Search This Blog
Tuesday, June 7, 2022
তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৩ (সোণৰ মোহৰ দিয়া সাপৰ কথা) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ |
Saturday, June 4, 2022
DHS Grade 4 Exam Previous Year Solved Question Paper. DHS,DHSFW,DME PREVIOUS YEAR SOLVED QUESTION PAPER.
Sunday, May 29, 2022
D.EL.ED Pet Answer key 29 may 2022. D.EL.ED Question Paper 29 May 2022
Saturday, May 28, 2022
Assam Jatiya vidyalaya class 5 Assamese 1st Unit test Question Paper answer
Thursday, May 26, 2022
অসম জাতীয় বিদ্যালয়, তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ২ (নিগনি আৰু হাতী) পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ
Monday, May 23, 2022
Assamese Mix GK For Assam police, DHS Exam Assam, DHS/DMS/DHSFW/AYUSH/Assam TET/B.ED/D.EL.ED
Assamese Mix GK For Assam police, DHS Exam Assam, DHS/DMS/DHSFW/AYUSH/Assam TET/B.ED/D.EL.ED
💕 (১) অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে ?
👉👉 ৭ খন
💕 (২) হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল ?
👉👉 প্ৰহ্লাদ চৰিত
💕 (৩) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ জন কোন ?
👉👉 বসন্ত কুমাৰ
💕 (৪) উদ্ভিদৰ পাতৰ সেউজীয়া ৰঙৰ কাৰণ কি ?
👉👉 উদ্ভিদৰ পাতৰ ক্ল'ৰফিল থকাৰ বাবে ।
💕 (৫) ২০২১ বৰ্ষত বিশ্ব গঁড় দিৱসৰ দিনা অসম চৰকাৰৰ দ্বাৰা একেলগে কিমানটা গঁড়ৰ খৰ্গ জুইত পুৰি নষ্ট কৰি দিয়া হয় ?
👉👉 ২৫০০
💕 (৬) 'পলিটিক্স' গ্ৰন্থখন কোনে লিখিছিল ?
👉👉 এৰিষ্ট'টল
💕 (৭) অসমৰ পশ্চিম দিশত থকা ৰাজ্য খনৰ নাম কি ?
👉👉 মেঘালয়, আৰু পশ্চিমবংগ
💕 (৮) কোনজন ব্যক্তি বিয়াল্লিছৰ 'ভাৰত ত্যাগ' আন্দোলনত শ্বহীদ হৈছিল ?
👉👉 কুশল কোঁৱৰ
💕 (৯) ভাৰতীয় সংবিধানৰ লক্ষ্য নিৰ্ধাৰণ মূলক প্ৰস্তাৱ কোনে দাঙি ধৰিছিল ?
👉👉 জৱাহৰলাল নেহৰু
💕 (১০) দক্ষিণ মেৰু কোনে আবিষ্কাৰ কৰিছিল ?
👉👉 এমাণ্ডচেন
💕 (১১) অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত সাধাৰণতে সোণালী বান্দৰ দেখা যায় ?
👉👉 ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান
💕 (১২) ৰাজনীতি শব্দটো কি ভাষাৰ 'পলিচ' শব্দৰ পৰা উৎপত্তি হৈছে ?
👉👉 গ্ৰীক
💕 (১৩) কোন চনত ঘিলাঝাৰী ঘাটৰ চুক্তি হয় ?
👉👉 ১৬৬৩ চনত
💕 (১৪) সামৰিক বাহিনীৰ মুখ্য সেনাধ্যক্ষ জন কোন ?
👉👉 ৰাষ্ট্ৰপতি
💕 (১৫) ২০২০ বৰ্ষৰ অসমীয়া ভাষাত সাহিত্য অকাডেমি অনুবাদ বঁটা বিজয়ী গ্ৰন্থ খনৰ নাম কি ?
👉👉 ভাৰতীয় সংস্কৃতিৰ ভিত্তি
💕 (১৬) কলীয়া ভোমোৰা বৰুৱাৰ প্ৰকৃত নাম কি আছিল ?
👉👉 গেন্ধেলা
💕 (১৭) ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা ?
👉👉 ছয়টা
💕 (১৮) প্ৰথম অসমীয়া মহিলা আলোচনী খনৰ নাম কি ?
👉👉 ঘৰ জেউতী
💕 (১৯) অসমত প্ৰথম অ কংগ্ৰেছী চৰকাৰ কেতিয়া গঠন হয় ?
👉👉 ১৯৭৮, ১২ মাৰ্চ
💕 (২০) কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল ?
