কৰিছিল ?

Answer 👉👉 Abanindranath Thakur


(43) National Education Council was formed in 1906 under the leadership of ? ১৯০৬ চনত কোনে জাতীয় শিক্ষা পৰিষদ গঠন কৰিছিল ?

Answer 👉👉 Rash Behari Bose

(44) When was Bengal National College established ?

Answer 👉👉 15th August, 1906


(45) Who was the editor of the Bengali magazine "Bharati Patrika" ? ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদনা কৰিছিল ?

Answer 👉👉 Sarala Devi Choudhurini


(46) What was the real name of Sister Nibedita or Bhagini Nibedita? ভগিনী নিবেদিতাৰ আচল নাম কি আছিল ?

Answer 👉👉 Margaret Elizabeth Noble 


(47) Who founded Swadeshi Bhandar in 1897 ? ১৮৯৭ চনত কোনে স্বদেশী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল ?

Answer 👉👉 Rabindranath Tagore 


(48) Who launched the journal "Sanjibani" ? সঞ্জীৱনী পত্রিকা কোনে প্রকাশ কৰিছিল ?

Answer 👉👉 Krishna Kumar Mitra 



(49) Who established United Bengal Stores at Lal Bazar ? লাল বজাৰত ইউনাইটেড বেংগল ষ্টোৰছ কোনে প্রতিষ্ঠা
কৰিছিল ?

Answer 👉👉 Abdul Halim Gajnabi


(50) Who established Banga Lakshi Cotton Mill ? বংগলক্ষী কটন মিল কোনে স্থাপন কৰিছিল ?

Answer 👉👉 Nilratan Sarkar

Saturday, July 30, 2022

১০৫ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ, GK. Assamese GK 2022. Assamese General knowledge for Competitive Exams. Gauhati University Assam

GK. Assamese GK 2022. Assamese General knowledge for Competitive Exams. Gauhati University Assam

                   YouTube 👇👇
                         click কৰা



💕 (১) Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?
👉👉 ১৯৯৮

💕 (২) অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?
👉👉 ১৮৬৭ চনত 

💕 (৩) বৰ্তমান অসমৰ মহকুমা কেইটা আছে ? 
👉👉 ৭৮ টা 🛑 ❌

💕 (৪) 'স্বৰ্গ নাৰায়ণ' উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?
👉👉 চুহুংমুং

💕 (৫) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৪ ফেব্ৰুৱাৰী তাৰিখে 

💕 (৬) আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
👉👉 ১৬৬৯ চনত 

💕 (৭) অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে ?
👉👉 যোৰহাটত আছে ।

💕 (৮) কোনখন মহাসাগৰত' বাৰ্মুদ্ৰা ত্ৰিভূজ' অৱস্থিত ?
👉👉 ভাৰত মহাসাগৰ 

💕 (৯) হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
👉👉 ৬৪০ খ্ৰীষ্টাব্দত 

💕 (১০) ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক'ত হৈছিল ?
👉👉 কলিকতাত 

💕 (১১) মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?
👉👉 কৌবাং 

💕 (১২) প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
👉👉 ১১৯১ চনত 

💕 (১৩) 'বিলাতৰ চিঠি' নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
👉👉 জ্ঞানদাভিৰাম বৰুৱা 

💕 (১৪) ক'লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
👉👉 ৩০ অক্টোবৰ তাৰিখে ।

💕 (১৫) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
👉👉 চীন 

💕 (১৬) অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
👉👉 ৪ টা ভাগত 

💕 (১৭) গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
👉👉 কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে 

💕 (১৮) আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
👉👉 ডাবলিন 

💕 (১৯) হৰ্ষ চৰিত পুথিখন কোনে ৰচনা কৰিছিল ?
👉👉 বাণভট্ট 

💕 (২০) সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?
👉👉 ঘেঁহু

💕 (২১) 'ইয়ং ইণ্ডিয়া' গ্ৰন্থখনৰ লেখক কোন ?
👉👉 মহাত্মা গান্ধী 

💕 (২২) বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?
👉👉 ভগবান বিষ্ণু 

💕 (২৩) কাছাৰৰ প্ৰাচীন নাম কি আছিল ?
👉👉 হিৰিম্বা

💕 (২৪) কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
👉👉 ৰঘূদেৱ 

💕 (২৫) দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
👉👉 ১৯৩১ চনত 

💕 (২৬) অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
👉👉 ২ খন

💕 (২৭) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৫ জানুৱাৰী 

💕 (২৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?
👉👉 বৰাইল 

💕 (২৯) মহীশূৰৰ নতুন নাম কি ?
👉👉 কৰ্ণাটক 

💕 (৩০) বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?
👉👉 জয়মতী কুঁৱৰী

💕 (৩১) অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
👉👉 ১৮৭২ চনত 

💕 (৩২) GST কেইপ্ৰকাৰৰ হয় ?
👉👉 ৪ প্ৰকাৰৰ 

💕 (৩৩) কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল ?
👉👉 হেনৰী কটন আছিল 

💕 (৩৪) অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ?
👉👉 স্বৰ্গনাৰায়ণ 

💕 (৩৫) কেবিনেট মিশ্যন ভাৰতলৈ কেতিয়া আহিছিল ?
👉👉 ১৯৪৬ চনত 

💕 (৩৬) ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে ?
👉👉 ২০১৭ চনত 

💕 (৩৭) 'দেওলাংখুই' ৰ ৰচক কোন ?
👉👉 ৰীতা চৌধুৰী 

💕 (৩৮) কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল ?
👉👉 গদাধৰ সিংহৰ দিনত ।

💕 (৩৯) চুকাফাই ক'ৰ পৰা আহিছিল ?
👉👉 চীন

💕 (৪০) সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৭ মাৰ্চ তাৰিখে । 

💕 (৪১) অসমীয়া সংস্কৃতিৰ মূল ভেটি কি ?
👉👉 সমন্বয় 

💕 (৪২) কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই ?
👉👉 বুধ গ্ৰহৰ 

💕 (৪৩) আহোম সকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায় ?
👉👉 চকলং 

💕 (৪৪) 'নামঘোষা' কোনে লিখিছিল ?
👉👉 শ্ৰী শ্ৰী মাধৱদেৱ 

💕 (৪৫) 'প্ৰেম আৰু ৰদালিৰ' কবি বুলি কাক জনা যায় ?
👉👉 হীৰেণ ভট্টাচাৰ্য 

💕 (৪৬) গদাধৰ সিংহৰ আহোম নাটটো কি ?
👉👉 চুপাটফা 

💕 (৪৭) ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে ?
👉👉 ১৮৩৭ চনত 

💕 (৪৮) Discovery of Assam' গ্ৰন্থখনৰ লেখক কোন ?
👉👉 সতীশচন্দ্ৰ কাকতি 

💕 (৪৯) নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল ?
👉👉 ৰুদ্ৰ সিংহই 

💕 (৫০) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ' উপাধি প্ৰদান কৰিছিল ?
👉👉 অসম সাহিত্য সভাই 

💕 (৫১) 'চান্দুবি' উৎসৱ পালন কোনে কৰে ?
👉👉 ৰাভা 

💕 (৫২) বিত্তীয় আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে ?
👉👉 ৰাষ্ট্ৰপতিয়ে 

💕 (৫৩) আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল ?
👉👉 গড়গাঁও 

💕 (৫৪) এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে ?
👉👉 লোকসভা অধ্যক্ষই 

💕 (৫৫) কলিকতাত কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল ?
👉👉 ১৮৭২ চনত 

💕 (৫৬) জাতীয় শিক্ষা নীতি ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল ?
👉👉 ৰাজীৱ গান্ধী 

💕 (৫৭) ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ?
👉👉 ৰাষ্ট্ৰপতি 

💕 (৫৮) বেজবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল ?
👉👉 ৰুদ্ৰ সিংহই 

