YouTube Channel টো Subscribe কৰিবলৈ তলত দিয়া Link টোত Click কৰা । 👇👇
💕 (১) শব্দ প্ৰদূষণ জোখা এককটো কি ?
👉👉 ডেচিবল
💕 (২) ভিটামিন- A ৰ প্ৰধান উৎস কি ?
👉👉 সেউজীয়া শাক-পাচলি
💕 (৩) লাওখোৱা অভয়াৰণ্য কোনখন জিলাত আছে ?
👉👉 নগাঁও
💕 (৪) অসামৰিক সেৱা দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২১ এপ্ৰিল
💕 (৫) কোন বিধ গছে আটাইতকৈ বেছি ফল দিয়ে ?
👉👉 নাচপতি
💕 (৬) বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি ?
👉👉 নাইট্ৰজেন
💕 (৭) লটা কটা কাৰ দিনত হৈছিল ?
👉👉 ৰাজেশ্বৰ সিংহ
💕 (৮) ভিটামিন- A ৰ ৰাসায়নিক নাম কি ?
👉👉 ৰেটিনল
💕 (৯) কোন বিধ প্ৰাণীৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি ?
👉👉 শামুক
💕 (১০) অসম চুক্তি স্বাক্ষৰিত কোন চনত কৰা হৈছিল ?
👉👉 ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে
💕 (১১) কাকৈ জানা অভয়াৰণ্য কোন খন জিলাত আছে ?
👉👉 বঙাইগাঁও
💕 (১২) ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল ?
👉👉 ১৬৬৩ চনত
💕 (১৩) জালিৱানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ?
👉👉 ১৯১৯
💕 (১৪) গিবন অভয়াৰণ্যৰ মূল আকৰ্ষণ কি ?
👉👉 হলৌ বান্দৰ
💕 (১৫) আৰিমত্ত বংশৰ শেষ ৰজা কোন আছিল ?
👉👉 মৃগাংক
💕 (১৬) অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা কিমান ?
👉👉 ১৪ টা
💕 (১৭) অসম দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২ ডিচেম্বৰ তাৰিখে
💕 (১৮) ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ?
👉👉 শোণিতপুৰ জিলাত
💕 (১৯) লক্ষ্মীনাথ বেজবৰুৱাৰ "অ' মোৰ আপোনাৰ দেশ" শীৰ্ষক গীতটি কি নামেৰে বাঁহী' আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?
👉👉মোৰ দেশ
💕 (২০) ইয়াণ্ডাবু সন্দিৰ সময়ত ব্ৰহ্মদেশৰ ৰাজধানী কি আছিল ?
👉👉 আভা
💕 (২১) 'প্ৰান্তিক' আলোচনীখনৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন ?
👉👉 ভৱেন্দ্ৰ নাথ শইকীয়া
💕 (২২) বুঢ়া চাপৰি অভয়াৰণ্য কিহৰ বাবে বিখ্যাত ?
👉👉 উলূম'ৰা পক্ষীৰ বাবে ।
💕 (২৩) মহিৰংগ দানৱৰ ৰাজধানী কি আছিল ?
👉👉 মৈৰাংক পৰ্বত
💕 (২৪) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল ?
👉👉 ধুৱাহাট-বেলগুৰি
💕 (২৫) অসমৰ 35 তম জিলা হিচাপে কোনখন জিলাক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ?
👉👉 তামুলপুৰ
💕 (২৬) বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায় ?
👉👉 মেছ'স্ফিয়েৰ
💕 (২৭) বড়ো ভাষা কোনটো পৰিয়ালৰ ভাষা ?
👉👉 চীন তিব্বতীয়
💕 (২৮) সমুদ্ৰ বন্ধু বুলি কাক কোৱা হয় ?
👉👉 গ্ৰেট ব্ৰিটেইন
💕 (২৯) অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে ?
👉👉 ৩৪%
💕 (৩০) দ্বিতীয় অসমীয়া বোলছবি খনৰ নাম কি ?
👉👉 ইন্দ্ৰমালতী
💕 (৩১) অলপতে প্ৰথম ভাৰত মধ্য এছিয়া শিখৰ সন্মিলন খনৰ আয়োজন কোনে কৰিছে ?
👉👉 নৰেন্দ্ৰ মোদীয়ে ।
💕 (৩২) মিচিং ভাষাই কোনটো লিপি গ্ৰহণ কৰিছে ?
👉👉 ৰোমান
💕 (৩৩) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান ?
👉👉 ৯১৪ বৰ্গ কি:মি:
💕 (৩৪) কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ৰূপে জনা যায় ?