👉👉 ১৯৪৬ চনৰ মাৰ্চ মাহত
💕 (২১) চন্দগুপ্ত মৌৰ্য কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল ?
👉👉 সেলিউকছ
💕 (২২) কাক স্বায়ত্ব শাসনৰ পিতৃ বুলি কোৱা হয় ?
👉👉 লৰ্ড ৰিপন
💕 (২৩) ভীষ্মক কোন ৰাজ্যৰ ৰজা আছিল ?
👉👉 বিদৰ্ভ
💕 (২৪) ৰাষ্ট্ৰ সংঘ চনদ বলবৎ কোন চনত কোন তাৰিখে হয় ?
👉👉 ১৯৪৫ চনৰ ২৪ অক্টোবৰ
💕 (২৫) কোনে তুৰ্বকক হত্যা কৰিছিল ?
👉👉 কনচেং বৰপাত্ৰগোঁহাই
💕 (২৬) ভাৰতীয় সংবিধানৰ পিতৃ স্বৰূপ ব্যক্তিজন কোন ?
👉👉 বি.আৰ. আম্বেদকাৰ
💕 (২৭) অৰ্থশাস্ত্ৰ ৰ লিখক কোন আছিল ?
👉👉 কোটিল্য
💕 (২৮) বৃন্দাবনত কোনে প্লাৱিত কৰিছিল ?
👉👉 বৃন্দাবনত ইন্দ্ৰই প্লাৱিত কৰিছিল
💕 (২৯) ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হয় ?
👉👉 ১৯৫০ চনৰ ২৬ জানুৱাৰী
💕 (৩০) বৰ্মন বংশৰ প্ৰথম ৰজা জনৰ নাম কি আছিল ?
👉👉 পুষ্য বৰ্মন
💕 (৩২) 'ভদৰী" ",পাতমুখী" চুটিগল্প ৰচনা কোনে কৰে ?
👉👉 লক্ষ্মীনাথ বেজবৰুৱাই
💕 (৩৩) তুৰ্বকে অসম আক্ৰমণ কোন চনত কৰিছিল ?
👉👉 ১৫৩২ চনত
💕 (৩৪) গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল ?
👉👉 ১৯৭০ চনত
💕 (৩৫) কোনটো অংশক' ভাৰতীয় সংবিধানৰ আত্মা' আখ্যা দিয়া হৈছে ?
👉👉 সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ক্ষেত্ৰত
💕 (৩৭) কোন নদীক দক্ষিণৰ গংগা বুলি কোৱা হয় ?
👉👉 গোদাবৰী
💕 (৩৮) ভাৰতত শেষৰ মোগল সম্ৰাট জন কোন আছিল ?
👉👉 বাহাদুৰ চাহ
💕 (৩৯) অসমৰ মুঠ মহকুমা কেইটা ?
👉👉 ৭৮ টা
💕 (৪০) অসমত চহৰৰ জনসংখ্যাৰ হাৰ কিমান ?
👉👉 ১৪.০৯%
💕 (৪১) নৰকাসুৰক বধ কোনে কৰিছিল ?
👉👉 কৃষ্ণই
💕 (৪২) পূৰ্বতে অসমক কি নামেৰে জনা গৈছিল ?
👉👉 প্ৰাগজ্যোতিষপুৰ
💕 (৪৩) বনফুলৰ কবি কোন ?
👉👉 যতীন্দ্ৰনাথ দুৱৰা
💕 (৪৪) কুৰুক্ষেত্ৰত কৃষ্ণই কাৰ পক্ষত আছিল ?
👉👉 পাণ্ডৱৰ পক্ষত
💕 (৪৫) শ্ৰী কৃষ্ণৰ অস্ত্ৰ কি আছিল ?
👉👉 সুদৰ্শন চক্ৰ
💕 (৪৬) পাতাল ভৈৰৱী উপন্যাস খন কাৰ ৰচনা ?
👉👉 ডাঃ লক্ষ্মীনন্দন বৰা
💕 (৪৭) কিমান চনত তেল শ্ৰমিক সকলৰ ঘৰ্মঘট হয় ?
👉👉 ১৯৩৯ চনত
💕 (৪৮) অগ্নিকবি বুলি কাক কোৱা হয় ?
👉👉 কমলাকান্ত ভট্টাচাৰ্য্য
💕 (৪৯) টিৰিয়ান গীৰ্জা ক'ত অৱস্থিত ?
👉👉 চেৰাপুঞ্জী
💕 (৫০) ইয়াণ্ডাবু সন্ধিত মুঠ কিমানটা দফা আছিল ?
