Search This Blog

Tuesday, June 21, 2022

বিপৰীত শব্দ 2022,(300+) 1st Unit Test/Half Yearly & Annual Exam Common. Assamese Grammar Common 2022.

বিপৰীত শব্দ 2022, 1st Unit Test/Half Yearly & Annual Exam Common. Assamese Grammar Common 2022.
💕 নিৰ্দোষী = দোষী
💕 নিৰ্ধনী = ধনী
💕 নিৰ্বংশ = বংশ
💕 নিৰ্বল = সবল
💕 দ্বৈধ = অদ্বৈধ
💕 ধনৱন্ত = ধনহীন
💕 ধনাত্মক = ঋণাত্মক
💕 ধনুৱা = নিধনুৱা
💕 ধন্য = অকৃতাৰ্থ
💕 ধৰুৱা = নিধৰুৱা
💕 ধৰ্ম = অধৰ্ম
💕 ধৰ্মী = অধৰ্মী
💕 ধৱল = শ‍্যামল 
💕 ধাতৱ = অধাতৱ
💕 তাকৰীয়া = সৰহীয়া 
💕 তাকৰীয়াকৈ = সৰহীয়াকৈ 
💕 তাজা = নিস্তেজ 
💕 তাত = ইয়াত
💕 নিচাত্মক = উচ্চাত্মক
💕 নীচাত্মিকা = উচ্চত্মিকা
💕 নীতি = অনীতি
💕 নীতিপৰায়ণ = অনীতিপৰায়ণ
💕 নেতিবাচক = ইতিবাচক
💕 নেদেখা = দেখা
💕 নৈতিক = অনৈতিক
💕 নৈতিকতা = অনৈতিকতা
💕 নৈশ = দিন 
💕 নৈষ্ঠিক = অনৈষ্ঠিক
💕 নৈসৰ্গিক = কৃত্ৰিম 
💕 ন‍্যায় = অন‍্যায়
💕 তাত্ত্বিক = প্ৰায়োগিক 
💕  তাদৃশ = ইদৃশ
💕 তাপ = শীত
💕 তামসিক = ৰাজসিক 
💕 তামসী = জোনাক 
💕 তাৰল‍্য = কাঠিন‍্য 
💕 তাৰুণ্য = বার্ধক্য 
💕 তালাক = নিকাহ 
💕 তিক্ত = মধুৰ
💕  তিতা = শুকান
💕 তিমিৰ = আলোক 
💕 তিমিৰাচ্ছন্ন = জ্যোতিৰ্ময় 
💕 তিৰস্কাৰ = পুৰস্কাৰ
💕 তিৰোতা = পুৰুষ
💕 থিয় = এঢলীয়া
💕 থিয়কৈ = পথালিকৈ
💕 থিয়চকুৱা = পথালিচকুৱা
💕 থিয় হ = বহ
💕 থিৰ = অথিৰ
💕 থূপ খা = সিঁচৰতি হ
💕 থেপাথেপি = সেৰেঙা 
💕 থেপাথেপিকৈ = সেৰেঙাকৈ 
💕 দ = বাম
💕 দ-কৈ = বামকৈ
💕 দগ্ধ = অদগ্ধ
💕 দণ্ড = পুৰস্কাৰ
💕 দঁতাল = মখনা
💕 দধি = এঁৱা
💕 দমনীয় = অদমনীয়
💕 দম্য = অদম্য
💕 দৰকাৰ = অদৰকাৰ 
💕 দৰকাৰী = অদৰকাৰী
💕 দৰদী = নিৰ্দয় 
💕 দৰা = কইনা
💕 দৰিদ্ৰ = চহকী
💕 দলীয় = নিৰ্দলীয় 
💕 দয়া = হিংসা
💕 দয়ালু = নিৰ্দয়
💕 দক্ষিণ = উত্তৰ
💕 দক্ষিণায়ন = উত্তৰায়ন 
💕 দাতা = গ্ৰহীতা
💕 দান = গ্ৰহণ
💕 দানৱ = দেৱতা
💕 দানৱীয় = মানৱীয়
💕 দাম্ভিক = বিনয়ী 
💕 দাৰিদ্ৰ = আঢ্য
💕 দাস = প্ৰভু
💕 দাসত্ব = প্ৰভুত্ব
