Search This Blog

Friday, May 20, 2022

সাধাৰণ জ্ঞান। General knowledge 60 + For DME, DHS, DHS(FW), AYUSH, GRADE 3 , GRADE 4 & OTHER COMPETITIVE EXAMS

সাধাৰণ জ্ঞান। General knowledge 60 + For DME, DHS, DHS(FW), AYUSH, GRADE 3 , GRADE 4 & OTHER COMPETITIVE EXAMS
💕 (১) ১৯৬৩ চনৰ ৭ জুনত শৰাইঘাট দলংখন আনুষ্ঠানিকভাৱে যাত্ৰীৰ বাবে কোনে মুকলি কৰিছিল ?
👉👉 জৱাহৰলাল নেহৰু

💕 (২) কলিংগ বঁটা কিহৰ ক্ষেত্ৰত প্ৰদান কৰা হয় ?
👉👉 বিজ্ঞানৰ ক্ষেত্ৰত ।

💕 (৩) পৃথিৱীৰ দীৰ্ঘতম ৰে'লপথটোৰ নাম কি ?
👉👉 ট্ৰানছ-চাইবেনৰিয়ান ৰে'লৱে ।

💕 (৪) অৰ্জুন ভঞ্জন নাটৰ আন এটা নাম কি ?
👉👉 দধি মথন 

💕 (৫) পৃথিৱীৰ প্ৰথম ধৰ্ম কি ?
👉👉 সনাতন ধৰ্ম 

💕 (৬) অসম বিধান সভাৰ বৰ্তমানৰ অধ‍্যক্ষ‍ কোন ?
👉👉 বিশ্বজিৎ দৈমাৰী

💕 (৭) যোগিনি তন্ত্ৰত কেইটা খণ্ড আছে ?
👉👉 ১১ টা 

💕 (৮) "অনুৰাধাৰ দেশ" নামৰ উপন্যাসখন কোন ৰচনা কৰিছিল ?
👉👉 ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী 

💕 (৯) ২০০০ টকীয়া নোট কেতিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকে প্ৰচলন কৰিছিল ?
👉👉 ২০১৬ 

💕 (১০) অসমৰ সৰস্বতী আখ্যা কাক দিয়া হৈছিল ?
👉👉 নিৰ্মল প্ৰভা বৰদলৈক

💕 (১১) দিনৰ পাছত দিন কাৰ কবিতা পুথি ?
👉👉 নিৰ্মল প্ৰভা বৰদলৈৰ 

💕 (১২) "সোণৰ খাৰু নালাগে মোক" নামৰ উপন্যাস খনৰ লেখক কোন ?
👉👉 ধীৰেণ বৰুৱা

💕 (১৩) কাগজী নোটৰ প্ৰচলন কৰা প্ৰথম দেশ কোনখন ?
👉👉 চীন

💕 (১৪) সৌৰজগতৰ আবিষ্কাৰক কোন ?
👉👉 কপাৰ্নিকাছ 

💕 (১৫) প্ৰথম অসমীয়া ব্যঙ্গ আলোচনী "কাৰ্টুন"ৰ সম্পাদক কোন আছিল ?
👉👉 পুলক গগৈ 


💕 (১৬) কোনটো গ্ৰহৰ উপগ্ৰহ আটাইতকৈ বেছি ?
👉👉 শনি

💕 (১৭) অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ কোন চনত জন্ম হৈছিল ?
👉👉 ১৮৭১ চনত 

💕 (১৮) গৰিবি হতাও শ্লোগান দিয়া প্ৰথমজন ভাৰতীয় প্ৰধানমন্ত্ৰী গৰাকী কোন ?
👉👉 ইন্দিৰা গান্ধী 

💕 (১৯) কিমান চনত ভাৰত চৰকাৰে নলিনীৱালা দেৱীক পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিল ?
👉👉 ১৯৫৮ চনত 

💕 (২০) অলিম্পিকত স্বৰ্ণ পদক লাভ কৰা প্ৰথম ভাৰতীয় গৰাকী কোন ?
👉👉 অভিনৱ বিন্দ্ৰা

💕 (২১) গীত গোবিন্দ কাৰ ৰচনা ?
👉👉 জয়দেৱ

💕 (২২) মহাভাৰতৰ শৈল পৰ্ব কোনে ৰচনা কৰিছিল ?
👉👉 দামোদৰ দাসে 

💕 (২৩) বিশ্ব পৰ্যটন দিৱস কোন তাৰিখে পালন কৰা হয় ?
👉👉 ২৭ ছেপ্টেম্বৰ 

💕 (২৪) ভাৰতৰ প্ৰথমখন মুকলি বিশ্ববিদ্যালয় ক'ত অৱস্থিত ?
👉👉 অন্ধ্ৰ প্ৰদেশ মুকলি বিশ্ববিদ্যালয় 