👉👉 ১১ টা
💕 (৫১) অসমৰ গ্ৰাম্য জনসংখ্যাৰ হাৰ কিমান ?
👉👉 ৮৫.৯০%
💕 (৫২) অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত ?
👉👉 শিলচৰ
💕 (৫৩) মিৰজুমলাৰ লগত কামৰূপ ভ্ৰমণ কৰা পৰিব্ৰাজক জনৰ নাম কি আছিল ?
👉👉 চিহাবুদ্দিন তালিছ
💕 (৫৪) কোন ভকতে আওৰাবলৈ নিওতে শংকৰদেৱৰ বৰগীতবোৰ পুৰি নষ্ট হৈছিল ?
👉👉 কমলা গায়ন
💕 (৫৫) বিশ্ব গড় দিৱস কেতিয়া পালন কৰা হয় ?
👉👉 ২২ ছেপ্টেম্বৰ
💕 (৫৬) কাৰ ৰাজত্বকালত হিউৱেন চাং অসমলৈ আহিছিল ?
👉👉 ভাস্কৰ বৰ্মণ
💕 (৫৭) অসমৰ ৰাজ্যিক জলজ পশু কি ?
👉👉 শিহু
💕 (৫৮) গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম লিখা ?
👉👉 অজন্তা গুহাচিত্ৰ ।
💕 (৫৯) বকুল বনৰ কবি বুলি কাক কোৱা হয় ?
👉👉 আনন্দ চন্দ্ৰ বৰুৱা
💕 (৬০) কাৰ্গাম কোন দেশৰ নৃত্যৰ?
👉👉 তামিলনাডু
💕 (৬১) প্ৰথম অসমীয়া আংশিক ৰঙীন ছবিখনৰ নাম কি ?
👉👉 শকুন্তলা
💕 (৬২) কোন তাৰিখত অসমত "ক্ৰীড়া দিৱস" উদযাপন কৰা হয় ?
👉👉 ১৭ অক্টোবৰ
💕 (৬৩) প্ৰথম অসমীয়া অঙ্কীয়া নাট খনৰ নাম কি ?
👉👉 মাটিৰ মানুহ
💕 (৬৪) বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ?
👉👉 মাধৱ কন্দলি
💕 (৬৫) অসম বুৰঞ্জীত 'কেঁকোৰা ৰজা বুলি কাক কোৱা হয় ?
👉👉 চুতিমফাক
💕 (৬৬) পল্লব বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ?
👉👉 চিমহা বিষ্ণু
💕 (৬৭) অসমৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন জিলাখনৰ নাম কি ?
👉👉 ধুবুৰী
💕 (৬৮) প্ৰথম বৌদ্ধিক সংঘ কোনখন নগৰত হৈছিল ?
👉👉 ৰাজগ্ৰীহ
💕 (৬৯) জাৰ্মানীৰ ৰাজধানী খনৰ নাম কি ?
👉👉 ব'ন ৰাজধানী
💕 (৭০) অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ গৰাকী কোন ?
👉👉 ৰঞ্জিত বৰপুজাৰী
Sunday, May 22, 2022
Assam Jatiya Vidyalaya Class 3 পঞ্চতন্ত্রৰ সাধু, গল্প -১, কথা কোৱা গুহা , সম্পূৰ্ণ প্ৰশ্নোত্তৰ ।
Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.
HISTORY By Learn something New in Assamese Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...
-
Class 3 Assam Jatiya vidyalaya, lesson 3 question answer তৃতীয় শ্ৰেণীৰ, পঞ্চতন্ত্ৰৰ সাধু কিতাপখনৰ পাঠ : ৬ (ফেটীসাপ আৰু কাউৰী) পাঠটোৰ সম্পূৰ্...
-
HISTORY By Learn something New in Assamese Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...
-
📌 ✅এটা শব্দত প্ৰকাশ কৰা । Assamese Grammar, Class 10 Assamese Grammar💕 💕(১) যিটো সহজতে লাভ কৰিব পাৰি 👉 সুলভ । 💕...
-
Class 9 Sanskrit Lesson 1 शिष्टाचारस्तबक: Explanation (1) মানুহৰ জন্মৰ সময়ত দেউতাক-মাকে যি কষ্ট সহে বা কষ্ট পায় , সেই কষ্টৰ ঋণ স...
-
Class 9 Assamese Medium নৱম শ্ৰেণীৰ বৈচিত্র্যময় অসম কিতাপখনৰ (আহোমসকল) পাঠ :১ পাঠটোৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ। ☑️ ...