💕 দাহ্য = অদাহ্য
💕 দিক = বিদিক
💕 দিঠক = সপোন
💕 দিন = ৰাতি
💕 দিবাকৰ = নিশাকৰ
💕 দিৱস = ৰজনী
💕 দিয়া = লোৱা
💕  ঢাক = উদঙা 
💕 ঢিলা = টান
💕 ঢেৰ = তাকৰ
💕 ঢেলঢেলীয়া = সতেজ
💕 তই = মই
💕 ত'ত = অ'ত 
💕 ততা-তৈয়া = লেহেম 
💕 ততা-তৈয়াকৈ = লেহেমকৈ 
💕 পৰজীৱী = স্বজীৱী
💕 পৰনিৰ্ভৰ = স্বনিৰ্ভৰ
💕 পৰনিৰ্ভৰতা = স্বনিৰ্ভৰতা
💕 পৰনিৰ্ভৰশীল = স্বনিৰ্ভৰশীল
💕পৰনিৰ্ভৰশীলতা = স্বনিৰ্ভৰশীলতা
💕 পৰলোক = ইহলোক
💕 পৰাজয় = জয়
💕 পৰাধীন = স্বাধীন
💕 পৰাধীনতা = স্বাধীনতা
💕 তপত = চেঁচা
💕 তমসা = জ্যোতি
💕 তমসাচ্ছন্ন =  জাজ্বল‍্যমান 
💕 তৰল = ঘন
💕 তৰ্ক = মীমাংসা
💕 তৰাং = গভীৰ
💕 তৰুণ = বৃদ্ধ
💕 তল = ওপৰ
💕 তস্কৰ = সাধু
💕 তাকৰ = সৰহ
💕 দীঘ = প্ৰস্থ
💕 দীঘল = চুটি
💕 দীপ্ত = ম্লান
💕 দীৰ্ঘ = হ্ৰস্ব
💕 দীৰ্ঘম‍্যাদী = হ্ৰস্বম‍্যাদী
💕 দীৰ্ঘায়ু = স্বল্পায়ু
💕 দুখ = সুখ
💕 দুখী = সুখী
💕 দুখীয়া = ধনী
💕 ধ্বংসকাৰী = সৃষ্টিকাৰী
💕 ধ্বংসাত্মক = সৃজনাত্মক
💕 ধ্বংসমুখী = সৃষ্টিমুখী
💕 ন = পুৰণি
💕 নগদ = বাকী
💕 নগৰ = গাঁও
💕 নগৰাঞ্চল = গ্ৰামাঞ্চল
💕 নগৰীয়া = গাঁৱলীয়া
💕 নগ্ন = আবৃত
💕 নতুন = পুৰণা
💕 নবীন = প্ৰৱীণ
💕 নমা = উঠা
💕 দুপৰীয়া = দোভাগনিশা
💕 দুঃখবৰ = সুখবৰ
💕 দুঃশাসন = সুশাসন
💕 দুঃসংবাদ = সুসংবাদ
💕 দুঃসময় = সুসময়
💕 দুঃসাধ‍্য = সুসাধ‍্য
💕 দুখানুভূতি = সুখানুভূতি
💕 দুখীয়া = চহকী
💕 দুৰ্গন্ধ = সুগন্ধ
💕 দুৰ্গম = সুগম
💕 নিৰ্বাক = সবাক
💕 নির্বিকল্প = সৰ্বিকল্প
💕 নির্বিঘ্ন = বিঘ্ন
💕 নিৰ্বিবাদ = বিবাদ
💕 নির্বিৰোধ = বিৰোধ
💕 নির্বিশেষ = বিশেষ
💕 নিৰ্বুদ্ধি = বুদ্ধি
💕 নিৰ্বোধ = বোধ
💕 দুৰ্বাসনা = সুবাসনা 
💕 দুৰ্বিনীত = সুবিনীত 
💕 দুৰ্বুদ্ধি = সুবুদ্ধি
💕 দুৰ্বোধ্য = সহজবোধ্য
💕 দুৰ্জন = সুজন
💕 দূৰ্জ্ঞেয় = জ্ঞেয়
💕 দুৰ্দিন = সুদিন
💕 দুৰ্নাম = সুনাম 
💕 দুৰ্নীতি = সুনীতি 
💕 দুৰ্নীতি পৰায়ন = সুনীতি পৰায়ন
💕 দুৰ্বচন = সুবচন 
💕 দুৰ্বল = সবল
💕 দুর্বলী = শক্তিমান
💕 নম্রতা = উগ্ৰতা
💕 নৰক = সৰগ
💕 নৰম = চৰম
💕 নৰমপন্থী = চৰমপন্থী
