GK. Assamese GK 2022. Assamese General knowledge for Competitive Exams. Gauhati University Assam
YouTube 👇👇
💕 (১) Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?
👉👉 ১৯৯৮
💕 (২) অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?
👉👉 ১৮৬৭ চনত
💕 (৩) বৰ্তমান অসমৰ মহকুমা কেইটা আছে ?
👉👉 ৭৮ টা 🛑 ❌
💕 (৪) 'স্বৰ্গ নাৰায়ণ' উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?
👉👉 চুহুংমুং
💕 (৫) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৪ ফেব্ৰুৱাৰী তাৰিখে
💕 (৬) আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
👉👉 ১৬৬৯ চনত
💕 (৭) অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে ?
👉👉 যোৰহাটত আছে ।
💕 (৮) কোনখন মহাসাগৰত' বাৰ্মুদ্ৰা ত্ৰিভূজ' অৱস্থিত ?
👉👉 ভাৰত মহাসাগৰ
💕 (৯) হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
👉👉 ৬৪০ খ্ৰীষ্টাব্দত
💕 (১০) ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক'ত হৈছিল ?
👉👉 কলিকতাত
💕 (১১) মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?
👉👉 কৌবাং
💕 (১২) প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
👉👉 ১১৯১ চনত
💕 (১৩) 'বিলাতৰ চিঠি' নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
👉👉 জ্ঞানদাভিৰাম বৰুৱা
💕 (১৪) ক'লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
👉👉 ৩০ অক্টোবৰ তাৰিখে ।
💕 (১৫) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
👉👉 চীন
💕 (১৬) অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
👉👉 ৪ টা ভাগত
💕 (১৭) গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
👉👉 কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে
💕 (১৮) আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
👉👉 ডাবলিন
💕 (১৯) হৰ্ষ চৰিত পুথিখন কোনে ৰচনা কৰিছিল ?
👉👉 বাণভট্ট
💕 (২০) সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?
👉👉 ঘেঁহু
💕 (২১) 'ইয়ং ইণ্ডিয়া' গ্ৰন্থখনৰ লেখক কোন ?
👉👉 মহাত্মা গান্ধী
💕 (২২) বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?
👉👉 ভগবান বিষ্ণু
💕 (২৩) কাছাৰৰ প্ৰাচীন নাম কি আছিল ?
👉👉 হিৰিম্বা
💕 (২৪) কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
👉👉 ৰঘূদেৱ
💕 (২৫) দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
👉👉 ১৯৩১ চনত
💕 (২৬) অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
👉👉 ২ খন
💕 (২৭) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৫ জানুৱাৰী
💕 (২৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?
👉👉 বৰাইল
💕 (২৯) মহীশূৰৰ নতুন নাম কি ?
👉👉 কৰ্ণাটক
💕 (৩০) বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?
👉👉 জয়মতী কুঁৱৰী
💕 (৩১) অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
👉👉 ১৮৭২ চনত
💕 (৩২) GST কেইপ্ৰকাৰৰ হয় ?
👉👉 ৪ প্ৰকাৰৰ
💕 (৩৩) কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল ?
👉👉 হেনৰী কটন আছিল
💕 (৩৪) অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ?
👉👉 স্বৰ্গনাৰায়ণ
💕 (৩৫) কেবিনেট মিশ্যন ভাৰতলৈ কেতিয়া আহিছিল ?
👉👉 ১৯৪৬ চনত
💕 (৩৬) ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে ?
👉👉 ২০১৭ চনত
💕 (৩৭) 'দেওলাংখুই' ৰ ৰচক কোন ?
👉👉 ৰীতা চৌধুৰী
💕 (৩৮) কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল ?
👉👉 গদাধৰ সিংহৰ দিনত ।
💕 (৩৯) চুকাফাই ক'ৰ পৰা আহিছিল ?
👉👉 চীন
💕 (৪০) সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৭ মাৰ্চ তাৰিখে ।
💕 (৪১) অসমীয়া সংস্কৃতিৰ মূল ভেটি কি ?
👉👉 সমন্বয়
💕 (৪২) কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই ?
👉👉 বুধ গ্ৰহৰ
💕 (৪৩) আহোম সকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায় ?
👉👉 চকলং
💕 (৪৪) 'নামঘোষা' কোনে লিখিছিল ?
👉👉 শ্ৰী শ্ৰী মাধৱদেৱ
💕 (৪৫) 'প্ৰেম আৰু ৰদালিৰ' কবি বুলি কাক জনা যায় ?
👉👉 হীৰেণ ভট্টাচাৰ্য
💕 (৪৬) গদাধৰ সিংহৰ আহোম নাটটো কি ?
👉👉 চুপাটফা
💕 (৪৭) ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে ?
👉👉 ১৮৩৭ চনত
💕 (৪৮) Discovery of Assam' গ্ৰন্থখনৰ লেখক কোন ?
👉👉 সতীশচন্দ্ৰ কাকতি
💕 (৪৯) নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল ?
👉👉 ৰুদ্ৰ সিংহই
💕 (৫০) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ' উপাধি প্ৰদান কৰিছিল ?
👉👉 অসম সাহিত্য সভাই
💕 (৫১) 'চান্দুবি' উৎসৱ পালন কোনে কৰে ?
👉👉 ৰাভা
💕 (৫২) বিত্তীয় আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে ?
👉👉 ৰাষ্ট্ৰপতিয়ে
💕 (৫৩) আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল ?
👉👉 গড়গাঁও
💕 (৫৪) এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে ?
