Assam New Cabinet Ministers List 2022.(ইংৰাজী আৰু অসমীয়াত) Most IMP for Grade 3,Grade 4,B.ed, Assam TET, High school TET Exam.
💕 অসম মন্ত্রীসভাৰ নতুন তালিকা ২০২২
✅(1) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা :
= গৃহ, লোক নির্মাণ, কৰ্মচাৰী বিভাগ আৰু অন্যান্য বিতৰণ নকৰা দপ্তৰসমূহ ।
✅(2) ৰঞ্জিত কুমাৰ দাস :
= পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক
পৰিক্ৰমা, সাধাৰণ প্ৰশাসন
✅(3) অতুল বৰা :
= কৃষি, উদ্যান শস্য, পশুপালন, অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল
উন্নয়ন
✅(4) উৰ্খাউ গৌড়া ব্রহ্ম :
= হস্ততাঁত আৰু বস্ত্রশিল্প, ভূমি সংৰক্ষণ, বড়োলেণ্ড কল্যাণ মন্ত্রালয়
✅(5) চন্দ্ৰ মোহন পাটোৱাৰী :
= বন আৰু পৰিৱেশ, এক্ট ইষ্ট পলিচী পৰিক্ৰমা, সংখ্যালঘু কল্যাণ
✅(6) পৰিমল শুক্লবৈদ্য :
= পৰিবহন, আবকাৰী, মীন পালন
✅(7) কেশৱ মহন্ত :
= স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, বিজ্ঞান- প্রযুক্তিবিদ্যা, তথ্য প্রযুক্তি
✅(8) ৰণোজ পেগু :
= শিক্ষা, জনজাতি কল্যাণ, ভৈয়াম-জনজাতি আৰু পিছপৰা শ্ৰেণীৰ উন্নয়ন
✅(9) অশোক সিংহল :
= গৃহনির্মাণ আৰু মহানগৰ পৰিক্ৰমা, জলসিঞ্চন বিভাগ
✅(10) যোগেন মোহন :
= ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা, পার্বত্য অঞ্চল উন্নয়ন
✅(11) সঞ্জয় কিষাণ :
= শ্রমিক কল্যাণ মন্ত্রালয়, চাহ জনজাতি উন্নয়ন
✅(12) অজন্তা নেওগ :
= বিত্ত, মহিলা আৰু শিশু উন্নয়ন বিভাগ
✅(13) পীযুষ হাজৰিকা :
= জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্ৰমা, সামাজিক ন্যায় আৰু সবলীকৰণ
✅(14) বিমল বৰা :
= উদ্যোগ আৰু বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ, সাংস্কৃতিক পৰিক্ৰমা
✅(15) নন্দিতা গার্লোচা :
= শক্তি, সমবায়, খনি আৰু খনিজ সম্পদ, খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ
✅(16) জয়ন্ত মল্লবৰুৱা :
= জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ আৰু উদ্যমিতা, পর্যটন বিভাগ
No comments:
Post a Comment