Search This Blog

Monday, July 25, 2022

Assamese GK 2022. Most Important for Grade 3 & Grade 4 Exam.Common Question Answer for Grade 3 & Grade 4 Exam.

Assamese GK 2022. Most Important for Grade 3 & Grade 4 Exam.Common Question Answer for Grade 3 & Grade 4 Exam.


YouTube Channel টো Subscribe কৰিবলৈ তলত দিয়া Link টোত Click কৰা । 👇👇


💕 (১) শব্দ প্ৰদূষণ জোখা এককটো কি ?
👉👉 ডেচিবল 

💕 (২) ভিটামিন- A ৰ প্ৰধান উৎস কি ?
👉👉 সেউজীয়া শাক-পাচলি 

💕 (৩) লাওখোৱা অভয়াৰণ্য কোনখন জিলাত আছে ?
👉👉 নগাঁও

💕 (৪) অসামৰিক সেৱা দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২১ এপ্ৰিল

💕 (৫) কোন বিধ গছে আটাইতকৈ বেছি ফল দিয়ে ?
👉👉 নাচপতি 

💕 (৬) বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধৰ নাম কি ?
👉👉 নাইট্ৰজেন

💕 (৭) লটা কটা কাৰ দিনত হৈছিল ?
👉👉 ৰাজেশ্বৰ সিংহ

💕 (৮) ভিটামিন- A ৰ ৰাসায়নিক নাম কি ?
👉👉 ৰেটিনল 

💕 (৯) কোন বিধ প্ৰাণীৰ দাঁতৰ সংখ্যা আটাইতকৈ বেছি ?
👉👉 শামুক 

💕 (১০) অসম চুক্তি স্বাক্ষৰিত কোন চনত কৰা হৈছিল ?
👉👉 ১৯৮৫ চনৰ ১৫ আগষ্ট তাৰিখে 

💕 (১১) কাকৈ জানা অভয়াৰণ্য কোন খন জিলাত আছে ?
👉👉 বঙাইগাঁও

💕 (১২) ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল ?
👉👉 ১৬৬৩ চনত 

💕 (১৩) জালিৱানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ?
👉👉 ১৯১৯ 

💕 (১৪) গিবন অভয়াৰণ্যৰ মূল আকৰ্ষণ কি ?
👉👉 হলৌ বান্দৰ 

💕 (১৫) আৰিমত্ত বংশৰ শেষ ৰজা কোন আছিল ?
👉👉 মৃগাংক 

💕 (১৬) অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা কিমান ?
👉👉 ১৪ টা 

💕 (১৭) অসম দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২ ডিচেম্বৰ তাৰিখে

💕 (১৮) ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ?
👉👉 শোণিতপুৰ জিলাত

💕 (১৯) লক্ষ্মীনাথ বেজবৰুৱাৰ "অ' মোৰ আপোনাৰ দেশ" শীৰ্ষক গীতটি কি নামেৰে বাঁহী' আলোচনীত প্ৰথম প্ৰকাশ হৈছিল ?
👉👉মোৰ দেশ 

💕 (২০) ইয়াণ্ডাবু সন্দিৰ সময়ত ব্ৰহ্মদেশৰ ৰাজধানী কি আছিল ?
👉👉 আভা 

💕 (২১) 'প্ৰান্তিক' আলোচনীখনৰ প্ৰতিষ্ঠাপকৰ মুখ্য সম্পাদক কোন ?
👉👉 ভৱেন্দ্ৰ নাথ শইকীয়া

💕 (২২) বুঢ়া চাপৰি অভয়াৰণ্য কিহৰ বাবে বিখ্যাত ?
👉👉 উলূম'ৰা পক্ষীৰ বাবে ।

💕 (২৩) মহিৰংগ দানৱৰ ৰাজধানী কি আছিল ?
👉👉 মৈৰাংক পৰ্বত 

💕 (২৪) শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কোন ঠাইত হৈছিল ?
👉👉 ধুৱাহাট-বেলগুৰি 

💕 (২৫) অসমৰ 35 তম জিলা হিচাপে কোনখন জিলাক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে ?
👉👉 তামুলপুৰ 

💕 (২৬) বায়ুমণ্ডলৰ কোনটো স্তৰত উল্কা দেখা যায় ?
👉👉 মেছ'স্ফিয়েৰ 

💕 (২৭) বড়ো ভাষা কোনটো পৰিয়ালৰ ভাষা ?
👉👉 চীন তিব্বতীয় 

💕 (২৮) সমুদ্ৰ বন্ধু বুলি কাক কোৱা হয় ?
👉👉 গ্ৰেট ব্ৰিটেইন 

💕 (২৯) অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে ?
👉👉 ৩৪%

💕 (৩০) দ্বিতীয় অসমীয়া বোলছবি খনৰ নাম কি ?
👉👉 ইন্দ্ৰমালতী 

💕 (৩১) অলপতে প্ৰথম ভাৰত মধ্য এছিয়া শিখৰ সন্মিলন খনৰ আয়োজন কোনে কৰিছে ?
👉👉 নৰেন্দ্ৰ মোদীয়ে ।

💕 (৩২) মিচিং ভাষাই কোনটো লিপি গ্ৰহণ কৰিছে ?
👉👉 ৰোমান 

💕 (৩৩) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান ?
👉👉 ৯১৪ বৰ্গ কি:মি:

