☑️ বিপৰীত শব্দ 2022. Assamese Grammar. Hslc 2023. Class 10 Assamese Grammar, Class 9 Assamese GrammarHslc 2023 Common Assamese Medium
💕 কৃষ্ণাংগ = শ্বেতাংগ
💕 চঁচা = নচঁচা
💕 চছঁ = খহটা
💕 কেঁকুৰা = পোন
💕 অকৰণীয় = কৰণীয়
💕 চকুৰ কুটা = চকুৰ মণি
💕 কেঁচা = পকা
💕 ইন্সিত = অনীন্সিত
💕 চকুৰ মণি = চকুৰ কুটা
💕 কেৰেহুৱা = বুঢ়া
💕 চঞ্চল = ধীৰ
💕 ছাঁ = পোহৰ
💕 কোবাল = ধীৰ
💕 ঈশ্বৰবাদ = অনীশ্বৰবাদ
💕 চঞ্চলতা = গাম্ভীৰ্য
💕 কোমল = কঠিন
💕 ছায়া = পোহৰ
💕 অংগচ্ছেদন = অংগসংস্থাপন
💕 চতুৰ = হোজা
💕 ঈশ্বৰবাদী = অনীশ্বৰবাদী
💕 ক্ৰন্দন = হাস্য
💕 অংশ = পূর্ণ
💕 চতুৰালি = অকৰামি
💕 ঈহা = অনীহা
💕 ক্ৰয় = বিক্ৰয়
💕 অবিমিশ্ৰ = ভেজাল
💕 চনকা = লিকটীয়া
💕 ঈৰ্ষা = প্ৰীতি
💕 ক্ৰূৰ = অক্ৰূৰ
💕 অবিৰত = বিৰত
💕 চপল = হীণ
💕 ঈষৎ = অধিক
💕 ক্ৰেতা = বিক্রেতা
💕 চপা = মেল
💕 অবিৰল = বিৰল
💕 ক্লান্ত = অক্লান্ত
💕 চমু = দীঘল
💕 অবিৰাম = বিৰাম
💕 ক্লেশ = অক্লেশ
💕 উক্ত = অনুক্ত
💕 চৰকাৰ = জনসাধাৰণ
💕 অবিৰোধ = বিৰোধ
💕 খং = ৰং
💕 উখৰা = অকটুৰ
💕 অংশকালীন = পূর্ণকালীন
💕 খংশিঙা = ৰংশিঙা
💕 উখল-মাখল = উৰুঙা
💕 অবিলম্ব = বিলম্ব
💕 খঙাল = ৰঙীয়াল
💕 অবিশ্ৰান্ত = বিশ্ৰান্ত
💕 খটা = নখটা
💕 অকথন = কথন
💕 উখা = আৰৈ
💕 খণ্ড = অখণ্ড
💕 অবিষাদ = বিষাদ
💕 উগ্ৰ = অনুগ্ৰ
💕 চৰকাৰী = বেচৰকাৰী
💕 অবিষম্বাদী = বিষম্বাদী
💕 খণ্ডগ্ৰাস = পূর্ণগ্ৰাস
💕 উঘাল = ৰো
💕 অকথনীয় = কথনীয়
💕 খণ্ডিত = অখণ্ডিত
💕 উচাতম = প্ৰশান্ত
💕 অকথিত = কথিত, ব্যক্ত
💕 খৰ = ধীৰ
💕 উচিত = অনুচিত
💕 অকথ্য = কথ্য, বাচ্য
💕 খৰখেদা = লাহে-ধীৰে
💕 উচ্চ = নিম্ন
💕 ছিং = জোৰা লগা
💕 খৰচ = জমা
💕 অকপট = কপট
💕 উচ্চতা = নিম্নতা
💕 ছেগাচোৰোকা = নিয়মীয়া
💕 খৰচী = মিতব্যয়ী
💕 উচ্চাত্মিকা = নীচ্চাত্মিকা
💕 ছেদক = সংযোজক
💕 অকম্পমান = কম্পমান
💕 খৰতকীয়া = লেহেমীয়া
💕 উচ্ছুক = অনিচ্ছুক
💕 ছেদন = সংযোজন
💕 খৰাং = জীপাল
💕 উচ্ছৃংখল = সুশৃংখল
💕 ছেদিত = সংযোজিত
💕 অকৰ্ম = সুকৰ্ম
💕 খৰাংপীড়িত = বানপীড়িত
💕 উজনি = নামনি
💕 অকৰ্মক = সকৰ্মক
💕 খৰালি = বাৰিষা
💕 উজনিমুৱা = নামনিমুৱা
💕 অকল = লগ
💕 ছেদ্য = অছেদ্য
💕 খৰিদ = বিক্ৰয়
💕 উজা = ভটিয়া
💕 জংগম = স্থাৱৰ
💕 অকলংক = কলংক
💕 খৰ্ব = নিখর্ব
💕 উজান = ভাটি
💕 জটিল = সহজ
💕 খলনায়ক = নায়ক
💕 অকল্পনীয় = কল্পনীয়
💕 উজু = জটিল
💕 জড় = জীৱ
💕 খহটা = মিহি
💕 চৰণ = মস্তক
💕 অকলশৰীয়া = সংগ থকা
💕 খাঁটি = ভেজাল
💕 উজ্জ্বল = অনুজ্জ্বল
💕 জড়জগত = জীৱজগত
💕 চৰম = নৰম
💕 খা = নাখা
💕 জধলা = পৰিপাটি
💕 উঠ = নাম
💕 জনপ্ৰিয় = অজনপ্রিয়
💕 খাট = নাখাট
💕 অকল্যান = কল্যান
💕 জনবহুল = জনশূন্য
💕 খাদ্য = অখাদ্য
💕 উঠন = পতন
💕 খাৰাপ = ভাল
💕 অঁকাৰী = কাঁৰী
💕 জনম = মৰণ
💕 খাৰিফ শস্য = ৰবি শস্য
💕 উঠা = নমা
💕 জনশূন্য = জনাকীৰ্ণ
💕 খাল = বাম
💕 অকাই-পকাই = পোনাই
💕 জনসাধাৰণ = চৰকাৰ
💕 উতলা = কুহুমীয়া
💕 খালী = ভৰ্তি
💕 অকাতৰ = কাতৰ
💕 জনা = নজনা
💕 উৎকণ্ঠা = শান্তি
💕 খাহী = পাঠা
💕 জনাকীৰ্ণ = জনশূন্য
💕 অকাম্য = কাম্য
💕 খীণ = শকত
💕 উৎকৰ্ষ = অপকৰ্ষ
💕 জন্ম = মৃত্যু
💕 অবিহীত = বিহিত
💕 খুচুৰা = পাইকাৰী
💕 উৎকৃষ্ট = নিকৃষ্ট
💕 জন্মতিথি = মৃত্যুতিথি
💕 অবুজ = বোধ
💕 উৎপতীয়া = শান্ত
💕 অকায় = শৰীৰী
💕 জপা = মেল
💕 অবৃষ্টি = বৃষ্টি
💕 খোকোজা = সলসলীয়া
💕 উৎসাহ = নিৰুৎসাহ
💕 অকাৰণ = কাৰণ
💕 জমা = খৰচ
💕 উৎসাহিত = নিৰুৎসাহিত
💕 খেলিমেলি = সুশৃংখল
💕 অবৈদিক = বৈদিক
💕 জয় = পৰাজয়
💕 উৎসাহী = অনুৎসাহী
💕 খোজ = যাচ
💕 অকাৰ্য = সুকাৰ্য
💕 জৰা = যৌৱন
💕 অবৈধ = বৈধ
💕 খোলা = বন্ধ
💕 উত্তপ্ত = শীতল
💕 অকীৰ্তি = সুনাম, কীৰ্তি
💕 জৰিমনা = পুৰস্কাৰ
💕 অবোধ = বোধ
💕 উত্তম = অধম
💕 খোৱা = নোখোৱা
💕 অকুটিল = কুটিল