💕 নশ্বৰ = অবিনশ্বৰ
💕 নাই = আছে
💕 নাকচ = মঞ্জুৰ
💕 নাবালক = সাবালক
💕 দুৰ্ব‍্যব্যৱহাৰ = সৎব্যৱহাৰ
💕 দুৰ্ভাগা = সুভগা
💕 দুৰ্ভাগ্য = সৌভাগ্য 
💕 দুর্ভাগ্যৱান = সৌভাগ্যৱান 
💕 দুৰ্ভেদ্য = সুভেদ্য 
💕 দুৰ্যশ = সুযশ 
💕 দুৰ্লভ = সুলভ
💕 দুৰ্লক্ষণ = সুলক্ষণ 
💕 দুশ্চৰিত্ৰ = সৎচৰিত্ৰ
💕 দুষ্কৰ = সুসাধ‍্য
💕 দুষ্কৰ্ম = সুকৰ্ম
💕 দুষ্কৃতি = সুকৃতি
💕 ধাতৱীয় = অধাতৱীয়
💕 ধাতু = অধাতু
💕 ধাৰ্মিক = অধাৰ্মিক
💕 ধীৰ = অধীৰ
💕 ধুনীয়া = কৎচিত 
💕 ধূৰ্ত = বুদ্ধিহীন 
💕 ধৃত = মুক্ত
💕 ধৈৰ্য = অধৈৰ্য
💕 ধৈৰ্যশীল = ধৈৰ্যহীন 
💕 ধোঁৱাখুলীয়া = মিতব্যয়ী
💕 ধ্বংস = সৃষ্টি
💕 দুষ্প্ৰাপ্য = সুলভ
💕 দূৰ = ওচৰ
💕 দূৰদৰ্শিতা = অদূৰদৰ্শিতা
💕 দূৰদৰ্শী = অদূৰদৰ্শী
💕 দূৰৱৰ্তী = নিকটৱৰ্তী 
💕 দৃঢ় = শিথিল
💕 দৃঢ়তা = শিথিলতা
💕 দৃশ্য = অদৃশ্য
💕 দৃশ্যমান = অদৃশ্যমান
💕 দৃষ্ট = অদৃষ্ট
💕 দৃষ্টি = অদৃষ্টি
💕 দৃষ্টিহীন = দৃষ্টিক্ষম
💕 দেখ = নেদেখ
💕 দেনা = পাওনা
💕 দেয় = অদেয়
💕 ন‍্যূনতম = সৰ্বোচ্চ
💕 পকনি = শুকনি
💕 পকা = কেঁচা
💕 পছন্দ = অপছন্দ
💕 পশ্চিম = পূব
💕 পঠন = লিখন
💕 পণ্ডিত = মূৰ্খ
💕 নিঘুণীয়া = ঘুণীয়া
💕 নিজ = পৰ
💕 নিজগৰ = জগৰ
💕 নিজান = কোলাহল
💕 নিত্য = অনিত্য
💕 নিত্যতা = অনিত্যতা
💕 নিথৰ = থৰ
💕 নিদ্ৰা = অনিদ্ৰা
💕 নিৰ্ধনী = ধনী
💕 নিধৰুৱা = ধৰুৱা
💕 নিন্দনীয় = প্ৰশংসনীয়
💕 নিন্দা = প্ৰশংসা
💕 পতন = উত্থান
💕 পদস্ত = অপদস্ত
💕 পথ = বিপথ
💕 পথালি = দীঘল
💕 পথ্য = অপথ্য
💕 নিধনুৱা = ধনুৱা
💕 নিধৰুৱা = ধৰুৱা
💕 নিন্দনীয় = প্ৰশংসনীয়
💕 নিন্দা = প্ৰশংসা
💕 নিপুণ = অকামিলা
💕 নিমন্ত্ৰিত = অনিমন্ত্ৰিত
💕 নিম্ন = উচ্চ
💕 নিম্নচাপ = ঊৰ্ধ্বচাপ
💕 নিম্নতা = উচ্চতা
💕 নিম্নলিখিত = উল্লিখিত
💕 নিমাওমাও = কোঢ়ালপূৰ্ণ
💕 পদকীয়া = গোচৰীয়া
💕 পদত্যাগ = পদগ্ৰহণ
💕 পদাৰ্থ = অপদাৰ্থ
💕 দেৱ = অসুৰ
💕 দেৱতা = দৈত্য
💕 দেৱত্ব = অসুৰত্ব
💕 দেৱানী = ফৌজদাৰী 
💕 দেশদ্ৰোহ = দেশপ্ৰেম
💕 দেশহিতৈশী = দেশদ্ৰোহী
💕 দেশী = বিদেশী
💕 তিৰোধান = আবিৰ্ভাৱ