💕 (৫৯) অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় ?
👉👉 মহগড়ৰ ৰণ 

💕 (৬০) স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
👉👉 ৰাজেন্দ্ৰ প্ৰসাদ 

💕 (৬১) চুকাফাই লগত কিমান মানুহ আনিছিল ?
👉👉 ৯০০০ 

💕 (৬২) কোচ বিহাৰৰ প্ৰথম ৰজা কোন আছিল ?
👉👉 লক্ষ্মী নাৰায়ণ

💕 (৬৩) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?
👉👉 ৫ বছৰ 

💕 (৬৪) পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল ?
👉👉 হাতী

💕 (৬৫) সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?
👉👉 চডিয়াম ক্ল'ৰাইড

💕 (৬৬) উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অবতৰণ কৰা হৈছিল ?
👉👉 যোৰহাট 

💕 (৬৭) ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ?
👉👉 ২০০৮ চনত 

💕 (৬৮) ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ?
👉👉 ৰাষ্ট্ৰপতি 

💕 (৬৯) মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান ?
👉👉 ১৪ ডাল হাড় 

💕 (৭০) ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ?
👉👉 আৰাৱলী 

💕 (৭১) অসমৰ' চাহৰ চহৰ' বুলি কোনখন চহৰক কোৱা হয় ?
👉👉 ডিব্ৰুগড় চহৰক 

💕 (৭২) বিশুদ্ধ খোৱাপানীৰ ph মান কিমান ?
👉👉 ৭ 

💕 (৭৩) শঙ্কৰদেৱে বৰগীত সমূহ কি ভাষাত লিখিছিল ?
👉👉 ব্ৰজাৱলী ভাষাত 

💕 (৭৪) প্ৰথম ভাৰতীয় উপগ্ৰহ (আৰ্যভট্য) কিমান চনত নিক্ষেপ কৰা হৈছিল ?
👉👉 ১৯৭৫ চনত 

💕 (৭৫) ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?
👉👉 ১৪৯৮ চনত 

💕 (৭৬) ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক ?
👉👉 কেৰালা

💕 (৭৭) হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান ?
👉👉 ১৮ টা 

💕 (৭৮) 'প্ৰান্তিক' আলোচনীৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন আছিল ?
👉👉 ভবেন্দ্ৰনাথ শইকীয়া 

💕 (৭৯) এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো ?
👉👉 জয়সাগৰ পুখুৰী 

💕 (৮০) এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন ?
👉👉 মুখ্যমন্ত্ৰী 

💕 (৮১) 'অলকানন্দা' কবিতা সংকলন খনৰ ৰচক কোন ?
👉👉 নলিনীৱালা দেৱী 

💕 (৮২) ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় ?
👉👉 উচ্চতম ন‍্যায়ালয় 

💕 (৮৩) প্ৰথম অসমীয়া চনেটৰ লিখক কোন ?
👉👉 হেমচন্দ্ৰ গোস্বামী

💕 (৮৪) নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে ?
👉👉 হাওঁফাঁও 

💕 (৮৫) ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অ কংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল ?
👉👉 কেৰেলা

💕 (৮৬) পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় ?
👉👉 ভাৰতৰ মৌচিনৰাম 

💕 (৮৭) প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যাক চলচিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি ?
👉👉 ভাৰত 

💕 (৮৮) অসমৰ 'গীতিকবি' বুলি কাক আখ্যা দিয়া হয় ?
👉👉 পাৰ্বতী প্ৰসাদ বৰুৱা 

💕 (৮৯) পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম কি ?
👉👉 আফ্ৰিকা

💕 (৯০) পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানী কৰা দেশখনৰ নাম কি ?
👉👉 স্পেইন 

💕 (৯১) কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰী লংকাক পৃথক কৰিছে ?
👉👉 পক প্ৰণালী 

💕 (৯২) বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় ?
👉👉 ১৯৫২ চন 

💕 (৯৪) এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ নূন‍্যতম বয়স কিমান লাগে ?
👉👉 ৩৫ বছৰ 

💕 (৯৫) আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি ?
👉👉 সূৰ্য

💕 (৯৬) শ্বিলং কোনখন
 পাহাৰত অৱস্থিত ?
👉👉 খাছী পাহাৰ

💕 (৯৭) সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যাক উপগ্ৰহ আছে ?
👉👉 শনি 

💕 (৯৮) সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি ?
👉👉 কেৰেলা

💕 (৯৯) হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ?
👉👉 ৭৬ বছৰ 

💕 (১০০) অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয় ?
👉👉 চুটিমফা 

💕 (১০১) ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি ?
👉👉 ৰুক্মিণী 

💕 (১০২) অসমত শালি ধানৰ খেতি প্ৰৱৰ্তন কোনে কৰিছিল ?
👉👉 আহোম সকলে

💕 (১০৩) শৰতৰ কবি কোন ?
👉👉 পাৰ্বতী প্ৰসাদ বৰুৱা 

💕 (১০৪) ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ?
👉👉 তিনিখন 

💕 (১০৫) অসম ছাত্ৰ সন্মিলনী গঠন কোন চনত হৈছিল ?
👉👉 ১৯১৬ চনত

Thursday, July 28, 2022

DHS Preivious year solved questions paper. DHS Grade 4 Previous year Solved Question Paper Discuss # dhsassam # assamcompetitiveexam # assamgk

DHS Preivious year solved questions paper. DHS Grade 4 Previous year Solved Question Paper Discuss # dhsassam # assamcompetitiveexam # assamgk
👇👇👇👇👇👇👇👇👇👇👇👇👇👇
                 YouTube 👉YouTube



💕 (30) A Supreme Court Judge can be removed by ? 
💟 উচ্চতম ন‍্যায়ালয়ৰ এজন ন‍্যায়াধীশক পদচ‍্যুত কৰিব পাৰে - 
👉 (A) Prime Minister of India ➡️ভাৰতৰ প্ৰধানমন্ত্ৰী 
👉 (B) The Chief Justice of India ➡️ ভাৰতৰ মুখ্য ন‍্যায়াধীশে
👉 (C) The Speaker of Lok sabha ➡️লোকসভাৰ অধ্যক্ষই 
👉 (D) The president of India after impeachment ➡️মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 
উত্তৰ👉👉 ☑️ (D) The president of India after impeachment ➡️মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 


💕 (31) In the National Flag of India, the Ashok's Chakra has ? 
💟 ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোকচক্ৰত আছে ?
👉 (A) 24 Spokes in black colour ➡️ক'লা ৰঙৰ ২৪ ডাল দণ্ড আছে ।
👉 (B)16 Spokes in black colour ➡️ ক'লা ৰঙৰ ১৬ ডাল দণ্ড আছে ।       
👉 (C) 24 Spokes in blue colour ➡️ নীলা ৰঙৰ ২৪ ডাল দণ্ড আছে ।
👉 (D) 16 Spokes in blue colour ➡️ নীলা ৰঙৰ ১৬ ডাল দণ্ড আছে ।
উত্তৰ👉👉 ☑️ (C) 24 Spokes in blue colour ➡️ নীলা ৰঙৰ ২৪ ডাল দণ্ড আছে ।


💕 (32) Fundamental Duties were incorporated in Indian Constitution in the year ? 
💟 ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিবিষ্ট কৰা হৈছে ? 
👉 (A) 1950 ➡️১৯৫০
👉 (B) 1952 ➡️১৯৫২       
👉 (C) 1976 ➡️১৯৭৬
👉 (D) 1971 ➡️ ১৯৭১
উত্তৰ👉👉 ☑️ (C) 1976 ➡️১৯৭৬