💕 জল = স্থল
💕 উত্তমৰ্ণ = অধমৰ্ণ
💕 খ্যাত = অখ্যাত
💕 অব্যক্ত = ব্যক্ত
💕 গগন = পাতাল
💕 অকুণ্ঠ = দ্বিধা
💕 জলচৰ = স্থলচৰ
💕 গচ্ছিত = অগচ্ছিত
💕 উত্তমাংগ = অধমাংগ
💕 জলজ = স্থলজ
💕 অকৃতকাৰ্য = কৃতকাৰ্য
💕 গজ = নগজ
💕 উত্তৰ = প্ৰশ্ন
💕 জলবতাহ = স্থলবতাহ
💕 খ্যাতি = অখ্যাতি
💕 গজব = সন্তোষ
💕 উত্তৰণ = অৱতৰণ
💕 জড়াৱস্থা = চৈতন্যাৱস্থা
💕 অব্যয় = ব্যয়
💕 গঠন = ভাঙোন
💕 উত্তৰায়ণ = দক্ষিণায়ণ
💕 জহ = জাৰ
💕 অকৃতকাৰ্যতা = কৃতকাৰ্যতা
💕 গঠিত = অগঠিত
💕 জহকালি = জাৰকালি
💕 উত্তল = অৱতল
💕 গণিকা = সতী
💕 অকৃতজ্ঞ = কৃতজ্ঞ
💕 জাকজমক = অনাড়ম্বৰ
💕 গণ্য = নগণ্য
💕 উত্তাপ = শীত
💕 জাকজমকীয়া = আড়ম্বৰশূন্য
💕 অকৃতদাৰ = কৃতদাৰ
💕 গত = অনাগত
💕 উত্তীৰ্ণ = অনুত্তীৰ্ণ
💕 জাগৰণ = নিদ্ৰা
💕 অকৃতাৰ্থ = কৃতাৰ্থ
💕 গতানুগতিক = অগতানুগতিক
💕 উত্থান = পতন
💕 অকৃতি = সুকৃতি
💕 গতায়ু = জীৱিত
💕 উত্থিত = পতিত
💕 অকৃত্য = কৃত্য
💕 গতি = স্থিতি
💕 উদগতি = অধোগতি
💕 গতিশক্তি = স্থিতিশক্তি
💕 অকৃত্ৰিম = কৃত্ৰিম
💕 উদগ্ৰীৱ = নিৰুদ্বেগ
💕 গতিশীল = স্থিতিশীল
💕 অকৃপণ = কৃপণ
💕 উদং = ভৰ্তি
💕 গদ্য = পদ্য
💕 অক্ৰূৰ = ক্ৰূৰ
💕 জাগৃত = সুপ্ত
💕 উদয় = অস্ত
💕 গধুৰ = পাতল
💕 অক্ৰোধ = ক্ৰোধ
💕 জাগ্ৰত = সুষুপ্ত
💕 উদয়াচল = অস্তাচল
💕 গধূলি = পুৱা
💕 জাজ্বল্যমান = তমসাচ্ছন্ন
💕 উদাত্ত = অনুদাত্ত
💕 গঞ্জনা = প্ৰশংসা
💕 অক্লান্ত = ক্লান্ত
💕 জাতি = অজাতি
💕 উদাৰ = অনুদাৰ
💕 গপচ = পাতল
💕 জাতীয় = বিজাতীয়
💕 অক্লিষ্ট = ক্লিষ্ট
💕 গভীৰ = অগভীৰ
💕 উদাস = বিষয়ী
💕 জায়া = স্থায়ী
💕 অক্লেদ্য = ক্লেদ্য
💕 গমন = আগমন
💕 উদিত = অস্তমিত
💕 জাৰ = জহ
💕 গম্ভীৰ = চঞ্চল
💕 অক্লেশ = ক্লেশ
💕 জাৰকালি = জহকালি
💕 উদ্দিষ্ট = অনুদিষ্ট
💕 অখণ্ড = খণ্ড
💕 জাল = আচল
💕 উদ্ধত = অনুদ্ধত
💕 জালিয়াত = সজ্জন
💕 অখাদ্য = খাদ্য
💕 জিক = হাৰ
💕 উদ্ভিদ = প্ৰাণী
💕 অখ্যাত = খ্যাত
💕 জিকা = হৰা
💕 উদ্যত = অনুদ্যত
💕 অগণনীয় = গণনীয়
💕 জিত = পৰাজিত
💕 অগভীৰ = গভীৰ, দ
💕 জিতেন্দ্ৰিয় = অজিতেন্দ্ৰিয়
💕 অগাধ = তৰাং
💕 জিন্দা = মুৰ্দা
💕 অগিয়ান = জ্ঞানী
💕 জিন্দাবাদ = মুর্দাবাদ
💕 অগুন = সগুণ
💕 জীৰ্ণ = অজীৰ্ণ
💕 অগোচৰ = গোচৰ
💕 জীয়া = মৰা
💕 জীণ = অজীণ
💕 অগ্ৰ = পশ্চ
💕 জীৱ = জড়
💕 অগ্ৰগতি = পশ্চাৎগতি
💕 উদ্যম = অনুদ্যম
💕 অগ্ৰগামী = পশ্চাদগামী
💕 উদ্যমী = অনুদ্যমী
💕 অগ্ৰজ = অনুজ
💕 চৰমপন্থী = নৰমপন্থী
💕 আগ্ৰাহ্য = গ্ৰাহ্য
💕 উদ্যোগ প্ৰধান = কৃষিপ্ৰধান
💕 অঘৰী = গৃহী
💕 চৰ্চিত = অচৰ্চিত
💕 অচতুৰ = চতুৰ
💕 উদ্বিগ্ন = অনুদ্বিগ্ন
💕 অচৰ = চৰ
💕 চৰ্তসাপেক্ষে = নি:চৰ্ত
💕 উদ্বেগ = অনুদ্বেগ
💕 অচল = সচল
💕 উন্নত = অনুন্নত
💕 চৰিত্ৰৱান = চৰিত্ৰহীন
💕 অচলায়তন = সচলায়তন
💕 চৰ্ব্য = পেয়
💕 উন্নয়ন = অৱনমণ
💕 অচিন = চিনাকি
💕 উন্নতি = অৱনতি
💕 অচিনাকি = চিনাকি
💕 চল = অচল
💕 অচিনাক্ত = চিনাক্ত
💕 চলন্ত = স্থিৰ
💕 অচিন্তিত = চিন্তিত
💕 চলতি = অচলতি
💕 অচিন্ত্য = চিন্ত্য
💕 উন্নীত = অৱনমিত
💕 চহকী = দৰিদ্ৰ
💕 অচুম্বকীয় = চুম্বকীয়
💕 চহৰ = নগৰ
💕 অচেতন = চেতন
💕 অচৈতন্য = চৈতন্য
💕 চহৰীয়া = নগৰীয়া
💕 অচ্যুত = চ্যুত
💕 চক্ষুস্মান = অন্ধ
💕 উন্মীলন = নিমিলন
💕 অছিদ্ৰ = ছিদ্ৰ
💕 চা = নাচা
💕 উন্মীলিত = নিমীলিত
💕 অজলা = টেঙৰ
💕 চাই = নাচাই
💕 অজিতেন্দ্ৰিয় = জিতেন্দ্ৰিয়
💕 উন্মুক্ত = বন্ধনযুক্ত
💕 অজীৰ্ণ = জীৰ্ণ
💕 চাউল মাৰ = চাউল মোকলা
💕 উন্মুখ = বিমুখ
💕 অজৈৱ = জৈৱ
💕 চাকৰ = মালিক
💕 অজ্ঞ = প্ৰাজ্ঞ, জ্ঞানী
💕 চাতুৰ্য্য = অকৰামি
💕 উপকৰ্য = অপকৰ্ষ
💕 অজ্ঞাত = জ্ঞাত
💕 চাদা = ফুলবছা
💕 উপকাৰ = অপকাৰ
💕 অজ্ঞান = সজ্ঞান
💕 চাপৰ = ওখ
💕 উপকাৰিতা = অপকাৰিতা
💕 অজ্ঞানী = জ্ঞানী
💕 চাফা = লেতেৰা
💕 উপকাৰী = অপকাৰী
💕 অজ্ঞেয় = জ্ঞেয়