👉👉 ওৰাং
💕 (৩৫) শেহতীয়াকৈ জাৰি হোৱা ৰিপোৰ্ট অনুসৰি পৃথিৱীৰ সকলোতকৈ মূল্যবান ব্ৰেণ্ড কোনটো ?
👉👉 এপ্পল
💕 (৩৬) শংকৰদেৱৰ বৰগীত সমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি গৈছিল ?
👉👉 কমলা গায়ন
💕 (৩৭) এজন পূৰ্ণবয়স্ক সুস্থ ব্যক্তিৰ প্ৰতি মিনিটত হৃৎস্পন্দনৰ মাত্ৰা কিমান ?
👉👉 ৭২ বাৰ
💕 (৩৮) অলপতে চৰণজিত সিংৰ মৃত্যু হয় । তেওঁ কোন আছিল ?
👉👉 হকী খেলুৱৈ
💕 (৩৯) বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ৭ এপ্ৰিল তাৰিখে
💕 (৪০) অলপতে কোনখন দেশৰ প্ৰসিদ্ধ কথকলী নৃত্যঙ্গনা মিলেনা ছালবিনীৰ মৃত্যু হয় ?
👉👉 ফ্ৰান্স দেশৰফ
💕 (৪১) মানুহৰ হৃদয়ত কিমানটা কোষ আছে ?
👉👉 চাৰিটা
💕 (৪২) শেহতীয়াকৈ ভাৰতে কোনখন দেশৰ সৈতে স্বাস্থ্য অনুসন্ধানৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ?
👉👉 ফ্ৰান্স
💕 (৪৩) আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
👉👉 ল্যুচানে (চুইজাৰলেণ্ড)
💕 (৪৪) ২০২২ বৰ্ষৰ গণতন্ত্ৰ দিৱসত গৃহ মন্ত্ৰালয়ে কিমানজন ব্যক্তিক পদ্মবিভূষণেৰে ?
👉👉
💕 (৪৫) দ্বিতীয় বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণটো কি আছিল ?
👉👉 জাৰ্মানীৰ পোলেণ্ড আক্ৰমণ
💕 (৪৬) চন্দ্ৰভাৰতী নামে কোনজন কবি বিখ্যাত ?
👉👉 ভট্ৰদেৱ
💕 (৪৭) ব্ৰাহ্মী লিপি কোনফালৰ পৰা লিখা হয় ?
👉👉 বাওঁফালৰ পৰা সোঁফাললৈ
💕 (৪৮) ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কিমান চনত বহে ?
👉👉 ১৮৩৭ চনত
💕 (৪৯) 'চাউদাং' শব্দৰ অৰ্থ কি ?
👉👉 নগৰ ৰক্ষক আৰু দোষীক শাস্তি দিয়া এটা খেল
💕 (৫০) ৰীতা চৌধুৰীৰ 'দেওলাংখুই' প্রকাশৰ চনটো ?
👉👉 ২০০৫ চনত
💕 (৫১) ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি ?
👉👉 শিহু
💕 (৫২) তপোবন আশ্ৰম কোনখন অভয়াৰণ্যত আছে ?
👉👉 চক্ৰশিলা
💕 (৫৩) জয়পুৰ বৰ্ষাৰন্য কোনখন জিলাত আছে ?
👉👉 ডিব্ৰুগড়
💕 (৫৪) ত্যাগবীৰ বুলি কাক কোৱা হয় ?
👉👉 হেমচন্দ্ৰ বৰুৱা
💕 (৫৫) দেশপ্ৰাণ বুলি কাক কোৱা হয় ?
👉👉 লক্ষ্মীধৰ শৰ্মা
💕 (৫৬) 'জিকিৰ' আৰৱী কোনটো শব্দৰ অসমীয়া ৰূপ ?
👉👉 চিকৰ
💕 (৫৭) 'চাহেবপুৰাৰ বৰষুণ' নামৰ জনপ্ৰিয় উপন্যাসখনৰ ৰচক কোন ?
👉👉 অনুৰাধা শৰ্মা পূজাৰী
💕 (৫৮) শংকৰদেৱে কাৰ অনুৰোধত 'কালিয়দমন' নাট ৰচনা কৰে ?
👉👉 ৰামৰায়ৰ অনুৰোধত
💕 (৫৯) 'নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী' কাৰ গ্ৰন্থ ?
👉👉 ডিম্বেশ্বৰ নেওগ
💕 (৬০) "তেজপিয়া" শব্দটো অসমীয়া ভাষালৈ কোনটো ভাষাৰ পৰা আহিছে ?
👉👉 কোল মুণ্ডা
💕 (৬১) "ভেজাল" শব্দটো অসমীয়া ভাষালৈ কোনটো ভাষাৰ পৰা আহিছে ?
👉👉 বাংলা ভাষাৰ পৰা
No comments:
Post a Comment