Search This Blog

Thursday, May 12, 2022

বিপৰীত শব্দ 2022. Assamese Grammar. Hslc 2023. Class 10 Assamese Grammar, Class 9 Assamese GrammarHslc 2023 Common Assamese Medium

               ☑️ বিপৰীত শব্দ 2022. Assamese Grammar. Hslc 2023. Class 10 Assamese Grammar, Class 9 Assamese GrammarHslc 2023 Common Assamese Medium
💕 কৃষ্ণাংগ = শ্বেতাংগ 
💕 চঁচা = নচঁচা
💕  চছঁ = খহটা
💕  কেঁকুৰা = পোন
💕 অকৰণীয়  =  কৰণীয়
💕 চকুৰ কুটা = চকুৰ মণি
💕  কেঁচা = পকা
💕  ইন্সিত = অনীন্সিত
💕 চকুৰ মণি = চকুৰ কুটা
💕 কেৰেহুৱা = বুঢ়া 
💕  চঞ্চল = ধীৰ
💕 ছাঁ = পোহৰ
💕 কোবাল = ধীৰ
💕  ঈশ্বৰবাদ = অনীশ্বৰবাদ
💕  চঞ্চলতা = গাম্ভীৰ্য
💕  কোমল = কঠিন 
💕  ছায়া = পোহৰ 
💕  অংগচ্ছেদন = অংগসংস্থাপন 
💕 চতুৰ = হোজা
💕  ঈশ্বৰবাদী = অনীশ্বৰবাদী
💕  ক্ৰন্দন = হাস্য
💕  অংশ   =  পূর্ণ 
💕  চতুৰালি = অকৰামি
💕  ঈহা = অনীহা 
💕  ক্ৰয় = বিক্ৰয় 
💕 অবিমিশ্ৰ = ভেজাল
💕  চনকা = লিকটীয়া
💕  ঈৰ্ষা = প্ৰীতি
💕  ক্ৰূৰ = অক্ৰূৰ
💕  অবিৰত = বিৰত
💕  চপল = হীণ 
💕 ঈষৎ = অধিক
💕  ক্ৰেতা = বিক্রেতা
💕  চপা = মেল
💕  অবিৰল = বিৰল
💕  ক্লান্ত = অক্লান্ত
💕  চমু = দীঘল
💕  অবিৰাম = বিৰাম
💕  ক্লেশ = অক্লেশ
💕  উক্ত = অনুক্ত
💕 চৰকাৰ = জনসাধাৰণ 
💕  অবিৰোধ = বিৰোধ 
💕  খং = ৰং
💕  উখৰা = অকটুৰ 
💕   অংশকালীন = পূর্ণকালীন 
💕  খংশিঙা = ৰংশিঙা
💕  উখল-মাখল = উৰুঙা
💕 অবিলম্ব = বিলম্ব
💕 খঙাল = ৰঙীয়াল
💕  অবিশ্ৰান্ত = বিশ্ৰান্ত
💕 খটা = নখটা
💕 অকথন  =  কথন
💕  উখা = আৰৈ
💕 খণ্ড = অখণ্ড
💕  অবিষাদ = বিষাদ
💕 উগ্ৰ = অনুগ্ৰ
💕  চৰকাৰী = বেচৰকাৰী
💕  অবিষম্বাদী = বিষম্বাদী
💕 খণ্ডগ্ৰাস = পূর্ণগ্ৰাস 
💕 উঘাল = ৰো
💕 অকথনীয় = কথনীয়
💕  খণ্ডিত = অখণ্ডিত
💕  উচাতম = প্ৰশান্ত
💕 অকথিত  = কথিত, ব্যক্ত
💕  খৰ = ধীৰ
💕 উচিত = অনুচিত
💕 অকথ‍্য  = কথ‍্য, বাচ্য 
💕 খৰখেদা = লাহে-ধীৰে 
💕  উচ্চ = নিম্ন
💕  ছিং = জোৰা লগা 
💕  খৰচ = জমা
💕 অকপট  = কপট
💕  উচ্চতা = নিম্নতা
💕  ছেগাচোৰোকা = নিয়মীয়া 
💕  খৰচী = মিতব‍্যয়ী
💕  উচ্চাত্মিকা = নীচ্চাত্মিকা
💕  ছেদক = সংযোজক 
💕  অকম্পমান =  কম্পমান
💕 খৰতকীয়া = লেহেমীয়া 
💕  উচ্ছুক = অনিচ্ছুক
💕  ছেদন = সংযোজন 
💕  খৰাং = জীপাল
💕 উচ্ছৃংখল = সুশৃংখল
💕 ছেদিত = সংযোজিত
💕 অকৰ্ম = সুকৰ্ম 
💕  খৰাংপীড়িত = বানপীড়িত
💕  উজনি = নামনি
💕  অকৰ্মক = সকৰ্মক
💕  খৰালি = বাৰিষা
💕  উজনিমুৱা = নামনিমুৱা
💕 অকল = লগ 
💕  ছেদ্য = অছেদ্য
💕  খৰিদ = বিক্ৰয় 
💕  উজা = ভটিয়া
💕  জংগম = স্থাৱৰ
💕  অকলংক  =  কলংক 
💕  খৰ্ব = নিখর্ব
💕  উজান = ভাটি
💕  জটিল = সহজ
💕  খলনায়ক = নায়ক 
💕  অকল্পনীয় = কল্পনীয়
💕  উজু = জটিল
💕  জড় = জীৱ
💕  খহটা = মিহি 