💕 (33) "India's Soul lives in villages" was said by ? 
💟 'ভাৰতৰ আত্মা গাঁৱতেই বাস কৰে' কথাষাৰ কৈছিল ? 
👉 (A) Vinoba ➡️ বিনোৱা ভাবে
👉 (B) Jayprakash Narayan ➡️জয় প্ৰকাশ নাৰায়ণ        
👉 (C) Jawaharlal Nehru ➡️জৱাহৰলাল নেহৰু
👉 (D) Mahatma Gandhi ➡️মহাত্মা গান্ধী
উত্তৰ👉👉 ☑️ (D) Mahatma Gandhi ➡️মহাত্মা গান্ধী


💕 (34) The president of India addresses both Houses of parliament assembled together at the commencement of ? 
💟 ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনৰ সভা একেলগে ? 
👉 (A) Each year
➡️প্ৰত্যেক বছৰে 
👉 (B) After each General Election to the Lok Sabha ➡️লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত        
👉 (C) Both (A) and (B) 
➡️(A) আৰু (B) দুয়োটা
👉 (D) Neither (A) nor (B) ➡️(A) আৰু (B) দুয়োটা নহয়
উত্তৰ👉👉 ☑️ (C) Both (A) and (B) 
➡️(A) আৰু (B) দুয়োটা


💕 (35) The Constitution of India describe India as a ? 
💟 ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কৰে ? 
👉 (A) Confederation ➡️ পৰিসংঘ
👉 (B) Federation ➡️ সংঘ         
👉 (C) Union of States ➡️ৰাজ্যৰ সংঘ
👉 (D) None of these ➡️ এটাও নহয় 
উত্তৰ👉👉 ☑️ (C) Union of States ➡️ৰাজ্যৰ সংঘ


💕 (36) which Fundamental Right was described by Dr. B.R Ambedkar as the "heart and soul" of the constitution ? 
💟 ভাৰতৰ সংবিধানৰ কোনটো মৌলিক অধিকাৰক ড° বি আৰ আম্বেদকাৰে 'হৃদয় আৰু আত্মা' বুলি কৈছে ? 
👉 (A) Right to Religion ➡️ ধৰ্মৰ অধিকাৰ
👉 (B) Right to Education ➡️শিক্ষাৰ অধিকাৰ        
👉 (C) Right to Property ➡️সম্পত্তিৰ অধিকাৰ 
👉 (D) Right to Constitutional Remedies ➡️সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰ 
উত্তৰ👉👉 ☑️ (D) Right to Constitutional Remedies ➡️সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰ 


💕 (37) How many members can be nominated to the Lok Sabha by the president of India ? 
💟 লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনিত কৰে ? 
👉 (A) 2 ➡️ ২
👉 (B) 12 ➡️ ১২       
👉 (C) 14 ➡️১৪
👉 (D) 7 ➡️৭ 
উত্তৰ👉👉 ☑️ (A) 2 ➡️ ২

💕 (38) What are the total no. Of seats reserved for SC and ST in Lok Sabha ? 
💟 লোকসভাত কিমান খন আসন এচ চি আৰু এচ টিৰ বাবে সংৰক্ষণ কৰা আছে ? 
👉 (A) 69 and 30 ➡️ ৬৯ আৰু ৩০
👉 (B) 79 and 40 ➡️৭৯ আৰু ৪০        
👉 (C) 89 and 50 ➡️৮৯ আৰু ৫০
👉 (D) Varies after every General Election ➡️প্ৰতি সাধাৰণ নিৰ্বাচনক পিছত পৰিৱৰ্তিত হয় । 
উত্তৰ👉👉 ☑️ (C) 89 and 50 ➡️৮৯ আৰু ৫০


💕 (39) Vice-president of India is the head of - 
💟 ভাৰতৰ উপ ৰাষ্ট্ৰপতি মুৰব্বী হয় - 
👉 (A) Lok Sabha ➡️ লোকসভা
👉 (B) Rajya sabha ➡️ৰাজ্যসভা        
👉 (C) Vidhan sabha ➡️বিধানসভা
👉 (D) Parliament ➡️সংসদ
উত্তৰ👉👉 ☑️ (B) Rajya sabha ➡️ৰাজ্যসভা        


💕 (40) International Date line refers to ? 
💟 আন্তৰ্জাতিক তাৰিখ ৰেখাই সূচায় ? 
👉 (A) 0° Longitude ➡️(A) 0° Longitude 
👉 (B) 90° E Longitude ➡️ (B) 90° E Longitude       
👉 (C) Equator ➡️(C) Equator
👉 (D) 180° Longitude ➡️ (D) 180° Longitude
উত্তৰ👉👉 ☑️ D) 180° Longitude ➡️ (D) 180° Longitude


💕 (41) The Planet nearest to Sun is ? 
💟 সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো ? 
👉 (A) Earth ➡️ পৃথিৱী
👉 (B) Mars ➡️মংগল        
👉 (C) Mercury ➡️বুধ
👉 (D) Venus ➡️ শুক্ৰ
উত্তৰ👉👉 ☑️ (C) Mercury ➡️বুধ


💕 (42) Which Planet emits green light ? 
💟 কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয় ? 
👉 (A) Jupiter ➡️ বৃহস্পতি
👉 (B) Uranus ➡️ইউৰেনাছ        
👉 (C) Venus ➡️শুক্ৰ
👉 (D) Neptune ➡️ নেপচুন
উত্তৰ👉👉 (B) Uranus ➡️ইউৰেনাছ     

💕 (43) "Territorial Water" means ? 
💟 "Territorial Water" মানে ? 
👉 (A) The water found in a Country in from of rivers and lakes etc. ➡️ (A) এখন দেশলৈ নদী, হ্ৰদ আদিৰ পৰা পোৱা পানী
👉 (B) The water which is supplied to other Countries ➡️ আন দেশ সৰবৰাহ কৰা পানী        
👉 (C) Water of sea located close to the coast of a country ➡️এখন দেশৰ কাষৰীয়া সাগৰৰ পানী
👉 (D) Water secured from other Countries ➡️আন দেশৰ পৰা সংৰক্ষিত পানী
উত্তৰ👉👉 (C) Water of sea located close to the coast of a country ➡️এখন দেশৰ কাষৰীয়া সাগৰৰ পানী


💕 (44) Dilwara Temples are in ? 
💟 দিলৱাৰা মন্দিৰ অৱস্থিত ? 
👉 (A) Indore ➡️ইন্দোৰ
👉 (B) Mt. Abu ➡️মাউন্ট আবু        
👉 (C) Somnath ➡️সোমনাথ 
👉 (D) Dwarka ➡️দ্বাৰকা 
উত্তৰ👉👉 ☑️ (B) Mt. Abu ➡️মাউন্ট আবু (ৰাজস্থানৰ)
 


💕 (45) "Ring of Fire" means ? 
💟 "Ring of Fire" ৰ অৰ্থ ? 
👉 (A) Circum-pacific belt ➡️চাৰকাম পেচিফিক বেল্ট 
👉 (B) Mid-Continental belt ➡️মধ্য উপমহাদেশীয় বেল্ট        
👉 (C) Indian Ocean belt ➡️ভাৰতীয় মহাসাগৰীয় বেল্ট
👉 (D) Atlantic Ocean belt ➡️আটলাণ্টিক মহাসাগৰীয় বেল্ট  
উত্তৰ👉👉 ☑️ (A) Circum-pacific belt ➡️চাৰকাম পেচিফিক বেল্ট


💕 (46) Lord Buddha's original name was ? 
💟 ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল ? 
👉 (A) Dushyant ➡️ দুষ‍্যন্ত
👉 (B) Siddharth ➡️সিদ্ধাৰ্থ         
👉 (C) Samara ➡️ সমৰ
👉 (D) Siddhant ➡️ সিদ্ধান্ত
উত্তৰ👉👉 ☑️ (B) Siddharth ➡️সিদ্ধাৰ্থ  


