Search This Blog

Saturday, July 30, 2022

১০৫ টা সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ, GK. Assamese GK 2022. Assamese General knowledge for Competitive Exams. Gauhati University Assam

GK. Assamese GK 2022. Assamese General knowledge for Competitive Exams. Gauhati University Assam

                   YouTube 👇👇
                         click কৰা



💕 (১) Google কোন চনত আবিষ্কাৰ কৰা হৈছিল ?
👉👉 ১৯৯৮

💕 (২) অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল ?
👉👉 ১৮৬৭ চনত 

💕 (৩) বৰ্তমান অসমৰ মহকুমা কেইটা আছে ? 
👉👉 ৭৮ টা 🛑 ❌

💕 (৪) 'স্বৰ্গ নাৰায়ণ' উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল ?
👉👉 চুহুংমুং

💕 (৫) ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৪ ফেব্ৰুৱাৰী তাৰিখে 

💕 (৬) আলাবৈ ৰণ কেতিয়া সংঘটিত হৈছিল ?
👉👉 ১৬৬৯ চনত 

💕 (৭) অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে ?
👉👉 যোৰহাটত আছে ।

💕 (৮) কোনখন মহাসাগৰত' বাৰ্মুদ্ৰা ত্ৰিভূজ' অৱস্থিত ?
👉👉 ভাৰত মহাসাগৰ 

💕 (৯) হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল ?
👉👉 ৬৪০ খ্ৰীষ্টাব্দত 

💕 (১০) ব্ৰাহ্ম সমাজৰ প্ৰথম অধিবেশন ক'ত হৈছিল ?
👉👉 কলিকতাত 

💕 (১১) মিচিং সকলৰ গ্ৰাম্য আদালতখনৰ নাম কি ?
👉👉 কৌবাং 

💕 (১২) প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল ?
👉👉 ১১৯১ চনত 

💕 (১৩) 'বিলাতৰ চিঠি' নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন ?
👉👉 জ্ঞানদাভিৰাম বৰুৱা 

💕 (১৪) ক'লা দিৱস কোন তাৰিখে পালন কৰা হয় ?
👉👉 ৩০ অক্টোবৰ তাৰিখে ।

💕 (১৫) বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন ?
👉👉 চীন 

💕 (১৬) অসমৰ ইতিহাসক কেইটা ভাগত ভাগ কৰা হৈছে ?
👉👉 ৪ টা ভাগত 

💕 (১৭) গোৱাল পাৰাত হুদুম পূজা কিহৰ বাবে পালন কৰা হয় ?
👉👉 কৃষি উৰ্বৰতাৰ প্ৰতীক হিচাপে 

💕 (১৮) আয়াৰলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি ?
👉👉 ডাবলিন 

💕 (১৯) হৰ্ষ চৰিত পুথিখন কোনে ৰচনা কৰিছিল ?
👉👉 বাণভট্ট 

💕 (২০) সেউজ বিপ্লৱৰ ফলত কোনবিধ শস্য অধিক লাভৱান হৈছিল ?
👉👉 ঘেঁহু

💕 (২১) 'ইয়ং ইণ্ডিয়া' গ্ৰন্থখনৰ লেখক কোন ?
👉👉 মহাত্মা গান্ধী 

💕 (২২) বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?
👉👉 ভগবান বিষ্ণু 

💕 (২৩) কাছাৰৰ প্ৰাচীন নাম কি আছিল ?
👉👉 হিৰিম্বা

💕 (২৪) কাৰ দিনত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল ?
👉👉 ৰঘূদেৱ 

💕 (২৫) দিল্লীক ভাৰতৰ ৰাজধানী স্বীকৃতি কোন চনত প্ৰদান কৰে ?
👉👉 ১৯৩১ চনত 

💕 (২৬) অসমত কেইখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ?
👉👉 ২ খন

💕 (২৭) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৫ জানুৱাৰী 

💕 (২৮) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজৰ পৰ্বতমালা ?
👉👉 বৰাইল 

💕 (২৯) মহীশূৰৰ নতুন নাম কি ?
👉👉 কৰ্ণাটক 

💕 (৩০) বুৰঞ্জীৰ আধাৰত ৰচিত লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?
👉👉 জয়মতী কুঁৱৰী

💕 (৩১) অসমীয়া সাহিত্য চৰা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
👉👉 ১৮৭২ চনত 

💕 (৩২) GST কেইপ্ৰকাৰৰ হয় ?
👉👉 ৪ প্ৰকাৰৰ 

💕 (৩৩) কটন কলেজৰ প্ৰতিষ্ঠাপক কোন আছিল ?
👉👉 হেনৰী কটন আছিল 

💕 (৩৪) অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা প্ৰথম আহোম স্বৰ্গদেউ কোন আছিল ?
👉👉 স্বৰ্গনাৰায়ণ 