💕 চৰণ = মস্তক 
💕 অকলশৰীয়া  =  সংগ থকা
💕  খাঁটি = ভেজাল
💕 উজ্জ্বল = অনুজ্জ্বল
💕  জড়জগত = জীৱজগত
💕  চৰম = নৰম
💕  খা = নাখা 
💕  জধলা = পৰিপাটি
💕  উঠ = নাম 
💕  জনপ্ৰিয় = অজনপ্রিয় 
💕  খাট = নাখাট
💕  অকল্যান = কল্যান 
💕  জনবহুল = জনশূন্য
💕  খাদ্য = অখাদ্য 
💕  উঠন = পতন
💕  খাৰাপ = ভাল 
💕  অঁকাৰী = কাঁৰী
💕  জনম = মৰণ 
💕  খাৰিফ শস্য = ৰবি শস্য
💕  উঠা = নমা
💕  জনশূন্য = জনাকীৰ্ণ
💕  খাল = বাম
💕 অকাই-পকাই  =  পোনাই 
💕  জনসাধাৰণ = চৰকাৰ 
💕  উতলা = কুহুমীয়া
💕 খালী = ভৰ্তি
💕 অকাতৰ  =  কাতৰ
💕  জনা = নজনা
💕 উৎকণ্ঠা = শান্তি

💕  খাহী = পাঠা 
💕  জনাকীৰ্ণ = জনশূন্য 
💕 অকাম্য = কাম্য
💕 খীণ = শকত
💕 উৎকৰ্ষ = অপকৰ্ষ
💕  জন্ম = মৃত্যু
💕  অবিহীত = বিহিত 
💕  খুচুৰা = পাইকাৰী  
💕  উৎকৃষ্ট = নিকৃষ্ট
💕  জন্মতিথি = মৃত্যুতিথি
💕  অবুজ = বোধ
💕 উৎপতীয়া = শান্ত
💕  অকায় = শৰীৰী 
💕  জপা = মেল
💕  অবৃষ্টি = বৃষ্টি
💕  খোকোজা = সলসলীয়া
💕  উৎসাহ = নিৰুৎসাহ
💕  অকাৰণ  =  কাৰণ
💕 জমা = খৰচ
💕  উৎসাহিত = নিৰুৎসাহিত
💕  খেলিমেলি = সুশৃংখল
💕  অবৈদিক = বৈদিক
💕  জয় = পৰাজয়
💕  উৎসাহী = অনুৎসাহী
💕  খোজ = যাচ 
💕  অকাৰ্য  =  সুকাৰ্য
💕  জৰা = যৌৱন
💕  অবৈধ = বৈধ
💕  খোলা = বন্ধ
💕  উত্তপ্ত = শীতল
💕 অকীৰ্তি  = সুনাম, কীৰ্তি 
💕  জৰিমনা = পুৰস্কাৰ
💕  অবোধ = বোধ 
💕  উত্তম = অধম
💕  খোৱা = নোখোৱা
💕  অকুটিল  = কুটিল 
💕 জল = স্থল
💕 উত্তমৰ্ণ = অধমৰ্ণ
💕 খ‍্যাত = অখ‍্যাত
💕 অব্যক্ত = ব্যক্ত
💕  গগন = পাতাল
💕  অকুণ্ঠ = দ্বিধা 
💕  জলচৰ = স্থলচৰ
💕 গচ্ছিত = অগচ্ছিত
💕  উত্তমাংগ = অধমাংগ
💕  জলজ = স্থলজ
💕  অকৃতকাৰ্য = কৃতকাৰ্য
💕  গজ = নগজ
💕  উত্তৰ = প্ৰশ্ন
💕  জলবতাহ = স্থলবতাহ
💕  খ‍্যাতি = অখ‍্যাতি
💕  গজব = সন্তোষ
💕  উত্তৰণ = অৱতৰণ
💕  জড়াৱস্থা = চৈতন্যাৱস্থা
💕  অব্যয় = ব্যয়
💕  গঠন = ভাঙোন 
💕 উত্তৰায়ণ = দক্ষিণায়ণ 
💕  জহ = জাৰ
💕 অকৃতকাৰ্যতা  =  কৃতকাৰ্যতা
💕  গঠিত = অগঠিত
💕  জহকালি = জাৰকালি 
💕  উত্তল = অৱতল
💕  গণিকা = সতী
💕 অকৃতজ্ঞ  = কৃতজ্ঞ
💕 জাকজমক = অনাড়ম্বৰ 
💕  গণ্য = নগণ্য
💕  উত্তাপ = শীত 
💕  জাকজমকীয়া = আড়ম্বৰশূন্য
💕 অকৃতদাৰ = কৃতদাৰ 
💕  গত = অনাগত
💕  উত্তীৰ্ণ = অনুত্তীৰ্ণ
💕  জাগৰণ = নিদ্ৰা
💕  অকৃতাৰ্থ  = কৃতাৰ্থ
💕  গতানুগতিক = অগতানুগতিক
💕  উত্থান = পতন
💕  অকৃতি = সুকৃতি