💕 তীব্ৰ = মৃদু
💕 তুংগ = অতুংগ
💕 তুচ্ছ = উচ্চ
💕 তুলনাবিহীন = তুলনীয়
💕 তুলনীয় = অতুলনীয়
💕 তুল‍্য = অতুল‍্য
💕 তুষ্ট = বিতুষ্ট
💕 নিৰুদ্যম = উদ্যম 
💕 নিৰুদ্বিগ্ন = উদ্বিগ্ন
💕 নিৰুপদ্ৰৱ = উপদ্ৰৱ
💕 নিৰুপায় = উপায়
💕 নিৰূপ = ৰূপ
💕 নিৰোগ = ৰোগ
💕 নির্গন্ধ = সুগন্ধ
💕 নিৰ্জন = সজল
💕 নিৰ্জীৱ = সজীৱ
💕 নিৰ্জু = দুষ্ট
💕 নিৰ্দয় = সদয়
💕 নিৰ্দিষ্ট = অনিৰ্দিষ্ট
💕 তৃপ্ত = অতৃপ্ত
💕 তৃপ্তি = অতৃপ্তি
💕 তেনে = এনে
💕 তোল = নমা
💕 ত‍্যক্ত = গৃহীত
💕 ত্যাগ = গ্ৰহণ
💕 ত‍্যাজ্য = গ্ৰাহ্য
💕 থকা = নথকা
💕 থৰ = নিঠৰ
💕 থলুৱা = বাহিৰাগত
💕 থাক = নাথাক
💕 দৈ = এঁৱা
💕 দৈহিক = মানসিক
💕 দোভাগনিশা = দুপৰীয়া
💕 দোষ = গুণ
💕 দোষী = নিৰ্দোষী
💕 দ‍্যুলোক = ভূলোক
💕 দ্ৰৱ = অদ্ৰৱ
💕 নিৰ্লোভ = লোভ
💕 নিলগ = ওচৰ
💕 নিশব্দ = সশব্দ
💕 নিশাহ = উশাহ
💕 নিশ্চয় = অনিশ্চয়
💕 নিশ্চিত = অনিশ্চিত
💕 নিশ্বাস = প্ৰশ্বাস
💕 নিষ্কর্মা = কৰ্মী
💕 নিষ্কাম = সকাম
💕 নিষ্ক্ৰিয় = সক্ৰিয়
💕 নিষ্ঠুৰ = দয়ালু
💕 নিষ্ফল = সফল
💕 নিস্তব্ধ = কোলাহল 
💕 নিস্তব্ধতা = হাহাকাৰ
💕 নিস্তেজ = সতেজ
💕 নিয়ম = অনিয়ম
💕 নিয়মিত = অনিয়মিত
💕 দ্ৰৱণীয় = অদ্ৰৱণীয়
💕 দ্ৰৱীভূত = অদ্ৰৱীভূত
💕 দ্ৰুত = ধীৰ
💕 দ্বিধা = নীৰ্দ্বিধা
💕 দ্বিধাগ্ৰস্ত = দ্বিধাহীন
💕 দ্বিধাগ্ৰস্ততা = দ্বিধাহীনতা 
💕 দ্বৈত = অদ্বৈত
💕 নামঞ্জুৰ = মঞ্জুৰ
💕 নামনি = উজনি
💕 নামী = অনামী
💕 নাৰী = পুৰুষ
💕 নাশ = সৃষ্টি
💕 নায়ক = খলনায়ক
💕 নাস্তিক = আস্তিক
💕 নিকট = আঁতৰ
💕 নিকটৱৰ্তী = দূৰৱৰ্তি
💕 নিকটলুৱা = কটলুৱা
💕 নিকৰুণ = কৰুণ
💕 নিকা = লেতেৰা
💕 নিকৃষ্ট = উৎকৃষ্ট
💕 নিখৰচী = খৰচী
💕 নিখৰ্ব = খৰ্ব
💕 নিখুঁত = খুঁত
💕 পৰিচ্ছিন্ন = অপৰিচ্ছিন্ন
💕 পৰিণত = অপৰিণত
💕 পৰিতুষ্ট = অপৰিতুষ্ট
💕 পৰিতৃপ্ত = অপৰিতৃপ্ত
💕 পৰিত‍্যক্ত = অপৰিত‍্যক্ত
💕 পৰিত্যাগ = গ্ৰহণ
💕 নিৰ্ভীক = ভীৰু
💕 নির্ভুল = ভুল
💕 নিৰ্মল = মলিন
💕 নিৰ্মিত = অনিৰ্মিত
💕 নিৰ্মেঘ = মেঘাচ্ছন্ন
💕 নিৰ্লজ্জ = সলজ্জ
💕 নিৰ্লিপ্ত = লিপ্ত
💕 নিঃশব্দ = সশব্দ