💕 (47) Scurvy is caused by deficiency of - ? 
💟 তলৰ কোনটো ভিটামিনৰ অভাৱত Scurvy ৰোগটো হয় ? 
👉 (A) Vitamin-A➡️ভিটামিন-A
👉 (B) Vitamin-B➡️ভিটামিন-B        
👉 (C) Vitamin-C➡️ভিটামিন-C
👉 (D) Vitamin-D➡️ভিটামিন-D
উত্তৰ👉👉 ☑️ (C) Vitamin-C➡️ভিটামিন-C


💕 (48) Most of the oxygen transported by the blood is ? 
💟 তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হৈ ? 
👉 (A) Dissolved in plasma ➡️প্লাজমাত দ্ৰবীভূত হয় 
👉 (B) Dissolved in water ➡️ পানীত দ্ৰৱীভূত হয়       
👉 (C) Bound to Haemoglobin ➡️হিম'গ্লবিনত সংযুক্ত হয়
👉 (D) lonic form as solute in plasma ➡️আয়নিক ফৰ্ম হিচাপে প্লাজমতাত মিলিত হয় ।
উত্তৰ👉👉 ☑️ (C) Bound to Haemoglobin ➡️হিম'গ্লবিনত সংযুক্ত হয়


💕 (49) Isotopes are atoms of the same element that have different ? 
💟 Isotopes হৈছে একে উপদানৰ গঠিত পৰমাণু যিবোৰ আছে বিভিন্ন ? 
👉 (A) Number of Neutrons ➡️ নিউট্ৰনৰ সংখ্যা
👉 (B) Number of Electrons ➡️ইলেকট্ৰনৰ সংখ্যা        
👉 (C) Number of protons ➡️প্ৰ'টনৰ সংখ্যা
👉 (D) Atomic number ➡️পাৰমাণৱিক সংখ্যা 
উত্তৰ👉👉 ☑️ (A) Number of Neutrons ➡️ নিউট্ৰনৰ সংখ্যা


💕 (50) Genes are described best by ? 
💟 জীনৰ উৎকৃষ্ট বৰ্ণনা হৈছে ? 
👉 (A) Long, single chains of amino acids ➡️দীঘল, এডাল এমিন' এচিডৰ শৃংখল  
👉 (B) Long, Double chains of amino acids ➡️দীঘল, দুডাল এমিন' এচিডৰ শৃংখল        
👉 (C) Long, single chains of Nucleic acids ➡️দীঘল, এডাল দীৰ্ঘ নিউক্লিয় এচিডৰ শৃংখল 
👉 (D) Long, Double chains of Nucleic acids ➡️দীঘল, দুডাল নিউক্লিয় এচিডৰ শৃংখল  
উত্তৰ👉👉 ☑️ (B) Long, Double chains of amino acids ➡️দীঘল, দুডাল এমিন' এচিডৰ শৃংখল


💕 (51) Who said "Man is a political animal" ? 
💟 মানুহ ৰাজনৈতিক প্ৰাণী "বুলি কোনে কৈছিল" ? 
👉 (A) Socrates ➡️চক্ৰটিছ
👉 (B) Plato➡️প্লেটো         
👉 (C) Dante ➡️ডাণ্টে
👉 (D) Aristotle ➡️এৰিষ্টটল 
উত্তৰ👉👉 ☑️ (D) Aristotle ➡️এৰিষ্টটল 


💕 (52) "Sishu" is the literary work of ? 
💟 "শিশু" সাহিত্যিক কৃতী হয় ? 
👉 (A) Vikram Seth ➡️বিক্ৰম শেঠ 
👉 (B) Jawaharlal Nehru ➡️জৱাহৰলাল নেহৰু         
👉 (C) Rabindranath Tagore ➡️ৰবীন্দ্ৰ নাথ ঠাকুৰ
👉 (D) ➡️অৰুন্ধুতি ৰয়
উত্তৰ👉👉 ☑️ (C) Rabindranath Tagore ➡️ৰবীন্দ্ৰ নাথ ঠাকুৰ


💕 (53) The Autobiography "Living History" has been authored by ? 
💟 "Living History নামৰ আত্মজীৱনীৰ লেখক হ'ল ? ? 
👉 (A) Margaret Thatcher ➡️মাৰ্গোৰেট থেচাৰ  
👉 (B) Benazir Bhutto ➡️বেনজিৰ ভুট্টো        
👉 (C) Monica Lewinsky ➡️মণিকা লিউনক্সি
👉 (D) Hillary Clinton ➡️হিলাৰি ক্লিনটন 
উত্তৰ👉👉 ☑️ (D) Hillary Clinton ➡️হিলাৰি ক্লিনটন 


💕 (54) Indian Economy is ? 
💟 ভাৰতীয় অৰ্থনীতি হ'ল ? 
👉 (A) Capitalist ➡️পুঁজিবাদী 
👉 (B) Socialistic ➡️সমাজবাদী       
👉 (C) Mixed ➡️মিশ্ৰ
👉 (D) Federal ➡️ফেডাৰেল 
উত্তৰ👉👉 ☑️ (C) Mixed ➡️মিশ্ৰ


💕 (55) The National Stock Exchange is located at ? 
💟 National Stock Exchange' ক'ত অৱস্থিত ? 
👉 (A) Gurugram ➡️গুৰুগ্ৰাম
👉 (B) Mumbai ➡️মুম্বাই       
👉 (C) Kolkata ➡️কলকাতা
👉 (D) Chennai ➡️চেন্নাই 
উত্তৰ👉👉 ☑️ (B) Mumbai ➡️মুম্বাই     


💕 (56) Which was the first Assamese language Magazine ? 
💟 অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন ? 
👉 (A) Chitra Chinta ➡️ চিত্ৰ চিন্তা
👉 (B) Roopkar ➡️ৰূপকাৰ        
👉 (C) Orunodoi ➡️অৰুণোদয় 
👉 (D) Jonaki ➡️জোনাকী 
উত্তৰ👉👉 ☑️ (D) Jonaki ➡️জোনাকী 


💕 (57) Who was known as Maharajdhiraja ? 
💟 মহাৰাজা ধিৰাজ বুলি কাক কোৱা হয় ? 
👉 (A) Bhaskar Varman ➡️ভাস্কৰ বৰ্মন 
👉 (B) Samudra Varman ➡️সমুদ্ৰ বৰ্মন        
👉 (C) Pushya Varman ➡️পুষ্য বৰ্মন
👉 (D) None of these ➡️ইয়াৰে এজনো নহয়
উত্তৰ👉👉 ☑️ (C) Pushya Varman ➡️পুষ্য বৰ্মন


💕 (58) Where will you find "Golden Langur" ? 
💟 "সোণালী বান্দৰ" ক'ত পোৱা যায় ? 
👉 (A) Pabitora ➡️পৱিতৰা
👉 (B) Laokhowa ➡️লাওখোৱা        
👉 (C) Chakrashila ➡️চক্ৰশিলা
👉 (D) Panidihing ➡️পানিদিহিং 
উত্তৰ👉👉 ☑️ (C) Chakrashila ➡️চক্ৰশিলা


💕 (59) The shape of coins during Ahom Kingdom was ? 
💟 আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতি আছিল ? 
👉 (A) Circular➡️বৃত্তাকাৰ
👉 (B) Rectangular ➡️আয়তাকাৰ         
👉 (C) Square ➡️বৰ্গকাৰ
👉 (D) Octagonal ➡️অষ্টভূজাকৃতি 
উত্তৰ👉👉 ☑️ (D) Octagonal ➡️অষ্টভূজাকৃতি 


💕 (60) Assam sends ---- MPs to Rajya Sabha.
💟 ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা ? 
👉 (A) 6 ➡️ ৬
👉 (B) 12 ➡️১২      
👉 (C) 14 ➡️১৪
👉 (D) 7 ➡️ ৭
উত্তৰ👉👉 ☑️ (D) 7 ➡️ ৭