💕 চামিল = বহিস্কাৰ
💕 চামিলকৰণ = বহিস্কাৰকৰণ
💕 অজ্ঞেয়বাদ = জ্ঞেয়বাদ
💕 চামুন = কথকী
💕 উপগত = অপগত
💕 অটুট = অপূৰ্ণ
💕 অসৎ = সৎ
💕 অসতী = সতী
💕 অসত্য = সত্য
💕 অসদৃশ = সদৃশ
💕 অসদ্ব্যৱহাৰ = সদ্ব্যৱহাৰ
💕 অসম্ভৱ = সম্ভৱ
💕 অসন্তুষ্ট = সন্তুষ্ট
💕 অসন্তুষ্টি = সন্তুষ্টি
💕 অসন্তোষ = সন্তোষ
💕 অসবৰ্ণ = সবৰ্ণ
💕 উপচয় = অপচয়
💕 চালাক = হোজা
💕 অণু = বৃহৎ
💕 চাৱল = পোন
💕 অতনু = তনু
💕 চাহিদা = যোগান
💕 উপপথ = ঘাইপথ
💕 অতল = অগভীৰ
💕 চাক্ষুষ = অগোচৰ
💕 গোলাম = গৰাকী
💕 গৌণ = মুখ্য
💕 গৌৰ = ক'লা
💕 গৌৰৱ = লাঘৱ
💕 গ্ৰহণ = বৰ্জন
💕 গ্ৰহণীয় = বৰ্জনীয়
💕 গ্ৰহীতা = দাতা
💕 গ্ৰীষ্ম = শীত
💕 গ্ৰীষ্মকালীন = শীতকালীন
💕 গ্লানি = যশস্যা
💕 উপযুক্ত = অনুপযুক্ত
💕 চিজিল = বেচিজিল
💕 অতিকায় = ক্ষুদ্ৰকায়
💕 চিধা = বেঁকা
💕 উপযুক্তা = অনুপযুক্তা
💕 অতিবৃষ্টি = অনাবৃষ্টি
💕 চিনাকি = অচিনাকি
💕 উপযোগ = অনুপযোগ
💕 অতীত = বৰ্তমান
💕 চিন্তনীয়া = অচিন্তনীয়
💕 অতীন্দ্ৰিয় = ইন্দ্ৰিয়গাহ্য
💕 চিন্তাগ্ৰস্ত = চিন্তামুক্ত
💕 অতুল = অননুপম
💕 উপযোগী = অনুপযোগী
💕 অতৃপ্ত = তৃপ্ত
💕 উপলব্ধি = অনুপলব্ধি
💕 অতৃপ্তি = তৃপ্তি
💕 চিন্তান্বিত = চিন্তামুক্ত
💕 উপৱিষ্ঠ = উত্থিত
💕 অত্বৰ = দ্ৰুত
💕 চিন্তিত = চিন্তাহীন
💕 উপশম = বৃদ্ধি
💕 চিন্তাগ্ৰস্ততা = চিন্তামুক্ততা
💕 অত্যধিক = ন্যূনধিক
💕 উপসংহাৰ = প্ৰাৰম্ভ
💕 চিন্ময় = মৃণ্ময়
💕 অত্যাৱশ্যকীয় = অনাৱশ্যকীয়
💕 চিপচিপীয়া = দোপালপিটা
💕 উপসৰ্গ = অনুসৰ্গ
💕 অত্যুৎকৃষ্ট = নিকৃষ্ট
💕 চিৰকাল = অল্পকাল
💕 উপস্থিত = অনুপস্থিত
💕 অথনি = এতিয়া
💕 চিৰকালীন = অল্পকালীন
💕 চিৰবিচ্ছেদ = চিৰমিলন
💕 অথাউনি = থাউনি
💕 উভৈনদী = অভাৱ
💕 চিৰস্থায়ী = ক্ষণস্থায়ী
💕 অথিৰ = থিৰ, স্থিৰ
💕 আমান্ন = সিদ্ধান্ন
💕 আমিষ = নিৰামিষ
💕 আমিষহাৰী = নিৰামিষহাৰী
💕 আড়ম্বৰ = অনাড়ম্বৰ
💕 আড়ম্বৰপূৰ্ণ = অনাড়ম্বৰ
💕 আয় = ব্যয়
💕 আয়তী = বিধৱা
💕 ডুবন্ত = ভাসন্ত
💕 উমৈহতীয়া = গাউগুটীয়া
💕 চিৰায়ত = সাময়িক
💕 অদগ্ধ = দগ্ধ
💕 চিৰায়ু = অল্পায়ু
💕 অদম্য = দম্য
💕 উৰুঙা = ওখল-মাখল
💕 চিনাক্ত = অচিনাক্ত
💕 অদৰকাৰ = দৰকাৰ
💕 চিধা = বেঁকা
💕 উৰ্বৰ = অনুৰ্বৰ
💕 চুটি = দীঘল
💕 অদৰকাৰী = দৰকাৰী
💕 চুপচাপ = হুলস্থূল
💕 অদৰ্শন = দৰ্শন
💕 চুম্বকীয় = অচুম্বকীয়
💕 অদহনীয় = দহনীয়
💕 চুৱা = নিকা
💕 অদাহ্য = দাহ্য
💕 উৰ্বৰা = অনুৰ্বৰ
💕 অদূৰ = দূৰ
💕 চূড়ান্ত = প্ৰাৰম্ভিক
💕 অদৃশ্য = দৃশ্য
💕 চেঁচা = তপত
💕 অদেখা = দেখা
💕 উল্লিখিত = নিম্নলিখিত
💕 অদ্বৈত = দ্বৈত
💕 চেঁচুকীয়া = ৰ'দঘাই
💕 অদ্বৈতবাদী = দ্বৈতবাদী
💕 চেতন = অচেতন
💕 উশাহ = নিশাহ
💕 অদ্ৰবনীয় = দ্ৰবনীয়
💕 চেনেহ = ঘৃণা
💕 অদ্ৰষ্ট = দ্ৰষ্ট
💕 অদ্ৰুত = দ্ৰুত
💕 চেপেটা = গোটা
💕 অধম = উত্তম
💕 অধমৰ্ণ = উত্তমৰ্ণ
💕 চেৰেলা = নোদোকা
💕 উষতা = শীতলতা
💕 অধৰ্ম = ধৰ্ম
💕 চৈতন্য = অচৈতন্য
💕 অধিক = কম
💕 উষ্ণ = শীতল
💕 চৈতন্যৱস্থা = জড়াৱস্থা
💕 অধিকাৰ = অনধিকাৰ
💕 উষ্ম = শীতল
💕 চোকা = ভোটা
💕 অধিত্যকা = উপত্যকা
💕 চোৰ = সাধু
💕 অধীন = স্বাধীন
💕 চ্যুত = অচ্যুত
💕 অধীৰ = স্থিৰ
💕 ছপা = হাতেলিখা
💕 উহ্য = স্পষ্ট
💕 অধৈৰ্য = ধৈৰ্য
💕 ছঁয়াময়া = ফটফটীয়া
💕 অধোগতি = উৰ্ধ্বগতি
💕 অধোদৃষ্টি = উৰ্ধ্বদৃষ্টি
💕 উৰ্দ্ধ = অধ:
💕 অধোমুখ = উৰ্ধ্বমুখ
💕 অধ্যাপক = অধ্যায়ী
💕 ঊৰ্ধ্ব = অধঃ
💕 অব্যৱধান = ব্যৱধান
💕 ঊৰ্ধ্বগতি = অধোগতি
💕 অব্যৱহার্য = ব্যৱহার্য
💕 অব্যাহত = ব্যাহত
💕 ঊৰ্ধ্বগমন = অধোগমন
💕 অব্যাহতি = অপৰিত্ৰাণ
💕 অভকত = ভকত
💕 ঊৰ্ধ্বগামী = নিম্নগামী
💕 অভকতীয়া = ভকতীয়া
💕 অধ্যায়ী = অধ্যাপক
💕 উৰ্ধ্বচাপ = নিম্নচাপ
💕 অনংগ = মৃৰ্ত
💕 অনতিক্ৰম = অতিক্ৰম
💕 ঊৰ্ধ্বতন = অধঃতন
💕 অনধিক = অধিক
💕 ঊৰ্ধ্বমুখ = অধোমুখ
💕 অনধিকৃত = অধিকৃত
