Class 3 Assam Jatiya vidyalaya, lesson 3 question answer
তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৬ (ফেটীসাপ আৰু কাউৰী) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
✅ক্ৰিয়া-কলাপ🥰
✅ ১/ একোটিকৈ বাক্যত উত্তৰ লিখা :
💕 (ক) কাউৰীহালে কি গছত বাহ সাজিছিল ? 25
উত্তৰ👉👉 কাউৰীহালে এজোপা বৰ ডাঙৰ আঁহত গছত বাস কৰিছিল ।
💕 (খ) মাকজনীয়ে ক'লৈ আহাৰ বিচাৰি গৈছিল ? 26
উত্তৰ👉👉 কণমানি দুটাৰ বাবে মাকজনীয়ে ওচৰৰ গাঁওখনলৈ আহাৰ বিচাৰি গৈছিল ।
💕 (গ) মতা কাউৰীটোৱে খুঁটিয়াই অনা হাৰডাল কাৰ আছিল ?
উত্তৰ👉👉 মতা কাউৰীটোৱে খুঁটিয়াই অনা হাৰডাল ৰাজকুঁৱৰীৰ আছিল ।
✅ ২/ দুই-তিনিটা বাক্যত উত্তৰ লিখা :
💕 (ক) ফেটিসাপডালক কাউৰীয়ে কেনেকৈ শাস্তি দিয়াইছিল ?
উত্তৰ👉👉 ৰাজকুঁৱৰীয়ে পিন্ধি থকা হাড় ডাল মতা কাউৰীটোৱে ঠোঁটেৰে নি ফেটীসাপডাল থকা গছজোপাৰ খোৰোংটোত পেলাই দিছিল । তাকে দেখি লিগিৰীহঁতে ৰজাৰ লগুৱাবোৰক খবৰ দিছিল । লগুৱাবোৰে হাৰডাল উদ্ধাৰ কৰিবলৈ গৈ ফেটীসাপডাল দেখি ফেটীসাপডালক ৰজাৰ ওচৰলৈ লৈ যোৱাত ৰজাই সাপডালক বন্ধ পিঞ্জৰাত ভৰাই থৈছিল। এনেদৰেই ফেটীসাপডালক কাউৰীয়ে শাস্তি দিয়াইছিল ।
💕 (খ) ফেটীসাপডালক ৰজাই ক'ত ৰাখিছিল ?
উত্তৰ👉👉 ফেটীসাপডালক ৰজাই বন্ধ পিঞ্জৰাত ৰাখিছিল ।
✅ ৩/ কোনে কৈছিল, কাক কৈছিল :
💕 (ক) "আমি হ'লো উৰণীয়া পখী ।"
উত্তৰ👉👉 মাইকী কাউৰীটোৱে মতা কাউৰীটোক কৈছিল ।
💕 (খ) "তুমি হ'লা দুর্বল পখী । তুমি কেনেদৰে তাক শাস্তি দিবা ?"
উত্তৰ👉👉 মাইকী কাউৰীটোৱে মতা কাউৰীটোক কৈছিল।
❤️৪/ সাধুটো নিজৰ ভাষাৰে কোৱা ।
উত্তৰ👉👉
No comments:
Post a Comment