💕 (61) "Ek Saran Naam Dharma" was established by Srimanta Sankardev during which king's time ? 
💟 কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে "এক শৰণ নাম ধৰ্ম" প্ৰতিষ্ঠা কৰিছিল ? 
👉 (A) Chilarai ➡️চিলাৰায় 
👉 (B) Naranarayan ➡️নৰণাৰায়ণ        
👉 (C) Bhaskar varman ➡️ভাস্কৰ বৰ্মন
👉 (D) Vishwa Singha ➡️বিশ্ব সিংহ 
উত্তৰ👉👉 ☑️ (B) Naranarayan ➡️নৰণাৰায়ণ        


💕 (62) Shivadol was constructed by which Queen ? 
💟 শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল ? 
👉 (A) Phuleswari ➡️ফুলেশ্বৰী
👉 (B) Ambika kouwari ➡️অম্বিকা কুঁৱৰী        
👉 (C) Mula Gabaru ➡️মুলাগাভৰু 
👉 (D) Kuranga Nayani ➡️কুৰংগ নয়নী 
উত্তৰ👉👉 ☑️ (B) Ambika kouwari ➡️অম্বিকা কুঁৱৰী (শিৱসিংহৰ পত্নী)


💕 (63) Whose daughter was Amrita prabha who got married to kashmiri prince Meghavahana ? 
💟 অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল ? 
👉 (A) Bhuti Varman ➡️ ভূতি বৰ্মন
👉 (B) Kalyan Varman ➡️ কল্যাণ বৰ্মন        
👉 (C) Bhaskar Varman ➡️ভাস্কৰ বৰ্মন
👉 (D) Bala Varman ➡️ বল বৰ্মন
উত্তৰ👉👉 ☑️ (D) Bala Varman ➡️ বল বৰ্মন


 💕 (64) East India Company annexed Kachari kingdom because of ? 
💟 ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কছাৰি ৰাজ্য কাঢ়ি লৈছিল কাৰণ ? 
👉 (A) Alliance with other kings ➡️আন ৰজাৰ সৈতে জোটবন্ধন  
👉 (B) Mis-management ➡️অব্যৱস্থাপনা
👉 (C) Conspiracy against East India Company ➡️ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে ষড়যন্ত্ৰ 
👉 (D) Doctrine of Lapse ➡️ Doctrine of Lapse
উত্তৰ👉👉 ☑️ (D) Doctrine of Lapse ➡️ Doctrine of Lapse


 💕 (65) Which Temple was built during Salastambha Dynasty ? 
💟 শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল ? 
👉 (A) Bhubneshwari ➡️ভূৱনেশ্বৰী 
👉 (B) kamakhya ➡️কামাখ্যা      
👉 (C) Mahamaya ➡️মহামায়া
👉 (D) Mahabhairab ➡️মহাভৈৰৱ 
উত্তৰ👉👉 ☑️ (D) Mahabhairab ➡️মহাভৈৰৱ 


 💕 (66) What is called as "peace Garden of North East" ? 
💟 "উত্তৰ-পূৰ্বৰ শান্তি উদ্যান" বুলি কোনখন ৰাজ্যক কোৱা হয় ? 
👉 (A) Mizoram ➡️ মিজোৰাম
👉 (B) Meghalaya ➡️মেঘালয়      
👉 (C) Sikkim ➡️চিকিম
👉 (D) Tripura ➡️ত্ৰিপুৰা 
উত্তৰ👉👉 ☑️ (A) Mizoram ➡️ মিজোৰাম


 💕 (67) In which year the first Saraighat Bridge in Guwahati was constructed ? 
💟 গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল ? 
👉 (A) 1952 ➡️১৯৫২
👉 (B) 1960 ➡️১৯৬০      
👉 (C) 1962 ➡️১৯৬২
👉 (D) 1965 ➡️১৯৬৫ 
উত্তৰ👉👉 ☑️ (C) 1962 ➡️১৯৬২


 💕 (68) In cricket World Cup tournaments how many times India has defeated Pakistan ? 
💟 বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেন্টত ভাৰতে পাকিস্তানক কিমানবাৰ হৰুৱাইছিল ? 
👉 (A) 5 ➡️ ৫
👉 (B) 7 ➡️৭      
👉 (C) 8 ➡️৮
👉 (D) 2 ➡️২ 
উত্তৰ👉👉 ☑️ (B) 7 ➡️৭      


 💕 (69) India started participating in Olympic Games in the year ? 
💟 কিমান চনত ভাৰতে অলিম্পিকত অংশ গ্ৰহণৰ আৰম্ভণি কৰিছিল ? 
👉 (A) 1900 ➡️১৯০০
👉 (B) 1904 ➡️১৯০৪      
👉 (C) 1912 ➡️১৯১২
👉 (D) 1952 ➡️১৯৫২
উত্তৰ👉👉 ☑️ (A) 1900 ➡️১৯০০


 💕 (70) Who has won individual Gold Medal in Olympic Games ? 
💟 ব্যক্তিগত ভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল ? 
👉 (A) Gagan Narang ➡️ গগন নাৰংগ
👉 (B) Abhinav Bindra ➡️অভিনৱ বিন্দ্ৰা      
👉 (C) Sushil kumar ➡️শুশিল কুমাৰ
👉 (D) Rajyavardhan Rathore ➡️ৰাজ্যবৰ্ধন ৰাথুৰ 
উত্তৰ👉👉 ☑️ (B) Abhinav Bindra ➡️অভিনৱ বিন্দ্ৰা      

I
 💕 (71) Which player has been awarded with Arjun Award, Dronacharya Award, Rajiv Gandhi Khel Ratna and Padmashri ? 
💟 কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোৰ্ণাচার্য বঁটা, ৰাজীৱ গান্ধী খেলৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল ? 
👉 (A) Abhinav Bindra ➡️অভিনৱ বিন্দ্ৰা  
👉 (B) Sachin Tendulkar ➡️শচিন টেণ্ডুলকাৰ     
👉 (C) Pullela Gopichand ➡️পুলেলা গোপীচান্দ
👉 (D) Saurav Ganguli ➡️সৌৰভ গাংগুলি
উত্তৰ👉👉 ☑️ (C) Pullela Gopichand ➡️পুলেলা গোপীচান্দ


 💕 (72) Former football player and present Chief Minister of Manipur Sri N. Biren Singh has served in which Central Govt. Organization ? 
💟 প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেণ সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে ? 
👉 (A) CRPF ➡️ CRPF
👉 (B) BSF ➡️BSF      
👉 (C) Assam Rifles
👉 (D) CISF ➡️CISF
উত্তৰ👉👉 ☑️ (B) BSF ➡️BSF      


 💕 (73) Hima Das is nicknamed as ? 
💟 হিমা দাসৰ উপনাম ? 
👉 (A) Sprint Queen ➡️ স্মিৰ্ট কুইন
👉 (B) Dhing Express ➡️ ধিং এক্সপ্ৰেছ     
👉 (C) Track Queen ➡️ট্ৰেক কুইন 
👉 (D) Toofan Mail➡️টোফান মেইল 
উত্তৰ👉👉 ☑️ (B) Dhing Express ➡️ ধিং এক্সপ্ৰেছ     


💕 (74) Portrait and Landscape are ? 
💟 চিত্ৰ আৰু পৰিদৃশ্য হ'ল ? 
👉 (A) Page orientation ➡️পেজ অৰিয়েনটেশ্যন 
👉 (B) Page Layout ➡️পেজ লেআউট  
👉 (C) Paper Size ➡️পেপাৰ চাইজ 
👉 (D) All these ➡️ওপৰৰ সকলো হয় 
উত্তৰ👉👉 ☑️ (A) Page orientation ➡️পেজ অৰিয়েনটেশ্যন 