💕 অননুকৰণীয় = অনুকৰণীয়
💕 ঊৰ্ধ্বস্থ = অধঃস্থ
💕 অননুজ্ঞাত = অনুজ্ঞাত
💕 অননুমত = অনুমত
💕 অনন্ত = অন্ত
💕 অনভিজ্ঞ = অভিজ্ঞ
💕 ঊৰ্ধ্বহনু = অধঃহনু
💕 অনভিপ্ৰেত = অভিপ্ৰেত
💕 ঊষা = সন্ধ্যা
💕 অনভ্যস্ত = অভ্যস্ত
💕 অনভ্যাস = অভ্যাস
💕 ঊৰ্ধ্বক্ষিপ্ত = অধঃক্ষিপ্ত
💕 অনমনীয় = নমনীয়
💕 অনৰ্থ = অৰ্থ
💕 অনশন = অশন
💕 ঊৰ্ধ্বক্ষেপন= অধঃক্ষেপন
💕 অনাগত = আগত
💕 ঋজু = বেঁকা, বক্ৰ
💕 অনাচৰ = আচাৰ
💕 ঋণাত্মক = ধনাত্মক,
💕 অনাচাৰী = আচাৰবিশিষ্ট
💕 অনাটন = উভৈনদী
💕 ঋণী = অঋণী
💕 অনাড়ম্বৰ = আড়ম্বৰ
💕 অনাদৰ = আদৰ
💕 এই = সেই
💕 অনাদায় = আদায়
💕 অনাদৃত = আদৃত
💕 এইপিনে = সেইপিনে
💕 অনাবিল = আবিল
💕 এইয়া = সেইয়া
💕 অনাবৃত = আবৃত
💕 অনাবৃষ্টি = অতিবৃষ্টি
💕 এওঁ = তেওঁ
💕 অনাৰ্দ্ৰ = আৰ্দ্ৰ
💕 অনাৰ্য = আৰ্য
💕 একক = দলীয়
💕 অনাৱশ্যক = আৱশ্যক
💕 অনাৱিষ্কৃত = আৱিষ্কৃত
💕 এককোষী = বহুকোষী
💕 অনাশ্ৰয় = আশ্ৰয়
💕 একগামী = বহুগামী
💕 অনাশ্ৰিত = আশ্ৰিত
💕 একগামিতা = বহুগামিতা
💕 অনাসক্ত = আসক্ত
💕 অনাস্থা = আস্থা
💕 একচনীয়া = ম্যাদী
💕 অনাহক = দৰকাৰ, হক থকা
💕 একতা = ভিন্নতা
💕 অনাহত = আহত
💕 একত্ব = বহুত্ব
💕 অনিচ্ছা = ইচ্ছা
💕 একত্ৰ = সিঁচৰতি
💕 অনিচ্ছাকৃত = ইচ্ছাকৃত
💕 অনিচ্ছুক = ইচ্ছুক
💕 একবচন = বহুবচন
💕 অনিত্য = নিত্য
💕 একমত = দ্বিমত
💕 অনিদ্ৰা = নিদ্ৰা
💕 একমাত্ৰিক = বহুমাত্রিক
💕 অনিন্দিত = নিন্দিত
💕 অভগন = ভগন
💕 একমুখী = বহুমুখী
💕 অনিন্দিতা = নিন্দিতা
💕 একান্ন = পৃথকান্ন
💕 আবতৰ = বতৰ
💕 আবতৰীয়া = বতৰীয়া
💕 আবাদ = অনাবাদ
💕 আবাদী = অনাবাদী
💕 আবদ্ধ = মুক্ত
💕 আবিল = অনাবিল
💕 আবুৰ = মুকলি
💕 আবৃত = অনাবৃত
💕 অনিন্দ্য = নিন্দ্য
💕 অনিবাৰ = নিবাৰ
💕 একৰ্থাক = দ্ব্যৰ্থক
💕 অনিমন্ত্ৰিত = নিমন্ত্ৰিত
💕 একে = বেলেগ
💕 অনিমেষ = নিমেষ
💕 অনিয়ত = নিয়ত
💕 এখেত = তেখেত
💕 অনিয়তাকাৰ = নিয়তাকাৰ
💕 অনিগম = নিগম
💕 এতিয়া = তেতিয়া
💕 অনিয়মিত = নিয়মিত
💕 অনিৰুদ্ধ = নিৰুদ্ধ
💕 এতেক = তেতেক
💕 অনিৰ্দিষ্ট = নিৰ্দিষ্ট
💕 এনুৱা = তেনুৱা
💕 অনিৰ্বচনীয় = নিৰ্বচনীয়
💕 এনেকুৱা = তেনেকুৱা
💕 অনিৰ্বন্ধ = সংবদ্ধ
💕 অনিৰ্বাণ = নিৰ্বাণ
💕 অনিৰ্মিত = নিৰ্মিত
💕 অনিশ্চয় = নিশ্চয়
💕 অনিশ্চয়তা = নিশ্চয়তা
💕 অনিশ্চিত = নিশ্চিত
💕 এন্ধাৰ = পোহৰ
💕 অনিয়মিত = নিয়মিত
💕 অনীতি = নীতি
💕 এয়া = সেয়া
💕 অনীশ্বৰবাদ = অস্তিত্ববাদ
💕 অনীহ = স্পৃহ
💕 এৰ = ধৰ
💕 অনুকূল = প্ৰতিকূল
💕 অনুক্ত = উক্ত
💕 এলাগী = লাগী
💕 অনুক্তি = উক্তি
💕 অনুগ্ৰ = উগ্ৰ
💕 এলাহ = নিৰালস্য
💕 আগ্ৰহ = অনাগ্ৰহ
💕 আত্ম = পৰ
💕 আত্মাশ্লাঘা = আত্মগ্লানি
💕 আত্মীয় = অনাত্মীয়
💕 আথৰ = থৰ
💕 আপচু = সুশ্ৰী
💕 আপত্তি = সন্মতি
💕 আপদ = সম্পদ
💕 আপী = আপা
💕 অনুগ্ৰহ = নিগ্ৰহ
💕 অনুচিত = উচিত
💕 এলেহুৱা = কৰ্মথ
💕 অনুচ্চ = উচ্চ
💕 অনুজ = অগ্ৰজ
💕 এঁৱা = দৈ
💕 অনুজ্ঞাত = অননুজ্ঞাত
💕 ঐকমত্য = মতানৈক্য
💕 অনুজ্জ্বল = উজ্জ্বল
💕 অনুত্তীৰ্ণ = উত্তীৰ্ণ
💕 ঐক্য = অনৈক্য
💕 অনুৎসাহ = উৎসাহ
💕 অনুদাত্ত = উদাত্ত
💕 ঐচ্ছিক = বাধ্যতামূলক
💕 অনুদাৰ = উদাৰ
💕 অনুদিত = উদিত
💕 ঐতিহাসিক = এনৈতিহাসিক
💕 অনুদ্দিষ্ট = উদ্দিষ্ট
💕 অনুদ্ধত = উদ্ধত
💕 ঐৰ্ব্য = অপাৰ্থিৱ
💕 অনুদ্ভূত = উদ্ভূত
💕 অনুদ্বায়ী = উদ্বায়ী
💕 অনুদ্বিগ্ন = উদ্বিগ্ন
💕 ওখ = চাপৰ
💕 অনুদ্বেগ = উদ্বেগ
💕 অনুদ্যম = উদ্যম
💕 ওখোৰা-মোখোৰা = মসৃণ
💕 অনুদ্যমী = উদ্যমী
💕 অনুদ্যোগ = উদ্যোগ
💕 ওচৰ = দূৰ
💕 অনুন্নত = উন্নত
💕 অনুপযুক্ত = উপযুক্ত
💕 ওদা = নিপুণ
💕 অনুপযোগী = উপযোগী
💕 ওপং = ডুব
💕 অনুপলব্ধি = উপলব্ধি
💕 ওপৰ = তল
💕 অনুপস্থিত = উপস্থিত
💕 ওপৰত = তলত
💕 অনুপায় = উপায়
💕 অনুভৱ = অননুভৱ
💕 ওপৰমুৱা = তলমুৱা
💕 অনুমতি = অসন্মতি
💕 অনুমোদন = অননুমোদন
💕 ওপৰলৈ = তললৈ