💕 (৩৫) কেবিনেট মিশ্যন ভাৰতলৈ কেতিয়া আহিছিল ?
👉👉 ১৯৪৬ চনত 

💕 (৩৬) ৰাজ্যপাল বানৱাৰিলাল পুৰোহিতে জুবিন গাৰ্গক লুইত কণ্ঠ উপাধি কোন চনত প্ৰদান কৰে ?
👉👉 ২০১৭ চনত 

💕 (৩৭) 'দেওলাংখুই' ৰ ৰচক কোন ?
👉👉 ৰীতা চৌধুৰী 

💕 (৩৮) কোনজন আহোম ৰজাৰ দিনত ইটাখুলি ৰণ সংঘটিত হৈছিল ?
👉👉 গদাধৰ সিংহৰ দিনত ।

💕 (৩৯) চুকাফাই ক'ৰ পৰা আহিছিল ?
👉👉 চীন

💕 (৪০) সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২৭ মাৰ্চ তাৰিখে । 

💕 (৪১) অসমীয়া সংস্কৃতিৰ মূল ভেটি কি ?
👉👉 সমন্বয় 

💕 (৪২) কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই ?
👉👉 বুধ গ্ৰহৰ 

💕 (৪৩) আহোম সকলৰ বিবাহ প্ৰথা কি নামেৰে জনা যায় ?
👉👉 চকলং 

💕 (৪৪) 'নামঘোষা' কোনে লিখিছিল ?
👉👉 শ্ৰী শ্ৰী মাধৱদেৱ 

💕 (৪৫) 'প্ৰেম আৰু ৰদালিৰ' কবি বুলি কাক জনা যায় ?
👉👉 হীৰেণ ভট্টাচাৰ্য 

💕 (৪৬) গদাধৰ সিংহৰ আহোম নাটটো কি ?
👉👉 চুপাটফা 

💕 (৪৭) ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কোন চনত বহে ?
👉👉 ১৮৩৭ চনত 

💕 (৪৮) Discovery of Assam' গ্ৰন্থখনৰ লেখক কোন ?
👉👉 সতীশচন্দ্ৰ কাকতি 

💕 (৪৯) নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কোনে কৰিছিল ?
👉👉 ৰুদ্ৰ সিংহই 

💕 (৫০) লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ' উপাধি প্ৰদান কৰিছিল ?
👉👉 অসম সাহিত্য সভাই 

💕 (৫১) 'চান্দুবি' উৎসৱ পালন কোনে কৰে ?
👉👉 ৰাভা 

💕 (৫২) বিত্তীয় আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে ?
👉👉 ৰাষ্ট্ৰপতিয়ে 

💕 (৫৩) আহোমৰ দ্বিতীয় ৰাজধানী কি আছিল ?
👉👉 গড়গাঁও 

💕 (৫৪) এখন বিলক বিত্তীয় বিল বুলি কোনে স্বীকৃতি দিয়ে ?
👉👉 লোকসভা অধ্যক্ষই 

💕 (৫৫) কলিকতাত কেতিয়া অসমীয়া সাহিত্য চৰা প্ৰতিষ্ঠা কৰা হৈছিল ?
👉👉 ১৮৭২ চনত 

💕 (৫৬) জাতীয় শিক্ষা নীতি ১৯৮৬ গ্ৰহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল ?
👉👉 ৰাজীৱ গান্ধী 

💕 (৫৭) ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান কোন ?
👉👉 ৰাষ্ট্ৰপতি 

💕 (৫৮) বেজবৰুৱা পদৰ সৃষ্টি কোনে কৰিছিল ?
👉👉 ৰুদ্ৰ সিংহই 

💕 (৫৯) অসমত স্বাধীনতা পুনৰুদ্ধাৰৰ শেষ ৰণ বুলি কোৱা হয় ?
👉👉 মহগড়ৰ ৰণ 

💕 (৬০) স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ?
👉👉 ৰাজেন্দ্ৰ প্ৰসাদ 

💕 (৬১) চুকাফাই লগত কিমান মানুহ আনিছিল ?
👉👉 ৯০০০ 

💕 (৬২) কোচ বিহাৰৰ প্ৰথম ৰজা কোন আছিল ?
👉👉 লক্ষ্মী নাৰায়ণ

💕 (৬৩) ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ ?
👉👉 ৫ বছৰ 

💕 (৬৪) পুৰণি অসমৰ যুদ্ধত কোনটো প্ৰাণীক অধিক ব্যৱহাৰ কৰা হৈছিল ?
👉👉 হাতী

💕 (৬৫) সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ?
👉👉 চডিয়াম ক্ল'ৰাইড

