DHS Grade 4 previous Exam paper || Medical Dept. Grade IV Question answer
পুৰণি প্ৰশ্নকাকতৰ প্ৰশ্নোত্তৰ
💕 (1) Which of the following is not a river of Northern India ?
💟 তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয় ?
👉 (A) Yamuna ➡️ যমুনা
👉 (B) Krishna ➡️কৃষ্ণা
👉 (C) Ravi ➡️ৰবি
👉 (D) Koshi ➡️কোশী
উত্তৰ👉👉 ☑️ (B) Krishna ➡️কৃষ্ণা
💕 (2) On which day does India celebrate her Independence Day ?
💟 কোন তাৰিখে ভাৰতে স্বাধীনতা দিৱস পালন কৰে ?
👉 (A) 1st January ➡️1 জানুৱাৰী
👉 (B) 26th January ➡️2 জানুৱাৰী
👉 (C) 15th August ➡️15 আগষ্ট
👉 (D) 2nd October ➡️2 অক্টোবৰ
উত্তৰ👉👉 ☑️(C) 15th August ➡️15 আগষ্ট
💕 (3) Who was the first astronaut of India to go into space ?
💟 মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল ?
👉 (A) Rakesh Sharma ➡️ৰাকেশ শৰ্মা
👉 (B) Kalpana chawla ➡️কল্পনা চাওলা
👉 (C) Sunita Williams ➡️সুনীতা উইলিয়ামছ
👉 (D) Vikram sarabhai➡️বিক্ৰম সাৰাভাই
উত্তৰ👉👉 ☑️ (A) Rakesh Sharma ➡️ৰাকেশ শৰ্মা
💕 (4) Which of the following is the ?
💟 আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো ?
👉 (A) Mercury ➡️বুধ
👉 (B) Venus ➡️শুক্ৰ
👉 (C) Pluto ➡️প্লুটো
👉 (D) Neptune ➡️নেপচুন
উত্তৰ👉👉 ☑️ (A) Mercury ➡️বুধ
💕 (5) What is the National Animal of India ?
💟 ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো ?
👉 (A) Rhinoceros➡️গড়
👉 (B) Tiger ➡️ বাঘ
👉 (C) Lion➡️সিংহ
👉 (D) Nilgai ➡️নীলগাই
উত্তৰ👉👉 ☑️ (B) Tiger ➡️ বাঘ
💕 (6) What is the Capital of Bihar ?
💟 বিহাৰৰ ৰাজধানী কোনটো ?
👉 (A) Raipur ➡️ৰায়পুৰ
👉 (B) Barauni ➡️ বাৰাউনি
👉 (C) Patna ➡️ পাটনা
👉 (D) Ujjain ➡️উজ্জয়ন
উত্তৰ👉👉 ☑️ (C) Patna ➡️ পাটনা
💕 (7) Which of the following countries is also known as 'Land of the Rising sun' ?
💟 তলত দিয়া কোনখন দেশ 'Land of the Rising sun' নামেৰেও জনাজাত ?
👉 (A) Norway ➡️নৰৱে
👉 (B) Japan ➡️জাপান
👉 (C) Taiwan ➡️তাইৱান
👉 (D) West Indies ➡️পশ্চিম-ভাৰতীয় দ্বীপপুঞ্জ
উত্তৰ👉👉 ☑️ (B) Japan ➡️জাপান
💕 (8) The Asiatic lion is found in ?
💟 এচীয় সিংহ ক'ত পোৱা যায় ?
👉 (A) Gir National park ➡️গিৰ ৰাষ্ট্ৰীয় উদ্যান
👉 (B) Corbett National park ➡️কৰবেট ৰাষ্ট্ৰীয় উদ্যান
👉 (C) Kanha National park ➡️কানহা ৰাষ্ট্ৰীয় উদ্যান
👉 (D) Dachigam National park ➡️ডাচিগাম ৰাষ্ট্ৰীয় উদ্যান
উত্তৰ👉👉 ☑️ (A) Gir National park ➡️গিৰ ৰাষ্ট্ৰীয় উদ্যান
💕 (9) Who wrote the Ramayana ?
💟 'ৰামায়ণ' কোনে লিখিছিল ?
👉 (A) Vedavyasa ➡️বেদব্যাস
👉 (B) Valmiki ➡️বাল্মীকি
👉 (C) Kalidasa ➡️কালিদাস
👉 (D) Banabhatta➡️বাণভট্ট
উত্তৰ👉👉 ☑️ (B) Valmiki ➡️বাল্মীকি
💕 (10) Who created the famous painting of 'mona Lisa' ?
💟 বিখ্যাত চিত্ৰ 'মনালিছা' কোনে অংকন কৰি উলিয়াইছিল ?
👉 (A) Pablo Picasso ➡️পাবলো পিকাছো
👉 (B) Michelangelo ➡️মাইকেলএঞ্জেলা
👉 (C) Sanzio Raphael ➡️চেঞ্জিয়ো ৰাফেল
👉 (D) Leonardo da Vinci➡️লিওনাৰ্ডো ডা ভিঞ্চি
উত্তৰ👉👉 ☑️ (D) Leonardo da Vinci➡️লিওনাৰ্ডো ডা ভিঞ্চি
💕 (11) Ranji Trophy is associated with which of the following sports ?