💕 অনুৰক্ত = অনাসক্ত
💕 ওপৰেদি = তলেদি
💕 অনুৰাগ = বিৰাগ
💕 অনুৰ্বৰ = উৰ্বৰ
💕 ওৰ = আৰম্ভ
💕 অনুলোম = বিলোম
💕 অনুৱৰ্তী = পূৰ্বৱৰ্তী
💕 ঔচিত্য = অনৌচিত্য
💕 অনুশীলন = অননুশীলন
💕 অনুসৰ্গ = উপসৰ্গ
💕 অনূঢ় = বিবাহিত
💕 কটীয়া = লেংপেং
💕 অনৃত = সুনৃত
💕 অনেক = এক
💕 কঙাল = উভৈনদী
💕 অনৈক্য = ঐক্য
💕 অনৈতিক = নৈতিক
💕 কঙালী = ভোগালী
💕 অনৈষ্ঠিক = নৈষ্ঠিক
💕 অনৌচিত্য = ঔচিত্য
💕 কৰ্কথনা = প্ৰশংসা
💕 অন্ত = আদি
💕 কটু = সোৱাদ
💕 অন্তঃ = বহিঃ
💕 কটুৰ = সৰস
💕 অন্তৰ = বাহিৰ
💕 অন্তৰংগ = বহিৰংগ
💕 কঠিন = সহজ
💕 অন্তৰিন্দ্ৰিয় = বহিৰিন্দ্ৰিয়
💕 কঠুৱা = দয়ালু
💕 অন্তৰ্ধান = দৃশ্য
💕 অন্তৰ্বাণিজ্য = বহিৰ্বাণিজ্য
💕 কঠোৰ = কোমল
💕 অন্তৰ্মুখী = বহিৰ্মুখী
💕 অন্ত্য = আদ্য
💕 কতিপয় = সহৰ
💕 অন্ধকাৰ = পোহৰ, আলোক
💕 অন্ধিকা = দিন
💕 কতীয়া = পোন
💕 অন্যায় = ন্যায়
💕 কথকি = নিবোকা
💕 অন্যূন = ন্যূন
💕 কথনীয় = অকথনীয়
💕 অপকৰ্ম = সুকৰ্ম
💕 কথিত = লিখিত
💕 অপকৰ্ষ = উৎকৰ্ষ
💕 অপকাৰ = উপকাৰ
💕 কথ্য = অকথ্য
💕 অপকাৰিতা = উপকাৰিতা
💕 অপকাৰী = উপকাৰী
💕 কদৰ = অনাদৰ
💕 অপকীৰ্তি = সুকীৰ্তি
💕 কদৰ্য = সুন্দৰ
💕 অপকৃষ্ট = উৎকৃষ্ট
💕 অপকেন্দ্ৰিক = অভিকেন্দ্ৰিক
💕 কনিষ্ঠ = জ্যেষ্ঠ
💕 অপচয় = উপচয়
💕 অপছন্দ = পছন্দ
💕 কন্দল = মিল
💕 অপক্ক = পক্ক
💕 অপটু = পটু
💕 কন্দা = হঁহা
💕 অপঠিত = পঠিত
💕 কপট = অকপট
💕 অপথ = সুপথ
💕 কপটীয়া = অকপটীয়া
💕 অপথ্য = পথ্য
💕 কপলীয়া = দুৰ্কপলিয়া
💕 অপপ্ৰয়োগ = সুপ্ৰয়োগ
💕 অপব্যয় = পৰিমিতব্যয়
💕 কম = বেছি
💕 অপমান = মান
💕 কমা = বঢ়া
💕 অপৰাজিতা = পৰাজিতা
💕 কম্পমান = অকম্পমান
💕 অপৰাজেয় = পৰাজেয়
💕 অপৰাধ = অনপৰাধ
💕 কম্পিত = অকম্পিত
💕 অপৰাধী = নিৰপৰাধ
💕 কৰণ = অকৰণ
💕 অপৰিকল্পিত = পৰিকল্পিত
💕 কৰণীয় = অকৰণীয়
💕 অপৰিচিত = পৰিচিত
💕 অপৰিচিতা = পৰিচিতা
💕 কৰাইচ = খৰচী
💕 অপৰিচ্ছন্ন = পৰিচ্ছন্ন
💕 অপৰিজ্ঞাত = পৰিজ্ঞাত
💕 কৰযুক্ত = কৰমুক্ত
💕 অপৰিণত = পৰিণত
💕 কৰ্কশ = কোমল
💕 অপৰিত্যক্ত = পৰিত্যক্ত
💕 কৰ্ণগোচৰ = কৰ্ণৰ অগোচৰ
💕 অপৰিনামদৰ্শী = পৰিনামদৰ্শী
💕 কৰ্তব্য = অকৰ্তব্য
💕 অপৰিপক্ক = পৰিপক্ক
💕 কৰ্তৃত্ব = অকৰ্তৃত্ব
💕 অপৰিপূর্ণ = পৰিপূর্ণ
💕 কতৃত্বশীল = অকতৃত্বশীল
💕 অপৰিপাট্য = পৰিপাটি
💕 অপৰিবাহিতা = পৰিবাহিতা
💕 কৰ্ম = অকৰ্ম
💕 অপৰিবাহী = পৰিবাহী
💕 কৰ্মেন্দ্ৰিয় = জ্ঞানেন্দ্ৰিয়
💕 অপৰিব্যক্ত = ব্যক্ত
💕 অপৰিমেয় = পৰিমেয়
💕 ক'লা = বগা
💕 অপৰিৱৰ্তন = পৰিৱৰ্তন
💕 অপৰিৱৰ্তনীয় = পৰিৱৰ্তনীয়
💕 ক'লী = বগী
💕 অপৰিৱৰ্তিত = পৰিৱৰ্তিত
💕 অপৰিশোধ্য = পৰিশোধ্য
💕 কল্পনা = বাস্তৱ
💕 অপৰিষ্কাৰ = পৰিস্কাৰ
💕 কল্পিত = অকল্পিত
💕 অপৰিসীম = পৰিসীম
💕 অপৰিহাৰ্য = পৰিহাৰ্য
💕 কাঁৰী = অকাঁৰী
💕 জীৱাত্মা = পৰমাত্মা
💕 জীৱিত = মৃত
💕 অপৰ্যাপ্ত = পৰ্যাপ্ত
💕 কাজ = অকাজ
💕 টিমক = অজলা
💕 জুতি = বিজুতি
💕 অপলক = পলক
💕 জুলীয়া = গোটা
💕 টান = উজু
💕 কাজী = থুপৰী
💕 অপৱিত্ৰ = পৱিত্ৰ
💕 জেকা = ফৰফৰীয়া
💕 জেলজেলীয়া = ডাঠ
💕 টাটকা = নিস্তেজ
💕 কাতৰ = অকাতৰ
💕 জ্যেষ্ঠ = কনিষ্ঠ
💕 অপহূতা = নিমন্ত্রিত
💕 টেঙা = মিঠা
💕 জৈৱ = অজৈৱ
💕 আদৰ = অনাদৰ
💕 আদৰণি = বিদায়
💕 আধিক্য = অনাধিক্য
💕 আধুনিক = পৌৰাণিক
💕 আধুনিকতা = প্ৰাচীনতা
💕 আনন্দ = বেদনা
💕 আনুষ্ঠানিক = অনানুষ্ঠানিক
💕 আন্ধাৰ = পোহৰ
💕 আপঁইতা = পূৰঠ
💕 জৈৱিক = অজৈৱিক
💕 অপাঠ্য = পাঠ্য
💕 টেঙৰ = অঁকৰা
💕 জোৰি = কমজোৰি
💕 টকটকীয়া = মেহেঙা
💕 কান্দ = হাঁহ
💕 টটাৰি = উদাৰ
💕 টেটেৰা = নোদোকা
💕 অপাত্ৰ = পাত্ৰ
💕 জোল = বিজোল
💕 অপাৰ = পাৰ, সীমা থকা
💕 জোৱাৰ = ভাটা
💕 কান্দোন = হাঁহি
💕 জ্ঞাত = অজ্ঞান
💕 টেৰা = পোন
💕 অপাৰগ = পাৰগ
💕 জ্ঞানৱন্ত = জ্ঞানহীন
💕 টেৰিমেৰি = সৰল
💕 অপাৰ্থিৱ = পাৰ্থিৱ
💕 জ্ঞানৱান = জ্ঞানহীন
