Search This Blog

Tuesday, July 12, 2022

Common GK Question Answer for Competitive exams. Assamese Mix GK. Assamese GK.Assam GK. General Knowledge

Common GK Question Answer for Competitive exams. Assamese Mix GK. Assamese GK.Assam GK. General Knowledge.

                 🥰*গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ*✅
(১)২০২০ চনত অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল ?
উত্তৰ👉👉 ২০২০ চনত জাপানত অলিম্পিক অনুষ্ঠিত হৈছিল ।

(২) ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী জনৰ নাম কি ? 
উত্তৰ👉👉 ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী জনৰ নাম হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ।

(৩) পথৰুঘাটৰ ৰণ/যুদ্ধ ক'ত সংঘটিত হৈছিল ?
উত্তৰ👉👉 পথৰুঘাটৰ ৰণ/যুদ্ধ দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত হৈছিল ।


(৪) ২০২২ Fifa বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব ? 
উত্তৰ👉👉 ২০২২ Fifa বিশ্বকাপ কাটাৰত অনুষ্ঠিত হ'ব ।

(৫) ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল । 
উত্তৰ👉👉 ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন হৈছিল ।

(৬) আনন্দমঠৰ লিখক কোন ?
উত্তৰ👉👉 আনন্দমঠৰ লিখক হ'ল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ।

(৭) ভাৰতত উচ্চতম ন্যায়ালয় ক'ত আছে ?
উত্তৰ👉👉 ভাৰতত উচ্চতম ন্যায়ালয় দিল্লীত আছে ।

(৮) ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন ?
উত্তৰ👉👉 ৰাষ্ট্ৰীয় সংগীতৰ ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ ।

(৯) সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল?
উত্তৰ👉👉সতী সাধিনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল ।

(১০) ৰামায়ন কোনে লিখিছিল ?
উত্তৰ👉👉ৰামায়ণ বাল্মীকিয়ে লিখিছিল ।

(১১) হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা ?
উত্তৰ👉👉হালধীয়া চৰায়ে বাওধান খায় হোমেন বৰগোহাঞি ৰ ৰচনা ।

(১২) অসমৰ ডাঙৰ ভূমিকম্প কিমান চনত হৈছিল ?
উত্তৰ👉👉 অসমৰ ডাঙৰ ভূমিকম্প কিমান 1950 চনত হৈছিল ।

(১৩) কিমান চনত অসম চুক্তি হৈছিল ?
উত্তৰ👉👉 1985 চনত অসম চুক্তি হৈছিল ।


(১৪) কিমান চনত শৰাইঘাটৰ যুদ্ধ হৈছিল ?
উত্তৰ👉👉 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল ।

(১৫) হেমকোষ কি ?
উত্তৰ👉👉 হেমকোষ হৈছে এখন অভিধান ।

(১৬) অৰুণাচলৰ ৰাজধানী খনৰ নাম লিখা ?
উত্তৰ👉👉 অৰুণাচলৰ ৰাজধানী খনৰ নাম হৈছে ইটানগৰ ।


(১৭) 56th জ্ঞানপীঠ বঁটা কোনে লাভ কৰে ?
উত্তৰ👉👉56th জ্ঞানপীঠ বঁটা নীলমণি ফুকনে লাভ কৰে ।

(১৮) জয়মতী বোলছবি খনৰ পৰিচালক কোন আছিল ?
 উত্তৰ👉👉 জয়মতী বোলছবি খনৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।

(১৯) নামঘোষা কাৰ ৰচনা?
উত্তৰ👉👉 নামঘোষা মাধৱদেৱৰ ৰচনা ।


(২০) অসমৰ লোকসভাৰ আসন কিমানখন?
উত্তৰ👉👉 অসমৰ লোকসভাৰ আসন 14 খন ।

(২১) বৰদলৈ ট্ৰফি কোনটো খেলৰ লগত জড়িত ? 
উত্তৰ👉👉 বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত ।

(২২) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম লিখা ।
উত্তৰ👉👉 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম হ'ল এছিয়া ।

(২৩) অসম কেশৰী কোন?
উত্তৰ👉👉 অম্বিকা গিৰি ৰায়চৌধুৰী 

(২৪) মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ👉👉 মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল অনিৰুদ্ধদেৱে ।

(২৫) উমানন্দ মন্দিৰত কাক পূজা কৰা হয়? 
উত্তৰ👉👉 উমানন্দ মন্দিৰত শিৱ পূজা কৰা হয় ।

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...