💕  গতায়ু = জীৱিত
💕  উত্থিত = পতিত 
💕 অকৃত্য = কৃত্য 
💕 গতি = স্থিতি
💕  উদগতি = অধোগতি 
💕  গতিশক্তি = স্থিতিশক্তি
💕  অকৃত্ৰিম = কৃত্ৰিম
💕  উদগ্ৰীৱ = নিৰুদ্বেগ
💕 গতিশীল = স্থিতিশীল 
💕  অকৃপণ = কৃপণ
💕  উদং = ভৰ্তি
💕 গদ্য = পদ্য
💕  অক্ৰূৰ = ক্ৰূৰ
💕  জাগৃত = সুপ্ত
💕  উদয় = অস্ত
💕 গধুৰ  = পাতল
💕  অক্ৰোধ  = ক্ৰোধ
💕  জাগ্ৰত = সুষুপ্ত 
💕  উদয়াচল = অস্তাচল 
💕  গধূলি = পুৱা
💕  জাজ্বল‍্যমান = তমসাচ্ছন্ন 
💕  উদাত্ত = অনুদাত্ত
💕  গঞ্জনা = প্ৰশংসা
💕 অক্লান্ত = ক্লান্ত
💕  জাতি = অজাতি
💕  উদাৰ = অনুদাৰ
💕  গপচ = পাতল 
💕  জাতীয় = বিজাতীয় 
💕  অক্লিষ্ট  =  ক্লিষ্ট
💕  গভীৰ = অগভীৰ 
💕  উদাস = বিষয়ী
💕  জায়া = স্থায়ী
💕  অক্লেদ‍্য = ক্লেদ‍্য
💕  গমন = আগমন 
💕  উদিত = অস্তমিত
💕  জাৰ = জহ
💕 গম্ভীৰ  = চঞ্চল 
💕  অক্লেশ = ক্লেশ
💕  জাৰকালি = জহকালি 
💕  উদ্দিষ্ট = অনুদিষ্ট
💕  অখণ্ড = খণ্ড
💕  জাল = আচল
💕  উদ্ধত = অনুদ্ধত
💕  জালিয়াত = সজ্জন
💕  অখাদ্য = খাদ্য
💕  জিক = হাৰ
💕  উদ্ভিদ = প্ৰাণী
💕 অখ‍্যাত = খ‍্যাত
💕  জিকা = হৰা
💕 উদ‍্যত = অনুদ‍্যত
💕  অগণনীয় = গণনীয়
💕 জিত = পৰাজিত
💕  অগভীৰ = গভীৰ, দ
💕 জিতেন্দ্ৰিয় = অজিতেন্দ্ৰিয়
💕   অগাধ  =  তৰাং
💕  জিন্দা = মুৰ্দা
💕  অগিয়ান = জ্ঞানী 
💕  জিন্দাবাদ = মুর্দাবাদ
💕  অগুন = সগুণ 
💕  জীৰ্ণ = অজীৰ্ণ
💕  অগোচৰ = গোচৰ 
💕  জীয়া = মৰা
💕  জীণ = অজীণ
💕 অগ্ৰ  = পশ্চ
💕  জীৱ = জড়
💕 অগ্ৰগতি = পশ্চাৎগতি 
💕  উদ‍্যম = অনুদ‍্যম
💕  অগ্ৰগামী = পশ্চাদগামী 

💕  উদ‍্যমী = অনুদ‍্যমী
💕 অগ্ৰজ  = অনুজ 
💕  চৰমপন্থী = নৰমপন্থী 
💕  আগ্ৰাহ্য  = গ্ৰাহ্য
💕  উদ্যোগ প্ৰধান = কৃষিপ্ৰধান
💕  অঘৰী = গৃহী 
💕  চৰ্চিত = অচৰ্চিত
💕  অচতুৰ = চতুৰ
💕  উদ্বিগ্ন = অনুদ্বিগ্ন
💕 অচৰ = চৰ 
💕  চৰ্তসাপেক্ষে = নি:চৰ্ত 
💕  উদ্বেগ = অনুদ্বেগ
💕 অচল  =  সচল
💕 উন্নত = অনুন্নত
💕  চৰিত্ৰৱান = চৰিত্ৰহীন 
💕  অচলায়তন = সচলায়তন 
💕  চৰ্ব‍্য = পেয়
💕  উন্নয়ন = অৱনমণ
💕  অচিন = চিনাকি
💕  উন্নতি = অৱনতি
💕  অচিনাকি = চিনাকি
💕  চল = অচল 
💕 অচিনাক্ত = চিনাক্ত
💕 চলন্ত = স্থিৰ
💕  অচিন্তিত = চিন্তিত
💕 চলতি = অচলতি
💕  অচিন্ত‍্য = চিন্ত‍্য
💕  উন্নীত = অৱনমিত
💕  চহকী = দৰিদ্ৰ 
💕   অচুম্বকীয় = চুম্বকীয়
💕  চহৰ = নগৰ 
💕  অচেতন = চেতন 
💕  অচৈতন্য  =  চৈতন্য
💕  চহৰীয়া = নগৰীয়া 
💕  অচ্যুত =  চ্যুত
💕  চক্ষুস্মান = অন্ধ 
💕 উন্মীলন = নিমিলন
💕  অছিদ্ৰ  =  ছিদ্ৰ 
💕  চা = নাচা 

