Search This Blog

Tuesday, July 19, 2022

Class 3 Assam Jatiya vidyalaya, lesson 3 question answerতৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৬ (ফেটীসাপ আৰু কাউৰী) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ

Class 3 Assam Jatiya vidyalaya, lesson 3 question answer
তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৬ (ফেটীসাপ আৰু কাউৰী) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ 
                ✅ক্ৰিয়া-কলাপ🥰

✅ ১/ একোটিকৈ বাক্যত উত্তৰ লিখা : 
💕 (ক) কাউৰীহালে কি গছত বাহ সাজিছিল ? 25
উত্তৰ👉👉 কাউৰীহালে এজোপা বৰ ডাঙৰ আঁহত গছত বাস কৰিছিল ।

💕 (খ) মাকজনীয়ে ক'লৈ আহাৰ বিচাৰি গৈছিল ? 26
উত্তৰ👉👉 কণমানি দুটাৰ বাবে মাকজনীয়ে ওচৰৰ গাঁওখনলৈ আহাৰ বিচাৰি গৈছিল ।

💕 (গ) মতা কাউৰীটোৱে খুঁটিয়াই অনা হাৰডাল কাৰ আছিল ? 
উত্তৰ👉👉 মতা কাউৰীটোৱে খুঁটিয়াই অনা হাৰডাল ৰাজকুঁৱৰীৰ আছিল ।

✅ ২/ দুই-তিনিটা বাক্যত উত্তৰ লিখা : 
💕 (ক) ফেটিসাপডালক কাউৰীয়ে কেনেকৈ শাস্তি দিয়াইছিল ? 
উত্তৰ👉👉 ৰাজকুঁৱৰীয়ে পিন্ধি থকা হাড় ডাল মতা কাউৰীটোৱে ঠোঁটেৰে নি ফেটীসাপডাল থকা গছজোপাৰ খোৰোংটোত পেলাই দিছিল । তাকে দেখি লিগিৰীহঁতে ৰজাৰ লগুৱাবোৰক খবৰ দিছিল । লগুৱাবোৰে হাৰডাল উদ্ধাৰ কৰিবলৈ গৈ ফেটীসাপডাল দেখি ফেটীসাপডালক ৰজাৰ ওচৰলৈ লৈ যোৱাত ৰজাই সাপডালক বন্ধ পিঞ্জৰাত ভৰাই থৈছিল। এনেদৰেই ফেটীসাপডালক কাউৰীয়ে শাস্তি দিয়াইছিল ।


💕 (খ) ফেটীসাপডালক ৰজাই ক'ত ৰাখিছিল ? 
উত্তৰ👉👉 ফেটীসাপডালক ৰজাই বন্ধ পিঞ্জৰাত ৰাখিছিল ।

✅ ৩/ কোনে কৈছিল, কাক কৈছিল : 
💕 (ক) "আমি হ'লো উৰণীয়া পখী ।" 
উত্তৰ👉👉 মাইকী কাউৰীটোৱে মতা কাউৰীটোক কৈছিল ।

💕 (খ) "তুমি হ'লা দুর্বল পখী । তুমি কেনেদৰে তাক শাস্তি দিবা ?"
উত্তৰ👉👉 মাইকী কাউৰীটোৱে  মতা কাউৰীটোক কৈছিল।

❤️৪/ সাধুটো নিজৰ ভাষাৰে কোৱা । 
উত্তৰ👉👉

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...