💕 (75) Which of the following is not a font style ? 
💟 তলৰ কোনটো ফল্ট ষ্টাইল নহয় ? 
👉 (A) Italics ➡️ইটালিকচ 
👉 (B) Superscript ➡️ছুপাৰস্ক্ৰিপ্ট    
👉 (C) Regular ➡️ৰেগুলাৰ
👉 (D) Bold ➡️বল্ড 
উত্তৰ👉👉 ☑️ (B) Superscript ➡️ছুপাৰস্ক্ৰিপ্ট    


 💕 (76) In MS word, the mailing list is known as ? 
💟 এম এচ ৱৰ্ডত মেইলিং লিষ্টক জনা যায় ? 
👉 (A) Data Sheet ➡️দাতা চিট 
👉 (B) Sheet ➡️চিট      
👉 (C) Data Source ➡️দাতা সূত্ৰ
👉 (D) Source ➡️ সূত্ৰ 
উত্তৰ👉👉 ☑️ (C) Data Source ➡️দাতা সূত্ৰ


💕 (77) One Megabyte equals (approximately) ? 
💟 এক মেগাবাইটৰ সমকক্ষ (প্ৰায়) ? 
👉 (A) 1000 bits ➡️1000 bits 
👉 (B) 1000 bytes ➡️1000 bytes      
👉 (C) 10 Lakh bytes ➡️10 Lakh bytes   
👉 (D) 10 Lakh bits ➡️10 Lakh bits 
উত্তৰ👉👉 ☑️ (C) 10 Lakh bytes ➡️10 Lakh bytes   


💕 (78) When you are working on a document on PC, where is the document temporarily stored ? 
💟 তুমি যেতিয়া কম্পিউটাৰ এটাত নথিৰ (document) ৰ কাম কৰা তেতিয়া অস্থায়ীভাৱে document টো ক'ত সংৰক্ষিত হব ? 
👉 (A) ROM ➡️ROM 
👉 (B) RAM ➡️RAM      
👉 (C) CPU ➡️CPU
👉 (D) Flash Memory ➡️Flash Memory 
উত্তৰ👉👉 ☑️ (B) RAM ➡️RAM      


 💕 (79) How are data organized in a spread sheet ? 
💟 Spread sheet ত কেনেকৈ তথ্য সংগঠিত হয় ? 
👉 (A) Lines and Spaces ➡️Lines and Spaces 
👉 (B) Layers and planes ➡️Layers and planes      
👉 (C) Rows and columns ➡️Rows and columns
👉 (D) Height and widths ➡️ Height and widths  
উত্তৰ👉👉 ☑️ 

Monday, July 25, 2022

Assamese GK 2022. Most Important for Grade 3 & Grade 4 Exam.Common Question Answer for Grade 3 & Grade 4 Exam.

Assamese GK 2022. Most Important for Grade 3 & Grade 4 Exam.Common Question Answer for Grade 3 & Grade 4 Exam.


YouTube Channel টো Subscribe কৰিবলৈ তলত দিয়া Link টোত Click কৰা । 👇👇


💕 (১) শব্দ প্ৰদূষণ জোখা এককটো কি ?
👉👉 ডেচিবল 

💕 (২) ভিটামিন- A ৰ প্ৰধান উৎস কি ?
👉👉 সেউজীয়া শাক-পাচলি 

💕 (৩) লাওখোৱা অভয়াৰণ্য কোনখন জিলাত আছে ?
👉👉 নগাঁও

💕 (৪) অসামৰিক সেৱা দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২১ এপ্ৰিল

💕 (৫) কোন বিধ গছে আটাইতকৈ বেছি ফল দিয়ে ?
👉👉 নাচপতি 

💕 (৬) বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি ?
👉👉 নাইট্ৰজেন

💕 (৭) লটা কটা কাৰ দিনত হৈছিল ?
👉👉 ৰাজেশ্বৰ সিংহ

💕 (৮) ভিটামিন- A ৰ ৰাসায়নিক নাম কি ?
👉👉 ৰেটিনল 

💕 (৯) কোন বিধ প্ৰাণীৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি ?
👉👉 শামুক 

💕 (১০) অসম চুক্তি স্বাক্ষৰিত কোন চনত কৰা হৈছিল ?
👉👉 ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে 

💕 (১১) কাকৈ জানা অভয়াৰণ্য কোন খন জিলাত আছে ?
👉👉 বঙাইগাঁও

💕 (১২) ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল ?
👉👉 ১৬৬৩ চনত 

💕 (১৩) জালিৱানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ?
👉👉 ১৯১৯ 

💕 (১৪) গিবন অভয়াৰণ্যৰ মূল আকৰ্ষণ কি ?
👉👉 হলৌ বান্দৰ 

💕 (১৫) আৰিমত্ত বংশৰ শেষ ৰজা কোন আছিল ?
👉👉 মৃগাংক 

💕 (১৬) অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা কিমান ?
👉👉 ১৪ টা 

💕 (১৭) অসম দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২ ডিচেম্বৰ তাৰিখে

💕 (১৮) ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ?
👉👉 শোণিতপুৰ জিলাত

💕 (১৯) লক্ষ্মীনাথ বেজবৰুৱাৰ "অ' মোৰ আপোনাৰ দেশ" শীৰ্ষক গীতটি কি নামেৰে বাঁহী' আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?
👉👉মোৰ দেশ 

💕 (২০) ইয়াণ্ডাবু সন্দিৰ সময়ত ব্ৰহ্মদেশৰ ৰাজধানী কি আছিল ?
👉👉 আভা 

💕 (২১) 'প্ৰান্তিক' আলোচনীখনৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন ?
👉👉 ভৱেন্দ্ৰ নাথ শইকীয়া

💕 (২২) বুঢ়া চাপৰি অভয়াৰণ্য কিহৰ বাবে বিখ্যাত ?
👉👉 উলূম'ৰা পক্ষীৰ বাবে ।

💕 (২৩) মহিৰংগ দানৱৰ ৰাজধানী কি আছিল ?
👉👉 মৈৰাংক পৰ্বত 

💕 (২৪) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল ?
👉👉 ধুৱাহাট-বেলগুৰি 

💕 (২৫) অসমৰ 35 তম জিলা হিচাপে কোনখন জিলাক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ?
👉👉 তামুলপুৰ 

💕 (২৬) বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায় ?
👉👉 মেছ'স্ফিয়েৰ 

💕 (২৭) বড়ো ভাষা কোনটো পৰিয়ালৰ ভাষা ?
👉👉 চীন তিব্বতীয় 

💕 (২৮) সমুদ্ৰ বন্ধু বুলি কাক কোৱা হয় ?
👉👉 গ্ৰেট ব্ৰিটেইন 

💕 (২৯) অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে ?
👉👉 ৩৪%

💕 (৩০) দ্বিতীয় অসমীয়া বোলছবি খনৰ নাম কি ?
👉👉 ইন্দ্ৰমালতী 

💕 (৩১) অলপতে প্ৰথম ভাৰত মধ্য এছিয়া শিখৰ সন্মিলন খনৰ আয়োজন কোনে কৰিছে ?
👉👉 নৰেন্দ্ৰ মোদীয়ে ।

💕 (৩২) মিচিং ভাষাই কোনটো লিপি গ্ৰহণ কৰিছে ?
👉👉 ৰোমান 

💕 (৩৩) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান ?
👉👉 ৯১৪ বৰ্গ কি:মি:

💕 (৩৪) কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ৰূপে জনা যায় ?
👉👉 ওৰাং 

💕 (৩৫) শেহতীয়াকৈ জাৰি হোৱা ৰিপোৰ্ট অনুসৰি পৃথিৱীৰ সকলোতকৈ মূল‍্যবান ব্ৰেণ্ড কোনটো ?
👉👉 এপ্পল 

💕 (৩৬) শংকৰদেৱৰ বৰগীত সমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি গৈছিল ?
👉👉 কমলা গায়ন 