💕 কাপুৰুষ = সাহসী
💕 টোকোনা = চহকী
💕 অপুষ্টি = পুষ্টি
💕 জ্ঞানী = অজ্ঞানী
💕 ঝিলমিলীয়া = স্থিৰ
💕 কামিলা = অকামিলা
💕 আগদুৱাৰ = পিছদুৱাৰ
💕 আগহাত = বাওঁহাত।
💕 আগম = নিৰ্গম
💕 আগমন = নির্গমন
💕 আগৰ = পাছৰ
💕 আগত = পিছত
💕 আগলৈ = পাছলৈ
💕 আগেয়ে = এতিয়া
💕 টোপনি = অনিদ্ৰা
💕 অপুষ্পক = সপুষ্পক
💕 জ্ঞেয় = অজ্ঞেয়
💕 কাম্য = অকাম্য
💕 জ্যোতি = এন্ধাৰ
💕 অপূৰণ = পূৰণ
💕 জ্বলন = নিৰ্বাণ
💕 অপূৰ্ণ = পূৰ্ণ
💕 অপৈণত = পৈণত
💕 অপ্ৰকট = প্ৰকট
💕 অপ্ৰকাশ = প্ৰকাশ
💕 অপ্ৰকৃতিস্থ = প্ৰকৃতিস্থ
💕 অপ্ৰচলিত = প্ৰচলিত
💕 অপ্রতিদ্বন্দ্বী = প্ৰতিদ্বন্দ্বী
💕 অপ্ৰতিভ = সপ্ৰতিভ
💕 অগ্রতিহত = প্ৰতিহত
💕 কায়িক = মানসিক
💕 অপ্রতুল = প্রতুল
💕 অপ্ৰত্যয় = প্ৰত্যয়
💕 কাৰণ = অকাৰণ
💕 অপত্যাশিত = প্ৰত্যাশিত
💕 কাৰ্য = অকাৰ্য
💕 অপ্ৰধান = প্ৰধান
💕 কাৰ্যকৰী = অকাৰ্যকৰী
💕 অপ্ৰমত্ত = প্ৰমত্ত
💕 অপ্ৰমাদ = প্ৰমাদ
💕 কাল = অকাল
💕 অপ্ৰমেয় = প্ৰমেয়
💕 কাল্পনিক = বাস্তৱ
💕 অপ্ৰয়োজন = প্ৰয়োজন
💕 অপ্রৰোচিত = প্রৰোচিত
💕 কিঞ্চিত = প্ৰচুৰ
💕 অপ্ৰশস্ত = প্ৰশস্ত
💕 কিন = বিক
💕 অপ্ৰাকৃতিক = প্ৰাকৃতিক
💕 অপ্ৰাসংগিক = প্ৰাসংগিক
💕 কিনা = বেচা
💕 অপ্ৰিয় = প্ৰিয়
💕 কিৰণ = এন্ধাৰ
💕 অপ্ৰীতি = প্ৰীতি
💕 কিশোৰ = কিশোৰী
💕 অপ্ৰীতিকৰ = প্ৰীতিকৰ
💕 অপ্ৰীতিভাজন = প্ৰীতিভাজন
💕 অফুট = স্পষ্ট
💕 অবধ্য = বধ্য
💕 অবৰ্ণনীয় = বৰ্ণনীয়
💕 অবৰ্তমান = বৰ্তমান
💕 অবলা = সবলা
💕 কুখ্যাত = সুখ্যাত
💕 অবস্তু = বস্তু
💕 কুখ্যাতি = সুখ্যাতি
💕 অবাক = সবাক
💕 কুটিল = অকুটিল
💕 অবাচ্য = বাচ্য
💕 অবাট = বাট
💕 কুৎসিত = সুন্দৰ
💕 অবাধ্য = বাধ্য
💕 অবাবত = বাবত
💕 অবিকশিত = বিকশিত
💕 কুৎসা = প্ৰশংসা
💕 অৰ্বাচীন = প্ৰাচীন
💕 আত্ম = পৰ
💕 আত্মাশ্লাঘা = আত্মগ্লানি
💕 আত্মীয় = অনাত্মীয়
💕 আথৰ = থৰ
💕 আদৰ = অনাদৰ
💕 আদৰণি = বিদায়
💕 আধিক্য = অনাধিক্য
💕 আধুনিক = পৌৰাণিক
💕 অস্থিৰতা = স্থিৰতা
💕 গ'ল = ন'গল
💕 কুদৃষ্টি = সুদৃষ্টি
💕 অবিকৃত = বিকৃত
💕 অবিচলিত = বিচলিত
💕 কুনাম = সুনাম
💕 অবিচাৰ = বিচাৰ
💕 কুন্ধচ = সুশ্ৰী
💕 অবিচ্ছিন্ন = বিচ্ছিন্ন
💕 কুপথ = সুপথ
💕 অবিদিত = বিদিত
💕 অবিদ্যমান = বিদ্যমান
💕 কুপৰিবাহী = সুপৰিবাহী
💕 অবিদ্যা = বিদ্যা
💕 অবিধি = বিধি
💕 কুবাদ = সুবাদ
💕 অবিধেয় = বিধেয়
💕 কুবেশ = সুবেশ
💕 অবিনশ্বৰ = নশ্বৰ
💕 অবিনীত = বিনীত
💕 কুফল = সুফল
💕 অবিন্যস্ত = সুবিন্যস্ত
💕 কুমলীয়া = পূৰ
💕 অবিবাহিত = বিবাহিত
💕 অবিবেকী = বিবেকী
💕 কুমাৰ = অকুমাৰ
💕 অবিবেচক = বিবেচক
💕 কুমেৰু = সুমেৰু
💕 অবিভক্ত = বিভক্ত
💕 কুযশ = সুযশ
💕 অবিভাজ্য = বিভাজ্য
💕 কুৰুচি = সুৰুচি
💕 অভদ্ৰ = ভদ্ৰ
💕 কুৰুপ = সুৰুপ
💕 অভব্য = ভব্য
💕 ইচ্ছুক = অনিচ্ছুক
💕 আইনসংগত = বে আইনী
💕 আৱকাঠী = সুকাঠী
💕 আওকাণ = মনোযোগ
💕 আঁউসী = পূৰ্ণিমা
💕 আকৰ্ষণ = বিকৰ্ষণ
💕 আকৰ্ষিত = বিকৰ্ষিত
💕 আকস্মিক = চিৰন্তন
💕 আকাশ = পাতাল
💕 আকুঞ্চন = প্ৰসাৰণ
💕 আগ = পাছ
💕 অভয় = ভয়
💕 কুবুদ্ধি = সুবুদ্ধি
💕 অভক্ষণ = ভক্ষণ
💕 কুলক্ষণ = সুলক্ষণ
💕 অভক্ষ্য = ভক্ষ্য
💕 অভাজন = ভাজন
💕 কুলক্ষণী = সুলক্ষণী
💕 অভাৱ = উভৈনদী
💕 অভিকেন্দ্ৰিক = কেন্দ্ৰবিমুখী
💕 কুলক্ষণীয়া = সুলক্ষণীয়া
💕 অভিজ্ঞ = অনভিজ্ঞ
💕 কুশল = অশুভ
💕 অভিন্ন = ভিন্ন
💕 কৃত = অকৃত
💕 অভিব্যক্ত = অব্যক্ত
💕 অভিমানী = নিৰভিমানী
💕 কৃতকাৰ্য = অকৃতকাৰ্য
💕 অভিশাপ = আশীৰ্বাদ
💕 অভিজ্ঞ = অণভিজ্ঞ
💕 কৃতঘ্ন = কৃতজ্ঞ
💕 অভুক্ত = ভুক্ত
💕 অভূতপূৰ্ব = ভূতপূৰ্ব
💕 কৃতজ্ঞ = অকৃতজ্ঞ
💕 অভেদ = ভেদ
💕 অভেদ্য = ভেদ্য
💕 কৃতি = অকৃতি
💕 অভ্যত্বৰ = বাহিৰ
💕 কৃতিত্ব = অকৃতিত্ব
💕 অভ্যাস = অনভ্যাস
💕 অভ্ৰান্ত = ভ্ৰান্ত
💕 কৃত্য = অকৃত্য
💕 অমংগল = মংগল
💕 কৃত্ৰিম = অকৃত্ৰিম
💕 অমত = মত
💕 কৃপণ = খৰচী