💕 নিয়োগ = বৰ্খাস্ত
💕 নীচ = উচ্চ
💕 পৰিত্যাজ্য = অপৰিত্যাজ্য
💕 পৰিধান = অপৰিধান
💕 পৰিপক্ক = অপৰিপক্ক
💕 পৰিপাটি = অপৰিপাটি
💕 পৰিপুষ্ট = অপৰিপুষ্ট
💕 পৰিপুষ্টি = অপৰিপুষ্টি
💕 পৰিবৃত = অনাবৃত
💕 পৰিমিত = অপৰিমিত
💕 পৰিশোধিত = অপৰিশোধিত
💕 পৰিশ্ৰম = আৰাম
💕 পৰিশ্ৰমী = অপৰিশ্ৰমী
💕 পৰিষ্কাৰ = অপৰিষ্কাৰ
💕 পৰোপকাকাৰী = অপকাৰী
💕 পৰোক্ষ = প্ৰত্যক্ষ
💕 পৰোক্ষভাৱে = প্ৰত্যক্ষভাৱে
💕 পৱিত্ৰ = অপৱিত্ৰ
💕 পৱিত্ৰতা = অপৱিত্ৰতা
💕 পশ্চ = অগ্ৰ
💕 নিখোজ = খোজ
💕 নিগাজী = অস্থায়ী
💕 ধনাত্মক = ঋণাত্মক
💕 ধনুৱা = নিধনুৱা
💕 ধন্য = অকৃতাৰ্থ
💕 ধৰুৱা = নিধৰুৱা
💕 ধৰ্ম = অধৰ্ম
💕 ধৰ্মী = অধৰ্মী
💕 ধৱল = শ‍্যামল 
💕 ধাতৱ = অধাতৱ
💕 নিপীড়ন = পীড়ন
💕 নিপুণ = অকামিলা
💕 নিভজুৱা = ভজুৱা
💕 নিবুকা = কথাচহকী
💕 নিমন্ত্ৰিত = অনিমন্ত্ৰিত
💕 নিমৰমিয়াল = মৰমিয়াল
💕 নিম্ন = উচ্চ
💕 নিম্নচাপ = ঊৰ্ধ্বচাপ
💕 নিম্নতা = উচ্চতা
💕 নিম্নলিখিত = উল্লিখিত
💕 নিমাওমাও = কোঢ়ালপূৰ্ণ
💕 নিযুক্তি = বৰ্খাস্ত
💕 নিৰভিমানী = অভিমানী
💕 নিৰৱ = সৰৱ
💕 নিৰস = সৰস
💕 নিৰৰ্থক = সদৰ্থক
💕 নিৰক্ষৰ = সাক্ষৰ
💕 নিৰক্ষৰতা = সাক্ষৰতা
💕 নিৰস্ত্ৰ = সশস্ত্ৰ
💕 নিৰাকাৰ = সাকাৰ
💕 নিৰাশা = আশা
💕 পদ্য = গদ্য
💕 পনীয়া = গোটা
💕 পৱিত্ৰ = অপৱিত্ৰ
💕 আপোন = পৰ
💕 পৰ = আপোন
💕 পৰকাল = ইহকাল
💕 পৰকীয় = স্বকীয়
💕 পৰাৰ্থ = স্বাৰ্থ
💕 পৰাশ্রয়ী = স্বাশ্রয়ী
💕 পৰাহ্ন = পূৱা
💕 পৰিকল্পিত = অপৰিকল্পিত
💕 পৰিচয় = অপৰিচয়
💕 পৰিচিত = অপৰিচিত
💕 নিৰানন্দ = আনন্দ
💕 নিৰাপদ = বিপদজনক
💕 নিৰামিষ = আমিষ
💕 নিৰামিষাহাৰী = আমিষাহাৰী
💕 নিৰুৎসাহ = উৎসাহ
💕 নিৰুৎসাহিত = উৎসাহিত
💕 নিৰুৎসাহী = উৎসাহী
💕 নিৰুৎসুক = উৎসুক
💕 নিৰুদ্দিষ্ট = উদ্দিষ্ট
💕 নিৰুদ্দেশ = উদ্দেশ
💕 নিৰুদ্ধ = ৰুদ্ধ
💕 নিৰ্দেশক = অনিৰ্দেশক
💕 নিৰ্দোষ = দোষ
💕 নিৰ্দোষী = দোষী
💕 নিৰ্ধনী = ধনী
💕 নিৰ্বংশ = বংশ
💕 নিৰ্বল = সবল
💕 দ্বৈধ = অদ্বৈধ
💕 ধনৱন্ত = ধনহীন

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...