💕 (৩৭) এজন পূৰ্ণবয়স্ক সুস্থ ব্যক্তিৰ প্ৰতি মিনিটত হৃৎস্পন্দনৰ মাত্ৰা কিমান ?
👉👉 ৭২ বাৰ 

💕 (৩৮) অলপতে চৰণজিত সিংৰ মৃত্যু হয় । তেওঁ কোন আছিল ?
👉👉 হকী খেলুৱৈ

💕 (৩৯) বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ৭ এপ্ৰিল তাৰিখে 

💕 (৪০) অলপতে কোনখন দেশৰ প্ৰসিদ্ধ কথকলী নৃত্যঙ্গনা মিলেনা ছালবিনীৰ মৃত্যু হয় ?
👉👉 ফ্ৰান্স দেশৰফ

💕 (৪১) মানুহৰ হৃদয়ত কিমানটা কোষ আছে ?
👉👉 চাৰিটা 

💕 (৪২) শেহতীয়াকৈ ভাৰতে কোনখন দেশৰ সৈতে স্বাস্থ্য অনুসন্ধানৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ?
👉👉 ফ্ৰান্স

💕 (৪৩) আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
👉👉 ল‍্যুচানে (চুইজাৰলেণ্ড) 

💕 (৪৪) ২০২২ বৰ্ষৰ গণতন্ত্ৰ দিৱসত গৃহ মন্ত্ৰালয়ে কিমানজন ব্যক্তিক পদ্মবিভূষণেৰে ?
👉👉 

💕 (৪৫) দ্বিতীয় বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণটো কি আছিল ?
👉👉 জাৰ্মানীৰ পোলেণ্ড আক্ৰমণ 

💕 (৪৬) চন্দ্ৰভাৰতী নামে কোনজন কবি বিখ্যাত ?
👉👉 ভট্ৰদেৱ 

💕 (৪৭) ব্ৰাহ্মী লিপি কোনফালৰ পৰা লিখা হয় ?
👉👉 বাওঁফালৰ পৰা সোঁফাললৈ 

💕 (৪৮) ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কিমান চনত বহে ?
👉👉 ১৮৩৭ চনত 

💕 (৪৯) 'চাউদাং' শব্দৰ অৰ্থ কি ?
👉👉 নগৰ ৰক্ষক আৰু দোষীক শাস্তি দিয়া এটা খেল 

💕 (৫০) ৰীতা চৌধুৰীৰ 'দেওলাংখুই' প্রকাশৰ চনটো ?
👉👉 ২০০৫ চনত 

💕 (৫১) ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি ?
👉👉 শিহু

💕 (৫২) তপোবন আশ্ৰম কোনখন অভয়াৰণ্যত আছে ?
👉👉 চক্ৰশিলা 

💕 (৫৩) জয়পুৰ বৰ্ষাৰন‍্য কোনখন জিলাত আছে ?
👉👉 ডিব্ৰুগড় 

💕 (৫৪) ত্যাগবীৰ বুলি কাক কোৱা হয় ?
👉👉 হেমচন্দ্ৰ বৰুৱা 

💕 (৫৫) দেশপ্ৰাণ বুলি কাক কোৱা হয় ?
👉👉 লক্ষ্মীধৰ শৰ্মা 

💕 (৫৬) 'জিকিৰ' আৰৱী কোনটো শব্দৰ অসমীয়া ৰূপ ?
👉👉 চিকৰ

💕 (৫৭) 'চাহেবপুৰাৰ বৰষুণ' নামৰ জনপ্ৰিয় উপন্যাসখনৰ ৰচক কোন ?
👉👉 অনুৰাধা শৰ্মা পূজাৰী 

💕 (৫৮) শংকৰদেৱে কাৰ অনুৰোধত 'কালিয়দমন' নাট ৰচনা কৰে ?
👉👉 ৰামৰায়ৰ অনুৰোধত

💕 (৫৯) 'নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী' কাৰ গ্ৰন্থ ?
👉👉 ডিম্বেশ্বৰ নেওগ 

💕 (৬০) "তেজপিয়া" শব্দটো অসমীয়া ভাষালৈ কোনটো ভাষাৰ পৰা আহিছে ?
👉👉 কোল মুণ্ডা 

💕 (৬১) "ভেজাল" শব্দটো অসমীয়া ভাষালৈ কোনটো ভাষাৰ পৰা আহিছে ?
👉👉 বাংলা ভাষাৰ পৰা

Tuesday, July 19, 2022

Class 3 Assam Jatiya vidyalaya, lesson 3 question answerতৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৬ (ফেটীসাপ আৰু কাউৰী) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 3 Assam Jatiya vidyalaya, lesson 3 question answer
তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৬ (ফেটীসাপ আৰু কাউৰী) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 
                ✅ক্ৰিয়া-কলাপ🥰

✅ ১/ একোটিকৈ বাক্যত উত্তৰ লিখা : 
💕 (ক) কাউৰীহালে কি গছত বাহ সাজিছিল ? 25
উত্তৰ👉👉 কাউৰীহালে এজোপা বৰ ডাঙৰ আঁহত গছত বাস কৰিছিল ।

💕 (খ) মাকজনীয়ে ক'লৈ আহাৰ বিচাৰি গৈছিল ? 26
উত্তৰ👉👉 কণমানি দুটাৰ বাবে মাকজনীয়ে ওচৰৰ গাঁওখনলৈ আহাৰ বিচাৰি গৈছিল ।

💕 (গ) মতা কাউৰীটোৱে খুঁটিয়াই অনা হাৰডাল কাৰ আছিল ? 
উত্তৰ👉👉 মতা কাউৰীটোৱে খুঁটিয়াই অনা হাৰডাল ৰাজকুঁৱৰীৰ আছিল ।

✅ ২/ দুই-তিনিটা বাক্যত উত্তৰ লিখা : 
💕 (ক) ফেটিসাপডালক কাউৰীয়ে কেনেকৈ শাস্তি দিয়াইছিল ? 
উত্তৰ👉👉 ৰাজকুঁৱৰীয়ে পিন্ধি থকা হাড় ডাল মতা কাউৰীটোৱে ঠোঁটেৰে নি ফেটীসাপডাল থকা গছজোপাৰ খোৰোংটোত পেলাই দিছিল । তাকে দেখি লিগিৰীহঁতে ৰজাৰ লগুৱাবোৰক খবৰ দিছিল । লগুৱাবোৰে হাৰডাল উদ্ধাৰ কৰিবলৈ গৈ ফেটীসাপডাল দেখি ফেটীসাপডালক ৰজাৰ ওচৰলৈ লৈ যোৱাত ৰজাই সাপডালক বন্ধ পিঞ্জৰাত ভৰাই থৈছিল। এনেদৰেই ফেটীসাপডালক কাউৰীয়ে শাস্তি দিয়াইছিল ।


💕 (খ) ফেটীসাপডালক ৰজাই ক'ত ৰাখিছিল ? 
উত্তৰ👉👉 ফেটীসাপডালক ৰজাই বন্ধ পিঞ্জৰাত ৰাখিছিল ।

✅ ৩/ কোনে কৈছিল, কাক কৈছিল : 
💕 (ক) "আমি হ'লো উৰণীয়া পখী ।" 
উত্তৰ👉👉 মাইকী কাউৰীটোৱে মতা কাউৰীটোক কৈছিল ।

💕 (খ) "তুমি হ'লা দুর্বল পখী । তুমি কেনেদৰে তাক শাস্তি দিবা ?"
উত্তৰ👉👉 মাইকী কাউৰীটোৱে  মতা কাউৰীটোক কৈছিল।