💕 (৩৪) কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান ৰূপে জনা যায় ?
👉👉 ওৰাং 

💕 (৩৫) শেহতীয়াকৈ জাৰি হোৱা ৰিপোৰ্ট অনুসৰি পৃথিৱীৰ সকলোতকৈ মূল‍্যবান ব্ৰেণ্ড কোনটো ?
👉👉 এপ্পল 

💕 (৩৬) শংকৰদেৱৰ বৰগীত সমূহ কোনে আওঁৰাবলৈ নিওঁতে জুইত পুৰি গৈছিল ?
👉👉 কমলা গায়ন 

💕 (৩৭) এজন পূৰ্ণবয়স্ক সুস্থ ব্যক্তিৰ প্ৰতি মিনিটত হৃৎস্পন্দনৰ মাত্ৰা কিমান ?
👉👉 ৭২ বাৰ 

💕 (৩৮) অলপতে চৰণজিত সিংৰ মৃত্যু হয় । তেওঁ কোন আছিল ?
👉👉 হকী খেলুৱৈ

💕 (৩৯) বিশ্ব স্বাস্থ্য দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ৭ এপ্ৰিল তাৰিখে 

💕 (৪০) অলপতে কোনখন দেশৰ প্ৰসিদ্ধ কথকলী নৃত্যঙ্গনা মিলেনা ছালবিনীৰ মৃত্যু হয় ?
👉👉 ফ্ৰান্স দেশৰফ

💕 (৪১) মানুহৰ হৃদয়ত কিমানটা কোষ আছে ?
👉👉 চাৰিটা 

💕 (৪২) শেহতীয়াকৈ ভাৰতে কোনখন দেশৰ সৈতে স্বাস্থ্য অনুসন্ধানৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ?
👉👉 ফ্ৰান্স

💕 (৪৩) আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ?
👉👉 ল‍্যুচানে (চুইজাৰলেণ্ড) 

💕 (৪৪) ২০২২ বৰ্ষৰ গণতন্ত্ৰ দিৱসত গৃহ মন্ত্ৰালয়ে কিমানজন ব্যক্তিক পদ্মবিভূষণেৰে ?
👉👉 

💕 (৪৫) দ্বিতীয় বিশ্বযুদ্ধৰ তাৎক্ষণিক কাৰণটো কি আছিল ?
👉👉 জাৰ্মানীৰ পোলেণ্ড আক্ৰমণ 

💕 (৪৬) চন্দ্ৰভাৰতী নামে কোনজন কবি বিখ্যাত ?
👉👉 ভট্ৰদেৱ 

💕 (৪৭) ব্ৰাহ্মী লিপি কোনফালৰ পৰা লিখা হয় ?
👉👉 বাওঁফালৰ পৰা সোঁফাললৈ 

💕 (৪৮) ৰাণী ভিক্টোৰিয়া ব্ৰিটিছ সিংহাসনত কিমান চনত বহে ?
👉👉 ১৮৩৭ চনত 

💕 (৪৯) 'চাউদাং' শব্দৰ অৰ্থ কি ?
👉👉 নগৰ ৰক্ষক আৰু দোষীক শাস্তি দিয়া এটা খেল 

💕 (৫০) ৰীতা চৌধুৰীৰ 'দেওলাংখুই' প্রকাশৰ চনটো ?
👉👉 ২০০৫ চনত 

💕 (৫১) ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কি ?
👉👉 শিহু

💕 (৫২) তপোবন আশ্ৰম কোনখন অভয়াৰণ্যত আছে ?
👉👉 চক্ৰশিলা 

💕 (৫৩) জয়পুৰ বৰ্ষাৰন‍্য কোনখন জিলাত আছে ?
👉👉 ডিব্ৰুগড় 

💕 (৫৪) ত্যাগবীৰ বুলি কাক কোৱা হয় ?
👉👉 হেমচন্দ্ৰ বৰুৱা 

💕 (৫৫) দেশপ্ৰাণ বুলি কাক কোৱা হয় ?
👉👉 লক্ষ্মীধৰ শৰ্মা 

💕 (৫৬) 'জিকিৰ' আৰৱী কোনটো শব্দৰ অসমীয়া ৰূপ ?
👉👉 চিকৰ

💕 (৫৭) 'চাহেবপুৰাৰ বৰষুণ' নামৰ জনপ্ৰিয় উপন্যাসখনৰ ৰচক কোন ?
👉👉 অনুৰাধা শৰ্মা পূজাৰী 

💕 (৫৮) শংকৰদেৱে কাৰ অনুৰোধত 'কালিয়দমন' নাট ৰচনা কৰে ?
👉👉 ৰামৰায়ৰ অনুৰোধত

💕 (৫৯) 'নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী' কাৰ গ্ৰন্থ ?
👉👉 ডিম্বেশ্বৰ নেওগ 

💕 (৬০) "তেজপিয়া" শব্দটো অসমীয়া ভাষালৈ কোনটো ভাষাৰ পৰা আহিছে ?
👉👉 কোল মুণ্ডা 

💕 (৬১) "ভেজাল" শব্দটো অসমীয়া ভাষালৈ কোনটো ভাষাৰ পৰা আহিছে ?
👉👉 বাংলা ভাষাৰ পৰা

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...