Search This Blog

Friday, June 10, 2022

Assam New Cabinet Ministers List 2022. (ইংৰাজী আৰু অসমীয়াত) Most IMP for Grade 3,Grade 4,B.ed, Assam TET, High school TET Exam.

Assam New Cabinet Ministers List 2022.(ইংৰাজী আৰু অসমীয়াত) Most IMP for Grade 3,Grade 4,B.ed, Assam TET, High school TET Exam.






💕 অসম মন্ত্রীসভাৰ নতুন তালিকা ২০২২

✅(1) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা :
      = গৃহ, লোক নির্মাণ, কৰ্মচাৰী বিভাগ আৰু অন্যান্য বিতৰণ নকৰা দপ্তৰসমূহ ।

✅(2) ৰঞ্জিত কুমাৰ দাস :
       = পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক
পৰিক্ৰমা, সাধাৰণ প্ৰশাসন

✅(3) অতুল বৰা :
        = কৃষি, উদ্যান শস্য, পশুপালন, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল
উন্নয়ন

✅(4) উৰ্খাউ গৌড়া ব্রহ্ম :
        = হস্ততাঁত আৰু বস্ত্রশিল্প, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ মন্ত্রালয়

✅(5) চন্দ্ৰ মোহন পাটোৱাৰী :
          = বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, সংখ্যালঘু কল্যাণ

✅(6) পৰিমল শুক্লবৈদ্য :
     = পৰিবহন, আবকাৰী, মীন পালন

✅(7) কেশৱ মহন্ত :
          = স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান- প্রযুক্তিবিদ্যা, তথ্য প্রযুক্তি

✅(8) ৰণোজ পেগু :
      = শিক্ষা, জনজাতি কল্যাণ, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন

✅(9) অশোক সিংহল :
         = গৃহনির্মাণ আৰু মহানগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগ

✅(10) যোগেন মোহন :
     = ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা, পার্বত্য অঞ্চল উন্নয়ন

✅(11) সঞ্জয় কিষাণ :
           = শ্রমিক কল্যাণ মন্ত্রালয়, চাহ জনজাতি উন্নয়ন

✅(12) অজন্তা নেওগ :
        = বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগ

✅(13) পীযুষ হাজৰিকা :
         = জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ

✅(14) বিমল বৰা :
         = উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, সাংস্কৃতিক পৰিক্ৰমা

✅(15) নন্দিতা গার্লোচা :
     = শক্তি, সমবায়, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ

✅(16) জয়ন্ত মল্লবৰুৱা :
       = জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা, পর্যটন বিভাগ

 

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...