❤️৪/ সাধুটো নিজৰ ভাষাৰে কোৱা । 
উত্তৰ👉👉

Monday, July 18, 2022

Class 3 Assam Jatiya vidyalaya, lesson 3 question answerতৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৫ (আগ-পিছ নভবা গাধ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 3 Assam Jatiya vidyalaya, lesson 3 question answer
তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৫ (আগ-পিছ নভবা গাধ) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 
                 ✅অনুশীলনী🥰  

   ✅ ১/ একোটিকৈ বাক্যত উত্তৰ লিখা : 
💕 (ক) গাধটোৰ নাম কি আছিল ? 21
উত্তৰ👉👉 গাধটোৰ নাম লেৰেলা আছিল ।

💕 (খ) গাধই কাৰ সৈতে সখি পাতিছিল ? 21
উত্তৰ👉👉 গাধই শিয়ালৰ লগত সখি পাতিছিল ।

💕 (গ) গাধই ক'ত গান গাইছিল ? 21
উত্তৰ👉👉 গাধটোৱে সৰিয়হতলীত গান গাইছিল ।


✅ ২/ দুই-তিনিটা বাক্যত উত্তৰ লিখা : 
💕 (ক) শিয়ালে গাধক গান গোৱাত কিয় বাধা দিছিল ? 22
উত্তৰ👉👉 শিয়ালে গাধক গান গোৱাত বাধা দিছিল কাৰণ গাধটোৱে জেউৰা ভাঙি সৰিয়হতলীত সোমাইছিল আৰু গাধটোৰ মাত শুনিবলৈ বৰ বেয়া আছিল । গাধটোৰ মাত শুনিলে গৃহস্থই খেদি আহিব পাৰে বুলি ভয়তে শিয়ালটোৱে গাধক গান গোৱাত বাধা দিছিল ।


💕 (খ) গাধৰ শেষ দশা কি হ'ল লিখা ।
উত্তৰ👉👉 শিয়ালটোৱে কোৱা কথাত গুৰুত্ব নিদি গাধটোৱে তাৰ হুঁটা মাতটোৰে 
চকু মুদি আপোনমনে গান গাবলৈ ধৰিলে । গাধটোৰ মাত শুনি কিহেনো সৰিয়হ তলীত শব্দ কৰে বুলি লাঠি-টাঙোন লৈ মানুহবিলাকে খেদি আহি গাধটোক বান্ধি খঙতে গায়ে-মূৰে কোবাবলৈ ধৰিলে। কোবাই কোবাই খং কমাত গৃহস্থই গাধটোক এৰি দিলে । শেষত গাধটোয়ে কোনোমতে লেঙেৰাই লেঙেৰাই ঘৰমুৱা হ'ল ।


✅ ৩/ কোনে কৈছিল, কাক কৈছিল : 
💕 (ক) "মোৰ এটি গান গাবলৈ বৰ মন গৈছে । মই এটি গান গাঁও, তুমি শুনিবা দেই ।" 
উত্তৰ👉👉 ওপৰোক্ত কথাষাৰ লেৰেলা নামৰ গাধটোৱে শিয়ালটোক কৈছিল ।

💕 (খ) "গান গালেই গৃহস্থই তোমাৰ মাতটো শুনি খেদি আহিব । গতিকে তুমি গান গোৱা উচিত নহ'ব ।"
উত্তৰ👉👉 ওপৰোক্ত কথাষাৰ শিয়ালটোয়ে লেৰেলা নামৰ গাধটোক
 কৈছিল ।


💕 ৪/ সাধুটো নিজৰ ভাষাৰে কোৱা ।
উত্তৰ👉👉 

Tuesday, July 12, 2022

Common GK Question Answer for Competitive exams. Assamese Mix GK. Assamese GK.Assam GK. General Knowledge

Common GK Question Answer for Competitive exams. Assamese Mix GK. Assamese GK.Assam GK. General Knowledge.

                 🥰*গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ*✅
(১)২০২০ চনত অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল ?
উত্তৰ👉👉 ২০২০ চনত জাপানত অলিম্পিক অনুষ্ঠিত হৈছিল ।

(২) ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী জনৰ নাম কি ? 
উত্তৰ👉👉 ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী জনৰ নাম হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ।

(৩) পথৰুঘাটৰ ৰণ/যুদ্ধ ক'ত সংঘটিত হৈছিল ?
উত্তৰ👉👉 পথৰুঘাটৰ ৰণ/যুদ্ধ দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত হৈছিল ।


(৪) ২০২২ Fifa বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব ? 
উত্তৰ👉👉 ২০২২ Fifa বিশ্বকাপ কাটাৰত অনুষ্ঠিত হ'ব ।

(৫) ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল । 
উত্তৰ👉👉 ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন হৈছিল ।

(৬) আনন্দমঠৰ লিখক কোন ?
উত্তৰ👉👉 আনন্দমঠৰ লিখক হ'ল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ।

(৭) ভাৰতত উচ্চতম ন্যায়ালয় ক'ত আছে ?
উত্তৰ👉👉 ভাৰতত উচ্চতম ন্যায়ালয় দিল্লীত আছে ।

(৮) ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন ?
উত্তৰ👉👉 ৰাষ্ট্ৰীয় সংগীতৰ ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ ।

(৯) সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল?
উত্তৰ👉👉সতী সাধিনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল ।

(১০) ৰামায়ন কোনে লিখিছিল ?
উত্তৰ👉👉ৰামায়ণ বাল্মীকিয়ে লিখিছিল ।

(১১) হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা ?
উত্তৰ👉👉হালধীয়া চৰায়ে বাওধান খায় হোমেন বৰগোহাঞি ৰ ৰচনা ।

(১২) অসমৰ ডাঙৰ ভূমিকম্প কিমান চনত হৈছিল ?
উত্তৰ👉👉 অসমৰ ডাঙৰ ভূমিকম্প কিমান 1950 চনত হৈছিল ।

(১৩) কিমান চনত অসম চুক্তি হৈছিল ?
উত্তৰ👉👉 1985 চনত অসম চুক্তি হৈছিল ।


(১৪) কিমান চনত শৰাইঘাটৰ যুদ্ধ হৈছিল ?
উত্তৰ👉👉 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল ।

(১৫) হেমকোষ কি ?
উত্তৰ👉👉 হেমকোষ হৈছে এখন অভিধান ।

(১৬) অৰুণাচলৰ ৰাজধানী খনৰ নাম লিখা ?
উত্তৰ👉👉 অৰুণাচলৰ ৰাজধানী খনৰ নাম হৈছে ইটানগৰ ।


(১৭) 56th জ্ঞানপীঠ বঁটা কোনে লাভ কৰে ?
উত্তৰ👉👉56th জ্ঞানপীঠ বঁটা নীলমণি ফুকনে লাভ কৰে ।

(১৮) জয়মতী বোলছবি খনৰ পৰিচালক কোন আছিল ?
 উত্তৰ👉👉 জয়মতী বোলছবি খনৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।

(১৯) নামঘোষা কাৰ ৰচনা?
উত্তৰ👉👉 নামঘোষা মাধৱদেৱৰ ৰচনা ।


(২০) অসমৰ লোকসভাৰ আসন কিমানখন?
উত্তৰ👉👉 অসমৰ লোকসভাৰ আসন 14 খন ।

(২১) বৰদলৈ ট্ৰফি কোনটো খেলৰ লগত জড়িত ? 
উত্তৰ👉👉 বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত ।

(২২) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম লিখা ।
উত্তৰ👉👉 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম হ'ল এছিয়া ।

(২৩) অসম কেশৰী কোন?
উত্তৰ👉👉 অম্বিকা গিৰি ৰায়চৌধুৰী 

(২৪) মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ👉👉 মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল অনিৰুদ্ধদেৱে ।

(২৫) উমানন্দ মন্দিৰত কাক পূজা কৰা হয়? 
উত্তৰ👉👉 উমানন্দ মন্দিৰত শিৱ পূজা কৰা হয় ।

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...