💕  উন্মীলিত = নিমীলিত
💕  অজলা  = টেঙৰ 
💕 চাই = নাচাই 
💕  অজিতেন্দ্ৰিয় = জিতেন্দ্ৰিয়
💕  উন্মুক্ত = বন্ধনযুক্ত
💕  অজীৰ্ণ = জীৰ্ণ
💕  চাউল মাৰ = চাউল মোকলা
💕  উন্মুখ = বিমুখ
💕  অজৈৱ  = জৈৱ
💕  চাকৰ = মালিক
💕  অজ্ঞ = প্ৰাজ্ঞ, জ্ঞানী 
💕 চাতুৰ্য্য = অকৰামি
💕 উপকৰ্য  = অপকৰ্ষ
💕  অজ্ঞাত = জ্ঞাত
💕 চাদা = ফুলবছা 
💕  উপকাৰ = অপকাৰ
💕  অজ্ঞান  =  সজ্ঞান
💕 চাপৰ = ওখ
💕 উপকাৰিতা = অপকাৰিতা
💕  অজ্ঞানী = জ্ঞানী 
💕  চাফা = লেতেৰা 
💕  উপকাৰী = অপকাৰী
💕  অজ্ঞেয় = জ্ঞেয়
💕  চামিল = বহিস্কাৰ
💕  চামিলকৰণ = বহিস্কাৰকৰণ 
💕  অজ্ঞেয়বাদ  = জ্ঞেয়বাদ
💕  চামুন = কথকী
💕  উপগত = অপগত
💕 অটুট = অপূৰ্ণ 
💕 অসৎ = সৎ
💕  অসতী = সতী
💕  অসত্য = সত্য
💕  অসদৃশ = সদৃশ
💕 অসদ্ব‍্যৱহাৰ = সদ্ব‍্যৱহাৰ
💕 অসম্ভৱ = সম্ভৱ
💕 অসন্তুষ্ট = সন্তুষ্ট
💕 অসন্তুষ্টি = সন্তুষ্টি
💕  অসন্তোষ = সন্তোষ
💕  অসবৰ্ণ = সবৰ্ণ
💕  উপচয় = অপচয় 
💕  চালাক = হোজা 
💕  অণু = বৃহৎ 

💕  চাৱল = পোন
💕  অতনু = তনু 
💕  চাহিদা = যোগান
💕  উপপথ = ঘাইপথ
💕  অতল = অগভীৰ
💕 চাক্ষুষ = অগোচৰ 
💕  গোলাম = গৰাকী
💕  গৌণ = মুখ্য 
💕 গৌৰ = ক'লা
💕 গৌৰৱ = লাঘৱ
💕  গ্ৰহণ = বৰ্জন
💕  গ্ৰহণীয় = বৰ্জনীয় 
💕  গ্ৰহীতা = দাতা
💕 গ্ৰীষ্ম = শীত
💕  গ্ৰীষ্মকালীন = শীতকালীন 
💕  গ্লানি = যশস্যা
💕  উপযুক্ত = অনুপযুক্ত
💕  চিজিল = বেচিজিল 
💕  অতিকায় = ক্ষুদ্ৰকায়  
💕 চিধা = বেঁকা
💕 উপযুক্তা = অনুপযুক্তা
💕  অতিবৃষ্টি = অনাবৃষ্টি 
💕  চিনাকি = অচিনাকি
💕  উপযোগ = অনুপযোগ 
💕  অতীত = বৰ্তমান 
💕 চিন্তনীয়া = অচিন্তনীয়
💕  অতীন্দ্ৰিয় = ইন্দ্ৰিয়গাহ্য 
💕 চিন্তাগ্ৰস্ত = চিন্তামুক্ত 
💕  অতুল = অননুপম 
💕  উপযোগী = অনুপযোগী
💕  অতৃপ্ত  =  তৃপ্ত
💕  উপলব্ধি = অনুপলব্ধি
💕   অতৃপ্তি = তৃপ্তি 
💕  চিন্তান্বিত = চিন্তামুক্ত 
💕  উপৱিষ্ঠ = উত্থিত
💕  অত্বৰ = দ্ৰুত 
💕  চিন্তিত = চিন্তাহীন
💕  উপশম = বৃদ্ধি
💕 চিন্তাগ্ৰস্ততা = চিন্তামুক্ততা 
💕 অত্যধিক  = ন্যূনধিক 
💕  উপসংহাৰ = প্ৰাৰম্ভ
💕  চিন্ময় = মৃণ্ময়
💕 অত্যাৱশ্যকীয় = অনাৱশ্যকীয়
💕  চিপচিপীয়া = দোপালপিটা
💕  উপসৰ্গ = অনুসৰ্গ
💕 অত‍্যুৎকৃষ্ট = নিকৃষ্ট 
💕 চিৰকাল = অল্পকাল 
💕  উপস্থিত = অনুপস্থিত
💕  অথনি  = এতিয়া 
💕 চিৰকালীন = অল্পকালীন
💕 চিৰবিচ্ছেদ = চিৰমিলন
💕  অথাউনি  = থাউনি
💕  উভৈনদী = অভাৱ
💕  চিৰস্থায়ী = ক্ষণস্থায়ী 
💕 অথিৰ  = থিৰ, স্থিৰ 
💕  আমান্ন = সিদ্ধান্ন
💕 আমিষ = নিৰামিষ
💕  আমিষহাৰী = নিৰামিষহাৰী 
💕  আড়ম্বৰ = অনাড়ম্বৰ
💕  আড়ম্বৰপূৰ্ণ = অনাড়ম্বৰ
💕  আয় = ব্যয়
💕 আয়তী = বিধৱা
💕 ডুবন্ত = ভাসন্ত
💕  উমৈহতীয়া = গাউগুটীয়া 
💕  চিৰায়ত = সাময়িক
💕  অদগ্ধ  = দগ্ধ 
💕  চিৰায়ু = অল্পায়ু
💕 অদম্য  =  দম্য
💕  উৰুঙা = ওখল-মাখল
💕  চিনাক্ত = অচিনাক্ত
💕  অদৰকাৰ  = দৰকাৰ 
💕 চিধা = বেঁকা
💕 উৰ্বৰ = অনুৰ্বৰ
💕 চুটি = দীঘল
💕  অদৰকাৰী = দৰকাৰী
💕  চুপচাপ = হুলস্থূল
💕  অদৰ্শন  = দৰ্শন 
💕 চুম্বকীয় = অচুম্বকীয়
💕 অদহনীয় = দহনীয়
💕 চুৱা = নিকা
💕  অদাহ্য = দাহ্য
💕  উৰ্বৰা = অনুৰ্বৰ
💕  অদূৰ = দূৰ 
💕  চূড়ান্ত = প্ৰাৰম্ভিক
💕 অদৃশ্য  = দৃশ্য
💕  চেঁচা = তপত
💕  অদেখা = দেখা
💕  উল্লিখিত = নিম্নলিখিত
💕 অদ্বৈত = দ্বৈত 
💕 চেঁচুকীয়া  = ৰ'দঘাই
💕 অদ্বৈতবাদী  = দ্বৈতবাদী
💕 চেতন = অচেতন
💕  উশাহ = নিশাহ
💕  অদ্ৰবনীয় = দ্ৰবনীয়
💕 চেনেহ = ঘৃণা
💕  অদ্ৰষ্ট  = দ্ৰষ্ট
💕  অদ্ৰুত = দ্ৰুত
💕  চেপেটা = গোটা