💕 (২৫) টেলিভিছন কোনে আবিষ্কাৰ কৰিছিল ?
👉👉 জন লগী বেয়াৰ্ডে

💕 (২৬) প্ৰধানমন্ত্ৰী জন ধন যোজনা ৰূপায়ণ কোন চনত হৈছিল ?
👉👉 ২০১৪ 

💕 (২৭) বেলিমাৰ বুৰঞ্জী কাৰ ৰচনা ?
👉👉 বিশ্বেশ্বৰ বৈদ‍্যাধিপ্ৰৰ 

💕 (২৮) মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ?
👉👉 ১৫৯৬

💕 (২৯) কোনখন ৰাজ্যত সৰ্ব প্ৰথমে জি এছ টি কৰ লাগো হৈছিল ?
👉👉 অসম ৰাজ্যত

💕 (৩০) অসম ছাত্ৰ সন্মিলনী গঠন কোন চনত হৈছিল ?
👉👉 ১৯১৬ চনত 


💕 (৩১) অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখন কাৰ ৰচনা ?
👉👉 আনন্দৰাম ঢেকিয়াল ফুকন

💕 (৩২) কল্কি পুৰাণ গ্ৰন্থখন কাৰ ৰচনা ?
👉👉 ৰুচিনাথ কন্দলীৰ 

💕 (৩৩) বাণ ৰজাৰ দেউতাকৰ নাম কি আছিল ?
👉👉 বালি 

💕 (৩৪) ঢেকীয়া খোৱা বৰ নামঘৰ কেতিয়া স্থাপন হৈছিল ?
👉👉 ১৪৬১ চনত 

💕 (৩৫) জগত গুৰু কোন ?
👉👉 শংকৰদেৱ 

💕 (৩৬) লোকগীত প্ৰধানকৈ কেই প্ৰকাৰৰ ?
👉👉 ৩ প্ৰকাৰৰ 

💕 (৩৭) জোনবিল মেলা বছৰৰ কোন মাহত পালন কৰা হয় ?
👉👉 মাঘ মাহত 

💕 (৩৮) ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত ?
👉👉 কোকৰাঝাৰ

💕 (৩৯) নামেৰি ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে ?
👉👉 শোণিতপুৰ 

💕 (৪০) কোনখন জিলাৰ পুৰণি নাম বেংমৰা ?
👉👉 তিনিচুকীয়া

💕 (৪১) অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান খনৰ নাম কি ?
👉👉 মানাহ

💕 (৪২) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি ?
👉👉 কদমকলি 

💕 (৪৩) কীৰ্তন কেইটা খণ্ডৰ সমষ্টি ?
👉👉 ২৭ টা 

💕 (৪৪) বাঁহী আলোচনীৰ প্ৰকাশ কেতিয়া হয় ?
👉👉 ১৯০৯ চনত 

💕 (৪৫) গৰম পানীৰ উহ ক'ত পোৱা যায় ?
👉👉 নামবৰ  



💕 (৪৬) অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি ?
👉👉 চন্দ্ৰকান্ত অভিধান 

💕 (৪৭) অসমৰ প্ৰথম ছনেট পুথিখনৰ নাম কি ?
👉👉 মালচ 

💕 (৪৮) প্ৰথম অসমীয়া ৰঙীন ছবি "ভাইটি" কোন চনত মুক্তি পাইছিল ?
👉👉 ১৯৭২ চনত 

💕 (৪৯) শালনীবাৰী বিমান বন্দৰ ক'ত আছে ?
👉👉 তেজপুৰ

💕 (৫০) ককা দেউতাৰ হাড় উপন্যাস খনৰ নাম কি ?
👉👉 নৱকান্ত বৰুৱাৰ 

💕 (৫১) ৰঘুনাথ চৌধাৰীৰ ৰচিত কবিতা পুথি খনৰ নাম কি ?
👉👉 নৱমল্লিকা 

💕 (৫২) অপ্ৰমাদী কবি বুলি কাক কোৱা হয় ?
👉👉 মাধৱ কন্দলীক 

💕 (৫৩) অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় স্থাপন কোন ঠাইত হৈছিল ?
👉👉 যোৰহাট 

💕 (৫৪) প'ল' খেল আৰম্ভ হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনখন ?
👉👉 মণিপুৰ

💕 (৫৫) প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখন হৈছে "অবুজ বেদনা"। এই চলচ্চিত্ৰখনে কোন চনত মুক্তি পাইছিল ?
👉👉 ১৯৯৩ চনত 

💕 (৫৬) নোবেল বঁটা কিমান তাৰিখে প্ৰদান কৰা হয় ?
👉👉 ১০ ডিচেম্বৰ তাৰিখে 

💕 (৫৭) জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাস "মিৰি জীয়ৰী" কেতিয়া প্ৰকাশ পাইছিল ?
👉👉 ১৮৯৪ চনত 

💕 (৫৮) এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া জনৰ নাম কি ?
👉👉 তৰুণ শইকীয়া 

💕 (৫৯) "ভূপাল গেছ বিস্ফোৰণ" কেতিয়া হৈছিল ?
👉👉 ১৯৮৪ চনত 

💕 (৬০) অসমত মুঠ কেইটা চাহপাত প্ৰস্তুত কৰা কাৰখানা আছে ?
👉👉 ৫৯৮ টা

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...