💕 (৬৬) উত্তৰ পূবৰ মাটিত প্ৰথম উৰাজাহাজখন কোনখন চহৰত অবতৰণ কৰা হৈছিল ?
👉👉 যোৰহাট 

💕 (৬৭) ভূপেন হাজৰিকাই কিমান চনত অসম ৰত্ন বঁটা লাভ কৰিছিল ?
👉👉 ২০০৮ চনত 

💕 (৬৮) ভাৰতৰ সামৰিক বাহিনীৰ সৰ্বাধিনায়ক কোন ?
👉👉 ৰাষ্ট্ৰপতি 

💕 (৬৯) মানুহৰ মুখত হাড়ৰ সংখ্যা কিমান ?
👉👉 ১৪ ডাল হাড় 

💕 (৭০) ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো ?
👉👉 আৰাৱলী 

💕 (৭১) অসমৰ' চাহৰ চহৰ' বুলি কোনখন চহৰক কোৱা হয় ?
👉👉 ডিব্ৰুগড় চহৰক 

💕 (৭২) বিশুদ্ধ খোৱাপানীৰ ph মান কিমান ?
👉👉 ৭ 

💕 (৭৩) শঙ্কৰদেৱে বৰগীত সমূহ কি ভাষাত লিখিছিল ?
👉👉 ব্ৰজাৱলী ভাষাত 

💕 (৭৪) প্ৰথম ভাৰতীয় উপগ্ৰহ (আৰ্যভট্য) কিমান চনত নিক্ষেপ কৰা হৈছিল ?
👉👉 ১৯৭৫ চনত 

💕 (৭৫) ভাস্ক দা গামা ভাৰতলৈ কেতিয়া আহিছিল ?
👉👉 ১৪৯৮ চনত 

💕 (৭৬) ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক ?
👉👉 কেৰালা

💕 (৭৭) হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান ?
👉👉 ১৮ টা 

💕 (৭৮) 'প্ৰান্তিক' আলোচনীৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন আছিল ?
👉👉 ভবেন্দ্ৰনাথ শইকীয়া 

💕 (৭৯) এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ মানৱ নিৰ্মিত পুখুৰী কোনটো ?
👉👉 জয়সাগৰ পুখুৰী 

💕 (৮০) এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন ?
👉👉 মুখ্যমন্ত্ৰী 

💕 (৮১) 'অলকানন্দা' কবিতা সংকলন খনৰ ৰচক কোন ?
👉👉 নলিনীৱালা দেৱী 

💕 (৮২) ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় ?
👉👉 উচ্চতম ন‍্যায়ালয় 

💕 (৮৩) প্ৰথম অসমীয়া চনেটৰ লিখক কোন ?
👉👉 হেমচন্দ্ৰ গোস্বামী

💕 (৮৪) নিউমোনিয়া ৰোগে শৰীৰৰ কোনটো অংগ প্ৰভাৱিত কৰে ?
👉👉 হাওঁফাঁও 

💕 (৮৫) ভাৰতৰ কোনখন ৰাজ্যত প্ৰথম অ কংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল ?
👉👉 কেৰেলা

💕 (৮৬) পৃথিৱীৰ কোন স্থানত সৰ্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় ?
👉👉 ভাৰতৰ মৌচিনৰাম 

💕 (৮৭) প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যাক চলচিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি ?
👉👉 ভাৰত 

💕 (৮৮) অসমৰ 'গীতিকবি' বুলি কাক আখ্যা দিয়া হয় ?
👉👉 পাৰ্বতী প্ৰসাদ বৰুৱা 

💕 (৮৯) পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম কি ?
👉👉 আফ্ৰিকা

💕 (৯০) পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানী কৰা দেশখনৰ নাম কি ?
👉👉 স্পেইন 

💕 (৯১) কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰী লংকাক পৃথক কৰিছে ?
👉👉 পক প্ৰণালী 

💕 (৯২) বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হয় ?
👉👉 ১৯৫২ চন 

💕 (৯৪) এজন ব্যক্তি ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হবলৈ নূন‍্যতম বয়স কিমান লাগে ?
👉👉 ৩৫ বছৰ 

💕 (৯৫) আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি ?
👉👉 সূৰ্য

💕 (৯৬) শ্বিলং কোনখন
 পাহাৰত অৱস্থিত ?
👉👉 খাছী পাহাৰ

💕 (৯৭) সৌৰজগতৰ কোনটো গ্ৰহৰ সৰ্বাধিক সংখ্যাক উপগ্ৰহ আছে ?
👉👉 শনি 

💕 (৯৮) সৰ্বোচ্চ একৰ মাটিত ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম কি ?
👉👉 কেৰেলা

💕 (৯৯) হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ?
👉👉 ৭৬ বছৰ 

💕 (১০০) অসম বুৰঞ্জীত কেঁকোৰা ৰজা বুলি কাক কোৱা হয় ?
👉👉 চুটিমফা 

💕 (১০১) ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি ?
👉👉 ৰুক্মিণী 

💕 (১০২) অসমত শালি ধানৰ খেতি প্ৰৱৰ্তন কোনে কৰিছিল ?
👉👉 আহোম সকলে

💕 (১০৩) শৰতৰ কবি কোন ?
👉👉 পাৰ্বতী প্ৰসাদ বৰুৱা 

💕 (১০৪) ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ?
👉👉 তিনিখন 

💕 (১০৫) অসম ছাত্ৰ সন্মিলনী গঠন কোন চনত হৈছিল ?
👉👉 ১৯১৬ চনত

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...