Common GK Question Answer for Competitive exams. Assamese Mix GK. Assamese GK.Assam GK. General Knowledge.
(১)২০২০ চনত অলিম্পিক ক'ত অনুষ্ঠিত হৈছিল ?
উত্তৰ👉👉 ২০২০ চনত জাপানত অলিম্পিক অনুষ্ঠিত হৈছিল ।
(২) ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী জনৰ নাম কি ?
উত্তৰ👉👉 ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী জনৰ নাম হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ।
(৩) পথৰুঘাটৰ ৰণ/যুদ্ধ ক'ত সংঘটিত হৈছিল ?
উত্তৰ👉👉 পথৰুঘাটৰ ৰণ/যুদ্ধ দৰং জিলাৰ পথৰুঘাট নামৰ ঠাইত হৈছিল ।
(৪) ২০২২ Fifa বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব ?
উত্তৰ👉👉 ২০২২ Fifa বিশ্বকাপ কাটাৰত অনুষ্ঠিত হ'ব ।
(৫) ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল ।
উত্তৰ👉👉 ভাৰতীয় জাতীয় কংগ্ৰেছ 1885 চনত গঠন হৈছিল ।
(৬) আনন্দমঠৰ লিখক কোন ?
উত্তৰ👉👉 আনন্দমঠৰ লিখক হ'ল বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় ।
(৭) ভাৰতত উচ্চতম ন্যায়ালয় ক'ত আছে ?
উত্তৰ👉👉 ভাৰতত উচ্চতম ন্যায়ালয় দিল্লীত আছে ।
(৮) ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন ?
উত্তৰ👉👉 ৰাষ্ট্ৰীয় সংগীতৰ ৰচক ৰবীন্দ্ৰনাথ ঠাকুৰ ।
(৯) সতী সাধিনী কোন ৰাজবংশৰ ৰাণী আছিল?
উত্তৰ👉👉সতী সাধিনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল ।
(১০) ৰামায়ন কোনে লিখিছিল ?
উত্তৰ👉👉ৰামায়ণ বাল্মীকিয়ে লিখিছিল ।
(১১) হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা ?
উত্তৰ👉👉হালধীয়া চৰায়ে বাওধান খায় হোমেন বৰগোহাঞি ৰ ৰচনা ।
(১২) অসমৰ ডাঙৰ ভূমিকম্প কিমান চনত হৈছিল ?
উত্তৰ👉👉 অসমৰ ডাঙৰ ভূমিকম্প কিমান 1950 চনত হৈছিল ।
(১৩) কিমান চনত অসম চুক্তি হৈছিল ?
উত্তৰ👉👉 1985 চনত অসম চুক্তি হৈছিল ।
(১৪) কিমান চনত শৰাইঘাটৰ যুদ্ধ হৈছিল ?
উত্তৰ👉👉 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল ।
(১৫) হেমকোষ কি ?
উত্তৰ👉👉 হেমকোষ হৈছে এখন অভিধান ।
(১৬) অৰুণাচলৰ ৰাজধানী খনৰ নাম লিখা ?
উত্তৰ👉👉 অৰুণাচলৰ ৰাজধানী খনৰ নাম হৈছে ইটানগৰ ।
(১৭) 56th জ্ঞানপীঠ বঁটা কোনে লাভ কৰে ?
উত্তৰ👉👉56th জ্ঞানপীঠ বঁটা নীলমণি ফুকনে লাভ কৰে ।
(১৮) জয়মতী বোলছবি খনৰ পৰিচালক কোন আছিল ?
উত্তৰ👉👉 জয়মতী বোলছবি খনৰ পৰিচালক আছিল জ্যোতিপ্ৰসাদ আগৰৱালা।
(১৯) নামঘোষা কাৰ ৰচনা?
উত্তৰ👉👉 নামঘোষা মাধৱদেৱৰ ৰচনা ।
(২০) অসমৰ লোকসভাৰ আসন কিমানখন?
উত্তৰ👉👉 অসমৰ লোকসভাৰ আসন 14 খন ।
(২১) বৰদলৈ ট্ৰফি কোনটো খেলৰ লগত জড়িত ?
উত্তৰ👉👉 বৰদলৈ ট্ৰফি ফুটবল খেলৰ লগত জড়িত ।
(২২) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম লিখা ।
উত্তৰ👉👉 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম হ'ল এছিয়া ।
(২৩) অসম কেশৰী কোন?
উত্তৰ👉👉 অম্বিকা গিৰি ৰায়চৌধুৰী
(২৪) মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ👉👉 মায়ামৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল অনিৰুদ্ধদেৱে ।
(২৫) উমানন্দ মন্দিৰত কাক পূজা কৰা হয়?
উত্তৰ👉👉 উমানন্দ মন্দিৰত শিৱ পূজা কৰা হয় ।
No comments:
Post a Comment