💕 অধম  = উত্তম
💕 অধমৰ্ণ  = উত্তমৰ্ণ
💕  চেৰেলা = নোদোকা 
💕 উষতা = শীতলতা
💕  অধৰ্ম = ধৰ্ম
💕  চৈতন্য = অচৈতন্য
💕 অধিক  = কম 
💕  উষ্ণ = শীতল
💕  চৈতন্যৱস্থা = জড়াৱস্থা 
💕  অধিকাৰ = অনধিকাৰ
💕 উষ্ম = শীতল
💕  চোকা = ভোটা 
💕  অধিত‍্যকা  = উপত্যকা 
💕 চোৰ = সাধু
💕  অধীন = স্বাধীন 
💕 চ‍্যুত = অচ‍্যুত
💕  অধীৰ = স্থিৰ
💕  ছপা = হাতেলিখা
💕 উহ্য = স্পষ্ট
💕 অধৈৰ্য  = ধৈৰ্য
💕  ছঁয়াময়া = ফটফটীয়া
💕  অধোগতি = উৰ্ধ্বগতি 
💕  অধোদৃষ্টি = উৰ্ধ্বদৃষ্টি
💕  উৰ্দ্ধ = অধ:
💕  অধোমুখ = উৰ্ধ্বমুখ 
💕  অধ‍্যাপক  = অধ‍্যায়ী 
💕  ঊৰ্ধ্ব = অধঃ
💕  অব্যৱধান = ব্যৱধান

💕  ঊৰ্ধ্বগতি = অধোগতি
💕  অব্যৱহার্য  = ব্যৱহার্য
💕  অব্যাহত = ব্যাহত
💕  ঊৰ্ধ্বগমন = অধোগমন
💕  অব্যাহতি = অপৰিত্ৰাণ
💕  অভকত = ভকত 
💕 ঊৰ্ধ্বগামী  = নিম্নগামী
💕  অভকতীয়া = ভকতীয়া
💕  অধ‍্যায়ী = অধ‍্যাপক
💕  উৰ্ধ্বচাপ = নিম্নচাপ
💕  অনংগ = মৃৰ্ত 
💕 অনতিক্ৰম  = অতিক্ৰম
💕 ঊৰ্ধ্বতন = অধঃতন
💕 অনধিক  = অধিক
💕  ঊৰ্ধ্বমুখ = অধোমুখ
💕 অনধিকৃত  = অধিকৃত
💕  অননুকৰণীয়  = অনুকৰণীয়
💕 ঊৰ্ধ্বস্থ = অধঃস্থ
💕  অননুজ্ঞাত = অনুজ্ঞাত
💕 অননুমত  = অনুমত 
💕  অনন্ত = অন্ত
💕  অনভিজ্ঞ = অভিজ্ঞ
💕  ঊৰ্ধ্বহনু = অধঃহনু
💕  অনভিপ্ৰেত = অভিপ্ৰেত
💕  ঊষা = সন্ধ‍্যা
💕  অনভ‍্যস্ত  = অভ‍্যস্ত
💕  অনভ‍্যাস = অভ‍্যাস
💕  ঊৰ্ধ্বক্ষিপ্ত = অধঃক্ষিপ্ত
💕  অনমনীয়  = নমনীয়
💕  অনৰ্থ = অৰ্থ
💕  অনশন = অশন
💕  ঊৰ্ধ্বক্ষেপন= অধঃক্ষেপন
💕 অনাগত  = আগত
💕  ঋজু = বেঁকা, বক্ৰ
💕  অনাচৰ = আচাৰ
💕  ঋণাত্মক = ধনাত্মক, 

💕  অনাচাৰী = আচাৰবিশিষ্ট
💕  অনাটন = উভৈনদী 
💕 ঋণী = অঋণী
💕 অনাড়ম্বৰ  = আড়ম্বৰ
💕  অনাদৰ = আদৰ 
💕  এই = সেই
💕  অনাদায় = আদায় 
💕 অনাদৃত  = আদৃত
💕  এইপিনে = সেইপিনে
💕  অনাবিল = আবিল
💕  এইয়া = সেইয়া
💕  অনাবৃত = আবৃত
💕  অনাবৃষ্টি = অতিবৃষ্টি
💕 এওঁ = তেওঁ
💕  অনাৰ্দ্ৰ = আৰ্দ্ৰ
💕  অনাৰ্য = আৰ্য
💕  একক = দলীয়