💕 অমনোনয়ন = মনোনয়ন
💕 কৃপাময় = কৃপাহীন
💕 অমনোনীত = মনোনীত
💕 কৃপালু = কৃপাহীন
💕 অমনোযোগী = মনোযোগী
💕 কৃশ = স্থূল
💕 অমৰ = মৰণশীল
💕 অমল = মল
💕 কৃষিপ্ৰধান = উদ্যোগ প্ৰধান
💕 অমাত = মাত
💕 কৃষ্ণ = শুক্ল
💕 অমানুষিক = মানুষিক
💕 অমানুহ = মানুহ
💕 কৃষ্ণপক্ষ = শুক্লপক্ষ
💕 অমান্তি = মান্তি
💕 কৃষ্ণাংগ = শ্বেতাংগ
💕 অমাৰ্জিত = মাৰ্জিত
💕 অমান্য = মান্য
💕 অমিতব্যয়ী = মিতব্যয়ী
💕 অমিতাচাৰ = মিতাচাৰ
💕 অমিতাচাৰী = মিতাচাৰী
💕 অমিত্ৰ = মিত্ৰ
💕 অমিল = মিল
💕 অমিশ্র = মিশ্র
💕 অমূৰ্ত = মূৰ্ত
💕 অমূল্য = মূল্য
💕 অমৃত = গৰল, বিষ
💕 অমেধ্য = মেধ্য
💕 অম্ল = মধুৰ
💕 অম্লান = ম্লান
💕 অযত্ন = যত্ন
💕 অযথাৰ্থ = যথাৰ্থ
💕 অযশ = যশ
💕 অযুক্ত = যুক্ত
💕 অযুক্তি = যুক্তি
💕 অযুগুত = যুগুত
💕 অযোগ্য = যোগ্য
💕 অযৌক্তিক = যৌক্তিক
💕 অৰসিক = ৰসিক
💕 অৰক্ষিত = ৰক্ষিত
💕 অৰাজনৈতিক = ৰাজনৈতিক
💕 অৰীতি = ৰীতি
💕 অৰুচি = ৰুচি
💕 অৰূপ = ৰূপ
💕 অৰ্জন = বৰ্জন
💕 অৰ্থ = অনৰ্থ
💕 অৰ্থী = প্ৰত্যৰ্থী
💕 অৰ্ধ = সম্পূৰ্ণ
💕 অৰ্পণ = গ্ৰহণ
💕 অলংকাৰ = নিৰলংকাৰ
💕 অলপ = বেছি
💕 অল্প = অধিক
💕 অলস = শ্ৰমী
💕 অলীক = সত্য
💕 অল্প = বিস্তৰ
💕 অল্পপ্ৰাণ = মহাপ্ৰাণ
💕 অল্পায়ু = দীৰ্ঘায়ু
💕 অলৌকিক = লৌকিক
💕 অলৌকিকতা = লৌকিকতা
💕 অৱকাশ = অনৱকাশ
💕 অৱগত = অনৱগত
💕 অৱতল = উত্তল
💕 অৱনত = উন্নত
💕 অৱনতি = উন্নতি
💕 অৱৰোহণ = আৰোহণ
💕 অৱৰোহী = আৰোহী
💕 অৱশ = বশ
💕 অশক্ত = শক্ত
💕 অশন = অনশন
💕 অশৰীৰী = শৰীৰী
💕 অশান্ত = শান্ত
💕 অশান্তি = শান্তি
💕 অশালিন = শালিন
💕 অশাশ্বত = শাশ্বত
💕 অশিষ্ট = শিষ্ট
💕 অশিক্ষিত = শিক্ষিত
💕 অশুচি = শুচি
💕 অশুদ্ধ = শুদ্ধ
💕 অশুদ্ধি = শুদ্ধি
💕 অশুভ = শুভ
💕 অশুৱনি = শুৱনি
💕 অশেষ = শেষ
💕 অশ্ৰদ্ধা = শ্ৰদ্ধা
💕 অশ্ৰাব্য = শ্ৰাব্য
💕 অশ্ৰুত = শ্ৰুত
💕 ঠগ = সাধু
💕 অশ্লীল = শ্লীল
💕 অশ্লীলতা = শ্লীলতা
💕 অসংকোচ = সংকোচ
💕 অসংগত = সংগত
💕 অসংপৃক্ত = সংপৃক্ত
💕 ঠন ধৰ = জঁয় পৰ
💕 অসংবৃত = সংবৃত
💕 অসংযত = সংযত
💕 অসংযম = সংযম
💕 ঠাট্টা = প্ৰশংসা
💕 অসংযমী = সংযমী
💕 অসংযুক্ত = সংযুক্ত
💕 অসংযোগ = সংযোগ
💕 ঠাণ্ডা = গৰম
💕 অসংযোগী = সংযোগী
💕 ঠাৱৰ = অনিশ্চয়
💕 অসংলগ্ন = সংলগ্ন
💕 অসজ = সজ
💕 অসজ্ঞাত = সজাঁত
💕 অসজ্ঞাতি = সজাঁতি
💕 অসতৰ্ক = সতৰ্ক
💕 ঠিক = বেঠিক
💕 অসভ্য = সভ্য
💕 অসম = সম
💕 অসময় = সুসময়
💕 অসমৰ্থ = সমৰ্থ
💕 অসমান = সমান
💕 অসমাপ্ত = সমাপ্ত
💕 অসমীচীন = সমীচীন
💕 অসম্পূৰ্ণ = সম্পূৰ্ণ
💕 অসম্ভাব্য = সম্ভাব্য
💕 অসম্ভ্ৰম = সম্ভ্ৰম
💕 অসহনীয় = সহনীয়
💕 অসহযোগ = সহযোগ
💕 অসহযোগী = সহযোগী
💕 অসহায় = সহায়
💕 অসহিষ্ণু = সহিষ্ণু
💕 অসহ্য = সহ্য
💕 অসাধাৰণ = সাধাৰণ
💕 অসাধু = সাধু
💕 অসাধ্য = সাধ্য
💕 অসামঞ্জস্য = সামঞ্জস্য
💕 অসামৰিক = সামৰিক
💕 অসামান্য = সামান্য
💕 অসাম্প্ৰদায়িক = সাম্প্ৰদায়িক
💕 অসাম্য = সাম্য
💕 অসাফল্য = সাফল্য
💕 অসাৰ = সাৰ
💕 অসাৰুৱা = সাৰুৱা
💕 অসাৰ্থক = সাৰ্থক
💕 অসাৱধান = সাৱধান
💕 অসিদ্ধ = সিদ্ধ
💕 অসিদ্ধি = সিদ্ধি
💕 অসীম = সসীম
💕 অসুখ = সুখ
💕 অসুখী = সুখী
💕 গম্য = অগম্য
💕 অসুবিধা = সুবিধা
💕 গৰম = চেঁচা
💕 অসুৰ = সুৰ
💕 গৰল = অমৃত
💕 অসুস্থ = সুস্থ
💕 অসুস্থতা = সুস্থতা
💕 গৰাকী = গোলাম
💕 অসৌজন্য = সৌজন্য
💕 গৰিব = চহকী
💕 অস্ত = উদয়
💕 অস্তগামী = উদীয়মান
💕 গৰিমা = লঘিমা
💕 অস্তাচল = উদয়াচল
💕 গৰিষ্ঠ = লঘিষ্ঠ
💕 অস্থৱিৰ = স্থৱিৰ
💕 গৰিহণা = প্ৰশংসা
💕 অস্থায়ী = স্থায়ী
💕 গৰ্ব = বিনয়
💕 অস্থাৱৰ = স্থাৱৰ
💕 গৰ্বী = অগৰ্বী
💕 অস্থিৰ = স্থিৰ
💕 গৰ্হিত = প্ৰশংসনীয়
💕 ইহঁত = সিহঁত
💕 ইহলৌকিক = পাৰলৌকিক
💕 অস্থূল = স্থূল
💕 ইহকাল = পৰকাল
💕 গলা = নগলা
💕 অস্পষ্ট = স্পষ্ট
💕 ইহ = পৰা
💕 গহৰা = পচোৱা
💕 অস্পষ্টতা = স্পষ্টতা