👉👉 লোকসভা অধ্যক্ষই
💕 (৫৫) কলিকতাত কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল ?
👉👉 ১৮৭২ চনত
💕 (৫৬) জাতীয় শিক্ষা নীতি ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল ?
👉👉 ৰাজীৱ গান্ধী
💕 (৫৭) ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ?
👉👉 ৰাষ্ট্ৰপতি
💕 (৫৮) বেজবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল ?
👉👉 ৰুদ্ৰ সিংহই
💕 (৫৯) অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় ?
👉👉 মহগড়ৰ ৰণ
💕 (৬০) স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
👉👉 ৰাজেন্দ্ৰ প্ৰসাদ
💕 (৬১) চুকাফাই লগত কিমান মানুহ আনিছিল ?
👉👉 ৯০০০
💕 (৬২) কোচ বিহাৰৰ প্ৰথম ৰজা কোন আছিল ?
👉👉 লক্ষ্মী নাৰায়ণ
💕 (৬৩) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?
👉👉 ৫ বছৰ
💕 (৬৪) পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল ?
👉👉 হাতী
💕 (৬৫) সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?
👉👉 চডিয়াম ক্ল'ৰাইড
💕 (৬৬) উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অবতৰণ কৰা হৈছিল ?
👉👉 যোৰহাট
💕 (৬৭) ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ?
👉👉 ২০০৮ চনত
💕 (৬৮) ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ?
👉👉 ৰাষ্ট্ৰপতি
💕 (৬৯) মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান ?
👉👉 ১৪ ডাল হাড়
💕 (৭০) ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ?
👉👉 আৰাৱলী
💕 (৭১) অসমৰ' চাহৰ চহৰ' বুলি কোনখন চহৰক কোৱা হয় ?
👉👉 ডিব্ৰুগড় চহৰক
💕 (৭২) বিশুদ্ধ খোৱাপানীৰ ph মান কিমান ?
👉👉 ৭
💕 (৭৩) শঙ্কৰদেৱে বৰগীত সমূহ কি ভাষাত লিখিছিল ?
👉👉 ব্ৰজাৱলী ভাষাত
💕 (৭৪) প্ৰথম ভাৰতীয় উপগ্ৰহ (আৰ্যভট্য) কিমান চনত নিক্ষেপ কৰা হৈছিল ?
👉👉 ১৯৭৫ চনত
💕 (৭৫) ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?
👉👉 ১৪৯৮ চনত
💕 (৭৬) ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক ?
👉👉 কেৰালা
💕 (৭৭) হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান ?
👉👉 ১৮ টা
💕 (৭৮) 'প্ৰান্তিক' আলোচনীৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন আছিল ?
👉👉 ভবেন্দ্ৰনাথ শইকীয়া
💕 (৭৯) এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো ?
👉👉 জয়সাগৰ পুখুৰী
💕 (৮০) এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন ?
👉👉 মুখ্যমন্ত্ৰী
💕 (৮১) 'অলকানন্দা' কবিতা সংকলন খনৰ ৰচক কোন ?
👉👉 নলিনীৱালা দেৱী
💕 (৮২) ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় ?
👉👉 উচ্চতম ন্যায়ালয়
💕 (৮৩) প্ৰথম অসমীয়া চনেটৰ লিখক কোন ?
👉👉 হেমচন্দ্ৰ গোস্বামী
💕 (৮৪) নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে ?
👉👉 হাওঁফাঁও
💕 (৮৫) ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অ কংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল ?
👉👉 কেৰেলা
💕 (৮৬) পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় ?
👉👉 ভাৰতৰ মৌচিনৰাম
💕 (৮৭) প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যাক চলচিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি ?
👉👉 ভাৰত
💕 (৮৮) অসমৰ 'গীতিকবি' বুলি কাক আখ্যা দিয়া হয় ?
👉👉 পাৰ্বতী প্ৰসাদ বৰুৱা
💕 (৮৯) পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম কি ?
👉👉 আফ্ৰিকা
💕 (৯০) পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানী কৰা দেশখনৰ নাম কি ?
👉👉 স্পেইন
💕 (৯১) কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰী লংকাক পৃথক কৰিছে ?
👉👉 পক প্ৰণালী
💕 (৯২) বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় ?
👉👉 ১৯৫২ চন
💕 (৯৪) এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ নূন্যতম বয়স কিমান লাগে ?
👉👉 ৩৫ বছৰ
💕 (৯৫) আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি ?
👉👉 সূৰ্য
💕 (৯৬) শ্বিলং কোনখন
পাহাৰত অৱস্থিত ?
👉👉 খাছী পাহাৰ
💕 (৯৭) সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যাক উপগ্ৰহ আছে ?
👉👉 শনি
💕 (৯৮) সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি ?
👉👉 কেৰেলা
💕 (৯৯) হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ?
👉👉 ৭৬ বছৰ
💕 (১০০) অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয় ?
👉👉 চুটিমফা
💕 (১০১) ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি ?
👉👉 ৰুক্মিণী
💕 (১০২) অসমত শালি ধানৰ খেতি প্ৰৱৰ্তন কোনে কৰিছিল ?
👉👉 আহোম সকলে
💕 (১০৩) শৰতৰ কবি কোন ?
👉👉 পাৰ্বতী প্ৰসাদ বৰুৱা
💕 (১০৪) ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ?
👉👉 তিনিখন
💕 (১০৫) অসম ছাত্ৰ সন্মিলনী গঠন কোন চনত হৈছিল ?
👉👉 ১৯১৬ চনত
No comments:
Post a Comment