💕  অনাৱশ্যক = আৱশ্যক 
💕  অনাৱিষ্কৃত = আৱিষ্কৃত
💕  এককোষী = বহুকোষী
💕  অনাশ্ৰয় = আশ্ৰয়
💕  একগামী = বহুগামী
💕 অনাশ্ৰিত  = আশ্ৰিত
💕  একগামিতা = বহুগামিতা
💕  অনাসক্ত = আসক্ত 
💕  অনাস্থা = আস্থা
💕  একচনীয়া = ম্যাদী 
💕  অনাহক = দৰকাৰ, হক থকা  
💕  একতা = ভিন্নতা
💕  অনাহত = আহত 
💕  একত্ব = বহুত্ব
💕  অনিচ্ছা = ইচ্ছা 
💕  একত্ৰ = সিঁচৰতি
💕  অনিচ্ছাকৃত = ইচ্ছাকৃত  
💕 অনিচ্ছুক  = ইচ্ছুক
💕  একবচন = বহুবচন
💕  অনিত্য = নিত্য
💕  একমত = দ্বিমত
💕  অনিদ্ৰা = নিদ্ৰা
💕  একমাত্ৰিক = বহুমাত্রিক
💕  অনিন্দিত = নিন্দিত 
💕  অভগন = ভগন
💕 একমুখী  = বহুমুখী
💕  অনিন্দিতা = নিন্দিতা
💕  একান্ন = পৃথকান্ন
💕  আবতৰ = বতৰ
💕  আবতৰীয়া = বতৰীয়া
💕 আবাদ  = অনাবাদ
💕  আবাদী = অনাবাদী 
💕  আবদ্ধ = মুক্ত
💕  আবিল = অনাবিল
💕  আবুৰ = মুকলি
💕 আবৃত = অনাবৃত
💕  অনিন্দ‍্য = নিন্দ‍্য
💕  অনিবাৰ = নিবাৰ 
💕 একৰ্থাক = দ্ব‍্যৰ্থক 
💕  অনিমন্ত্ৰিত = নিমন্ত্ৰিত
💕  একে = বেলেগ
💕  অনিমেষ = নিমেষ
💕  অনিয়ত = নিয়ত
💕  এখেত = তেখেত
💕  অনিয়তাকাৰ  = নিয়তাকাৰ
💕  অনিগম  = নিগম 
💕  এতিয়া = তেতিয়া
💕  অনিয়মিত = নিয়মিত
💕 অনিৰুদ্ধ  = নিৰুদ্ধ
💕 এতেক = তেতেক
💕  অনিৰ্দিষ্ট = নিৰ্দিষ্ট
💕  এনুৱা = তেনুৱা
💕  অনিৰ্বচনীয় = নিৰ্বচনীয়
💕  এনেকুৱা = তেনেকুৱা
💕  অনিৰ্বন্ধ  = সংবদ্ধ
💕  অনিৰ্বাণ = নিৰ্বাণ
💕  অনিৰ্মিত = নিৰ্মিত
💕  অনিশ্চয় = নিশ্চয়
💕  অনিশ্চয়তা = নিশ্চয়তা
💕  অনিশ্চিত  = নিশ্চিত
💕 এন্ধাৰ = পোহৰ
💕  অনিয়মিত = নিয়মিত
  
💕  অনীতি  = নীতি
💕  এয়া = সেয়া
💕  অনীশ্বৰবাদ = অস্তিত্ববাদ 
💕 অনীহ  = স্পৃহ 
💕  এৰ = ধৰ
💕  অনুকূল = প্ৰতিকূল 
💕 অনুক্ত  = উক্ত 
💕 এলাগী = লাগী
💕  অনুক্তি = উক্তি 
💕  অনুগ্ৰ = উগ্ৰ 
💕  এলাহ = নিৰালস্য
💕 আগ্ৰহ = অনাগ্ৰহ
💕 আত্ম = পৰ
💕  আত্মাশ্লাঘা = আত্মগ্লানি 
💕  আত্মীয় = অনাত্মীয় 
💕  আথৰ = থৰ
💕  আপচু = সুশ্ৰী 
💕  আপত্তি = সন্মতি
💕  আপদ = সম্পদ
💕  আপী = আপা
💕  অনুগ্ৰহ = নিগ্ৰহ
💕  অনুচিত = উচিত
💕  এলেহুৱা = কৰ্মথ
💕 অনুচ্চ  = উচ্চ
💕 অনুজ  = অগ্ৰজ 

💕  এঁৱা = দৈ
💕  অনুজ্ঞাত = অননুজ্ঞাত
💕  ঐকমত্য = মতানৈক‍্য
💕 অনুজ্জ্বল  = উজ্জ্বল 
💕 অনুত্তীৰ্ণ  = উত্তীৰ্ণ
💕  ঐক্য = অনৈক্য
💕  অনুৎসাহ = উৎসাহ 
💕  অনুদাত্ত = উদাত্ত
💕  ঐচ্ছিক = বাধ্যতামূলক
💕  অনুদাৰ = উদাৰ 
💕  অনুদিত = উদিত 
💕  ঐতিহাসিক = এনৈতিহাসিক
💕  অনুদ্দিষ্ট  = উদ্দিষ্ট
💕 অনুদ্ধত  = উদ্ধত 
💕  ঐৰ্ব‍্য = অপাৰ্থিৱ
💕 অনুদ্ভূত  = উদ্ভূত
💕  অনুদ্বায়ী = উদ্বায়ী 
💕  অনুদ্বিগ্ন = উদ্বিগ্ন
💕 ওখ = চাপৰ
💕  অনুদ্বেগ = উদ্বেগ
💕  অনুদ‍্যম = উদ্যম 
💕  ওখোৰা-মোখোৰা = মসৃণ 
💕  অনুদ‍্যমী = উদ‍্যমী
💕  অনুদ‍্যোগ = উদ‍্যোগ
💕  ওচৰ = দূৰ
💕  অনুন্নত = উন্নত
💕  অনুপযুক্ত = উপযুক্ত 
💕  ওদা = নিপুণ
💕  অনুপযোগী = উপযোগী 
💕  ওপং = ডুব
💕 অনুপলব্ধি  = উপলব্ধি
💕  ওপৰ = তল
💕  অনুপস্থিত = উপস্থিত 
 