💕 গহৰি = অবিলম্ব
💕 ইষ্ট = অনিষ্ট
💕 অস্পৃশ্য = স্পৃশ্য
💕 গহীন = পাতল
💕 ইয়ালৈ = তালৈ
💕 অস্ফুট = স্ফুট
💕 ইয়াত = তাত
💕 গাই = বলধ
💕 অস্বাচ্ছন্দ্য = স্বাচ্ছন্দ্য
💕 ইমান = সিমান
💕 গাঁও = নগৰ
💕 অস্বচ্ছ = স্বচ্ছ
💕 ইবাৰ = সিবাৰ
💕 অস্বচ্ছতা = স্বচ্ছতা
💕 ইফাল = সিফাল
💕 গাঁৱলীয়া = নগৰীয়া
💕 অস্বস্তি = স্বস্তি
💕 গাউগুটীয়া = উমৈহতীয়া
💕 ইফলীয়া = সিফলীয়া
💕 অস্বাস্থ্যকৰ = স্বাস্থ্যকৰ
💕 গাম্ভীৰ্য = চঞ্চলতা
💕 ইপুৰী = সিপুৰী
💕 অস্বাভাৱিক = স্বাভাৱিক
💕 ইপিনে = সিপিনে
💕 গাঢ় = পাতল
💕 অস্বাভাৱিকতা = স্বাভাৱিকতা
💕 ইপাৰ = সিপাৰ
💕 গায়ক = শ্ৰোতা
💕 অস্বীকাৰ = স্বীকাৰ
💕 গুচৰীয় = পদকীয়
💕 ইপৰীয়া = সিপৰীয়া
💕 অস্বীকাৰ্য = স্বীকাৰ্য
💕 গুণ = দোষ
💕 ইদৃশ = তাদৃশ
💕 অস্বীকৃত = স্বীকৃত
💕 গুণফল = ভাগফল
💕 ইদানীন্তন = তদানীন্তন
💕 গুণিত = অগুণিত
💕 অহিংস = সহিংস
💕 ইতিবাচক = নেতিবাচক
💕 গুণী = দোষী
💕 অহিত = হিত
💕 গুপুত = প্রকাশিত
💕 অহ্ন = ৰাত্রি
💕 গুপ্ত = প্ৰকাশিত
💕 অক্ষত = ক্ষত
💕 গুৰি = আগ
💕 অক্ষয় = ক্ষয়িষ্ণু
💕 গুৰুত্ব = লঘুত্ব
💕 আংশিক = পূৰ্ণ, সম্পূৰ্ণ
💕 গূঢ় = ব্যক্ত
💕 গৃহস্থী = সন্যাসী
💕 ইতৰ = ভদ্ৰ
💕 গৃহী = অঘৰী
💕 গৃহীত = অগৃহীত
💕 ইটো = সিটো
💕 গোটা = চেপেটা
💕 গোটোং = মেলাহি
💕 ইঠাই = সিঠাই
💕 গোপন = উন্মুক্ত
💕 গোপনীয় = অগোপনীয়
💕 গোপ্য = প্ৰকাশ্য
💕 গোমা = উজ্জ্বল
💕 গোল = চেপেটা
💕 অক্ষম = সক্ষম
💕 গুৰু = শিষ্য
💕 ঘন = সেৰেঙা
💕 ঘঁটীয়া = অঁকৰা
💕 ঘনিষ্ঠ = আঁতৰ
💕 গ্ৰীষ্মকাল = শীতকাল
💕 ঘনীভৱন = বাষ্পীভৱন
💕 ঘনীভূত = বাষ্পীভূত
💕 ঘনকৈ = সেৰেঙাকৈ
💕 ঘৰচীয়া = বনৰীয়া
💕 ঘনীভৱন = বাষ্পীভৱন
💕 ঘনীভূত = বাষ্পীভূত
💕 ঘৰচীয়া = বনৰীয়া
💕 ঘাইপথ = উপপথ
💕 ঘাটি = ৰাহি
💕 ঘাত = প্ৰতিঘাত
💕 ঘাতক = পালক
💕 ঘুঁৰী = ঘোঁৰা
💕 ঘুমটি = অনিদ্ৰা
💕 ঘৃণা = প্ৰেম
💕 আদান = প্ৰদান
💕 আদায় = অনাদায়
💕 আদ্য = অনাদ্য
💕 আদি = অন্ত
💕 গামাঞ্চল = নগৰাঞ্চল
💕 গ্ৰামীণ = নগৰীয়া
💕 গ্ৰাম্য = নগৰীয়া
💕 গ্ৰাহ্য = অগ্ৰাহ্য
💕 আদিম = অন্তিম
💕 আদিষ্ট = নিষিদ্ধ
💕 আদৃত = অনাদৃত
💕 আদ্য = অন্ত্য
💕 আধৰুৱা = সম্পূৰ্ণ
💕 আধা = পূৰা, সম্পূৰ্ণ
💕 ঘৃণ্য = শ্ৰদ্ধা
💕 ঘৈণী = পৈ
💕 ঘৈণীয়েক = গিৰিয়েক
💕 ঘোঁৰা = ঘুঁৰী
💕 ঘোদা = স্বচ্ছ
💕 ঘোষ = অঘোষ, অঘোষিত
💕 ইচ্ছা = অনিচ্ছা
💕 আগঢ়ী = সুগঢ়ী
💕 আগত = পিছত
💕 আপোন = পৰ
💕 আবৃতা = অনাবৃতা
💕 আবেলি = পুৱা
💕 আভ্যন্তৰিক = বাহ্যিক
💕 আমদানি = ৰপ্তানী
💕 ডেকা = বুঢ়া
💕 আৰম্ভ = শেষ
💕 আৰম্ভণি = সামৰণি
💕 ডুবন = ওপঙণ
💕 আৰম্ভ(ণী) = সামৰ(ণী)
💕 আৰৈ = উখোৱা
💕 ডুব = পং
💕 আৰোহণ = অৱৰোহণ
💕 ডিম্বাণু = শুক্ৰাণু
💕 আৰোহী = অৱৰোহী
💕 আৰ্জিত = অনাৰ্জিত
💕 আৰ্দ্ৰ = শুষ্ক
💕 আৰ্য = অনাৰ্য
💕 ডাৱৰীয়া = ফৰকাল
💕 আলস্য = শ্ৰম
💕 আলোক = অন্ধকাৰ
💕 আৱশ্যক = অনাৱশ্যক
💕 আবৈচ্ছিক = ঐচ্ছিক
💕 ডালদৰিদ্ৰ = আঢ্যৱন্ত
💕 আৱাহন = বিসৰ্জন
💕 আৱিৰ্ভাব = তিৰোভাৱ
💕 ডাঠ = পাতল
💕 আৱিৰ্ভূত = তিৰোভূত
💕 আশকতীয়া = সৰল
💕 ডাঙৰ = সৰু
💕 আশা = নিৰাশা
💕 আশাবাদী = নিৰাশাবাদী
💕 আশিস = অভিশাপ
💕 আশীৰ্বাদ = অভিশাপ
💕 আশু = বিলম্ব
💕 ঠুনুকা = মজবুত
💕 আশ্ৰয় = নিৰাশ্ৰয়
💕 ডাইনা = বেঁৱা
💕 আশ্ৰিত = অনাশ্ৰিত
💕 ঠেক = বহল
💕 আশ্বাস = নিৰাশ্বাস
💕 ডলীয়া = লঠা
💕 আসক্ত = নিৰাসক্ত
💕 আস্তিক = নাস্তিক
💕 ডৰ = নিৰ্ভয়
💕 আশ্ৰিতা = অনাশ্ৰিতা
💕 আস্থা = অনাস্থা
💕 ডঙুৱা = বিবাহিত
💕 আস্বাদ = বিস্বাদ
💕 ডকৰণা = পকা
💕 আস্বাদন = অনাস্বাদন
💕 আস্বাদিত = অনাস্বাদিত
💕 হঁহচীয় = পূৰধ
💕 আহাৰ = অনাহাৰ
💕 আহার্য = অখাদ্য
💕 ঠেল = টান
💕 আহত = অনাহত
💕 আহুকাল = সুচল
💕 আহূত = অনাহূত
💕 ঠেলা = টনা
💕 আহ্লাদ = বিষাদ
💕 আহ্লাদিত = বিষণ্ণ
💕 ঠেহ = সন্তোষ
No comments:
Post a Comment