💟 ৰঞ্জী ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত ?
👉 (A) Football ➡️ফুটবল
👉 (B) Cricket ➡️ক্ৰিকেট
👉 (C) Badminton ➡️বেডমিণ্টন
👉 (D) Hockey ➡️হকী
উত্তৰ👉👉 ☑️ (B) Cricket ➡️ক্ৰিকেট
💕 (12) Which is the largest River Island in the world ?
💟 পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ কোনটো ?
👉 (A) Peacock Island ➡️ময়ূৰ দ্বীপ
👉 (B) Bhavani Island ➡️ভৱানী দ্বীপ
👉 (C) Mandhata Munroe Island ➡️মান্ধাতা মুনৰ' দ্বীপ
👉 (D) Majuli ➡️মাজুলি
উত্তৰ👉👉 ☑️ (D) Majuli ➡️মাজুলি
💕 (13) Who is known as 'Napoleon of India' ?
💟 'ভাৰতৰ নেপোলিয়ন' নামেৰে কাক জনা যায় ?
👉 (A) Emperor Ashoka ➡️সম্ৰাট অশোক
👉 (B) Akbar ➡️আকবৰ
👉 (C) Samudragupta ➡️সমুদ্ৰগুপ্ত
👉 (D) ➡️বিক্ৰমাদিত্য
উত্তৰ👉👉 ☑️ (C) Samudragupta ➡️সমুদ্ৰগুপ্ত
💕 (14) Which of the following dances is originated in Kerala ?
💟 তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰালা ?
👉 (A) Bharatnatyam ➡️ভাৰতনাট্যম
👉 (B) Kathakali ➡️কথাকলি
👉 (C) kuchipudi ➡️কুচিপুডি
👉 (D) Chhau➡️ছাও
উত্তৰ👉👉 ☑️ (B) Kathakali ➡️কথাকলি
💕 (15) In which Indian state is the Taj Mahal situated ?
💟 ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত ?
👉 (A) Uttar Pradesh ➡️উত্তৰ প্ৰদেশ
👉 (B) Uttarakhand ➡️উত্তৰাখণ্ড
👉 (C) Rajasthan ➡️ৰাজস্থান
👉 (D) Punjab ➡️পাঞ্জাৱ
উত্তৰ👉👉 ☑️ (A) Uttar Pradesh ➡️উত্তৰ প্ৰদেশ
💕 (16) Who established the Mughal Empire in India ?
💟 ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল ?
👉 (A) Shah Jahan ➡️ছাহজাহান
👉 (B) Akbar ➡️আকবৰ
👉 (C) Jahangir ➡️জাহাঙ্গীৰ
👉 (D) Babur ➡️বাবৰ
উত্তৰ👉👉 ☑️ (D) Babur ➡️বাবৰ
💕 (17) Who discovered America in the year 1492 ?
💟 1492 চনত কোনে আমেৰিকা আবিষ্কাৰ কৰিছিল ?
👉 (A) Vasco da Gama ➡️ভাস্কো ডা গামা
👉 (B) Christopher Columbus ➡️খ্ৰিষ্টোফাৰ ক্ললম্বাচ
👉 (C) Marco polo ➡️মাৰ্কো পোলো
👉 (D) Amundsen ➡️এমাণ্ডচেন
উত্তৰ👉👉 ☑️ (B) Christopher Columbus ➡️খ্ৰিষ্টোফাৰ ক্ললম্বাচ
💕 (18) Which is the largest Ocean in the world ?
💟পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন ?
👉 (A) The Indian Ocean ➡️ভাৰত মহাসাগৰ
👉 (B) The Pacific Ocean ➡️ প্ৰশান্ত মহাসাগৰ
👉 (C) The Atlantic Ocean ➡️আটলাণ্টিক মহাসাগৰ
👉 (D) The Arctic Ocean ➡️আৰ্কটিক মহাসাগৰ
উত্তৰ👉👉 ☑️ (B) The Pacific Ocean ➡️ প্ৰশান্ত মহাসাগৰ
💕 (19) Which man-made canal connects the Pacific Ocean with the Atlantic Ocean ?
💟 কোনটো মানৱসৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলাণ্টিক মহাসাগৰৰ সৈতে সংযোগ কৰিছে ?
👉 (A) Suez Canal ➡️চুৱেজ খাল
👉 (B) Corinth Canal ➡️ক'ৰিন্হ খাল
👉 (C) Kiel Canal ➡️কিয়েল খাল
👉 (D)Panama Canal ➡️পানামা খাল
উত্তৰ👉👉 ☑️ (D)Panama Canal ➡️পানামা খাল
💕 (20) Apatanis are the tribal people of which State ?
💟আপাটানিসকল কোন ৰাজ্যৰ জনজাতি ?
👉 (A) Manipur ➡️মণিপুৰ
👉 (B) Sikkim ➡️ চিক্কিম
👉 (C) Arunachal Pradesh ➡️অৰুণাচল প্ৰদেশ
👉 (D) Mizoram ➡️মিজোৰাম
উত্তৰ👉👉 ☑️ (C) Arunachal Pradesh ➡️অৰুণাচল প্ৰদেশ
No comments:
Post a Comment