💕  ওপৰত = তলত
💕  অনুপায় = উপায় 
💕  অনুভৱ = অননুভৱ
💕  ওপৰমুৱা = তলমুৱা
💕  অনুমতি = অসন্মতি
💕  অনুমোদন = অননুমোদন 
💕  ওপৰলৈ = তললৈ
💕  অনুৰক্ত = অনাসক্ত
💕  ওপৰেদি = তলেদি
💕  অনুৰাগ = বিৰাগ
💕  অনুৰ্বৰ = উৰ্বৰ 
💕  ওৰ = আৰম্ভ
💕 অনুলোম  = বিলোম
💕 অনুৱৰ্তী  = পূৰ্বৱৰ্তী
💕 ঔচিত‍্য = অনৌচিত‍্য
💕  অনুশীলন = অননুশীলন
💕  অনুসৰ্গ = উপসৰ্গ
💕 অনূঢ় = বিবাহিত
💕  কটীয়া = লেংপেং
💕  অনৃত = সুনৃত
💕  অনেক = এক
💕  কঙাল = উভৈনদী
💕 অনৈক‍্য = ঐক্য 
💕 অনৈতিক = নৈতিক
💕  কঙালী = ভোগালী
💕  অনৈষ্ঠিক = নৈষ্ঠিক
💕 অনৌচিত‍্য  = ঔচিত‍্য
💕  কৰ্কথনা = প্ৰশংসা
💕  অন্ত = আদি
💕 কটু = সোৱাদ
💕  অন্তঃ = বহিঃ
💕  কটুৰ = সৰস
💕 অন্তৰ = বাহিৰ 
💕  অন্তৰংগ = বহিৰংগ 
💕  কঠিন = সহজ
💕  অন্তৰিন্দ্ৰিয় = বহিৰিন্দ্ৰিয়
💕  কঠুৱা = দয়ালু
💕  অন্তৰ্ধান = দৃশ্য 
💕  অন্তৰ্বাণিজ‍্য = বহিৰ্বাণিজ‍্য
💕  কঠোৰ = কোমল
💕 অন্তৰ্মুখী = বহিৰ্মুখী
💕  অন্ত‍্য = আদ্য
💕  কতিপয় = সহৰ
💕  অন্ধকাৰ = পোহৰ, আলোক

💕  অন্ধিকা = দিন
💕  কতীয়া = পোন
💕 অন্যায়  = ন্যায়
💕 কথকি = নিবোকা
💕  অন্যূন = ন্যূন
💕  কথনীয় = অকথনীয়
💕 অপকৰ্ম  = সুকৰ্ম 
💕  কথিত = লিখিত
💕  অপকৰ্ষ = উৎকৰ্ষ
💕  অপকাৰ = উপকাৰ 
💕  কথ্য = অকথ্য
💕  অপকাৰিতা = উপকাৰিতা 
💕  অপকাৰী = উপকাৰী 
💕 কদৰ = অনাদৰ
💕  অপকীৰ্তি = সুকীৰ্তি 
💕 কদৰ্য = সুন্দৰ
💕  অপকৃষ্ট = উৎকৃষ্ট 
💕  অপকেন্দ্ৰিক = অভিকেন্দ্ৰিক 
💕  কনিষ্ঠ = জ্যেষ্ঠ
💕 অপচয়  = উপচয় 
💕  অপছন্দ = পছন্দ 

💕 কন্দল = মিল
💕  অপক্ক = পক্ক
💕  অপটু = পটু
💕  কন্দা = হঁহা
💕  অপঠিত = পঠিত
💕  কপট = অকপট
💕  অপথ = সুপথ  
💕  কপটীয়া = অকপটীয়া
💕  অপথ্য = পথ্য
💕 কপলীয়া = দুৰ্কপলিয়া
💕  অপপ্ৰয়োগ = সুপ্ৰয়োগ 
💕  অপব্যয় = পৰিমিতব্যয়
💕 কম = বেছি
💕  অপমান = মান
💕 কমা = বঢ়া
💕  অপৰাজিতা = পৰাজিতা
💕 কম্পমান = অকম্পমান
💕 অপৰাজেয়  = পৰাজেয়
 
💕 অপৰাধ = অনপৰাধ
💕  কম্পিত = অকম্পিত
💕  অপৰাধী = নিৰপৰাধ
💕  কৰণ = অকৰণ
💕  অপৰিকল্পিত = পৰিকল্পিত
💕 কৰণীয় = অকৰণীয়
💕 অপৰিচিত  = পৰিচিত
💕  অপৰিচিতা = পৰিচিতা 
💕 কৰাইচ = খৰচী
💕  অপৰিচ্ছন্ন = পৰিচ্ছন্ন
💕 অপৰিজ্ঞাত  = পৰিজ্ঞাত
💕 কৰযুক্ত = কৰমুক্ত
💕  অপৰিণত = পৰিণত 
💕  কৰ্কশ = কোমল
💕  অপৰিত‍্যক্ত = পৰিত‍্যক্ত
💕  কৰ্ণগোচৰ = কৰ্ণৰ অগোচৰ
💕  অপৰিনামদৰ্শী = পৰিনামদৰ্শী
💕  কৰ্তব্য = অকৰ্তব্য
💕  অপৰিপক্ক = পৰিপক্ক
💕 কৰ্তৃত্ব = অকৰ্তৃত্ব
💕  অপৰিপূর্ণ = পৰিপূর্ণ 
💕 কতৃত্বশীল  = অকতৃত্বশীল
💕 অপৰিপাট‍্য = পৰিপাটি 
💕 অপৰিবাহিতা  = পৰিবাহিতা 
💕  কৰ্ম = অকৰ্ম
💕  অপৰিবাহী = পৰিবাহী
💕  কৰ্মেন্দ্ৰিয় = জ্ঞানেন্দ্ৰিয়
 
💕 অপৰিব্যক্ত  = ব্যক্ত 
💕  অপৰিমেয় = পৰিমেয়
💕 ক'লা = বগা
💕  অপৰিৱৰ্তন = পৰিৱৰ্তন
💕 অপৰিৱৰ্তনীয়  = পৰিৱৰ্তনীয়
💕  ক'লী = বগী
💕 অপৰিৱৰ্তিত = পৰিৱৰ্তিত
💕  অপৰিশোধ্য = পৰিশোধ্য
💕  কল্পনা = বাস্তৱ
 
💕  অপৰিষ্কাৰ = পৰিস্কাৰ
💕 কল্পিত = অকল্পিত
💕  অপৰিসীম = পৰিসীম
💕  অপৰিহাৰ্য = পৰিহাৰ্য
💕 কাঁৰী = অকাঁৰী
💕 জীৱাত্মা = পৰমাত্মা
💕  জীৱিত = মৃত
💕  অপৰ্যাপ্ত = পৰ্যাপ্ত
💕 কাজ = অকাজ
💕  টিমক = অজলা
💕  জুতি = বিজুতি
💕  অপলক = পলক
💕 জুলীয়া = গোটা
💕  টান = উজু
💕  কাজী = থুপৰী
💕  অপৱিত্ৰ = পৱিত্ৰ
💕  জেকা = ফৰফৰীয়া
💕  জেলজেলীয়া = ডাঠ 
💕  টাটকা = নিস্তেজ
💕  কাতৰ = অকাতৰ
💕  জ্যেষ্ঠ = কনিষ্ঠ
💕  অপহূতা = নিমন্ত্রিত 
💕  টেঙা = মিঠা
💕  জৈৱ = অজৈৱ
💕 আদৰ = অনাদৰ
💕 আদৰণি = বিদায়
💕  আধিক্য = অনাধিক্য
💕  আধুনিক = পৌৰাণিক
💕  আধুনিকতা = প্ৰাচীনতা
💕 আনন্দ = বেদনা 
💕  আনুষ্ঠানিক = অনানুষ্ঠানিক
💕  আন্ধাৰ = পোহৰ
 
💕  আপঁইতা = পূৰঠ
💕  জৈৱিক = অজৈৱিক
💕  অপাঠ্য = পাঠ্য
💕  টেঙৰ = অঁকৰা
💕 জোৰি = কমজোৰি
💕 টকটকীয়া = মেহেঙা
💕  কান্দ = হাঁহ
💕 টটাৰি = উদাৰ
💕  টেটেৰা = নোদোকা
💕  অপাত্ৰ = পাত্ৰ 
💕 জোল = বিজোল
💕  অপাৰ = পাৰ, সীমা থকা 
💕 জোৱাৰ  = ভাটা
💕  কান্দোন = হাঁহি
 
💕  জ্ঞাত = অজ্ঞান
💕  টেৰা = পোন
💕  অপাৰগ = পাৰগ
💕  জ্ঞানৱন্ত = জ্ঞানহীন 
💕  টেৰিমেৰি = সৰল
💕 অপাৰ্থিৱ = পাৰ্থিৱ
💕 জ্ঞানৱান = জ্ঞানহীন
💕 কাপুৰুষ = সাহসী
💕  টোকোনা = চহকী
💕  অপুষ্টি = পুষ্টি 
💕 জ্ঞানী = অজ্ঞানী
💕  ঝিলমিলীয়া = স্থিৰ
💕  কামিলা = অকামিলা
💕  আগদুৱাৰ = পিছদুৱাৰ 
💕 আগহাত = বাওঁহাত।
💕 আগম = নিৰ্গম
💕  আগমন = নির্গমন
💕 আগৰ = পাছৰ
💕 আগত = পিছত
💕 আগলৈ = পাছলৈ
💕  আগেয়ে = এতিয়া
 
💕  টোপনি = অনিদ্ৰা
💕  অপুষ্পক = সপুষ্পক
💕 জ্ঞেয় = অজ্ঞেয়
💕  কাম্য = অকাম্য
💕  জ্যোতি = এন্ধাৰ
💕  অপূৰণ = পূৰণ 
💕  জ্বলন = নিৰ্বাণ
💕  অপূৰ্ণ = পূৰ্ণ
💕 অপৈণত = পৈণত
💕 অপ্ৰকট = প্ৰকট
💕  অপ্ৰকাশ = প্ৰকাশ
💕  অপ্ৰকৃতিস্থ = প্ৰকৃতিস্থ
💕  অপ্ৰচলিত = প্ৰচলিত
💕  অপ্রতিদ্বন্দ্বী = প্ৰতিদ্বন্দ্বী
💕  অপ্ৰতিভ = সপ্ৰতিভ
💕  অগ্রতিহত = প্ৰতিহত 
💕  কায়িক = মানসিক
💕  অপ্রতুল = প্রতুল
💕  অপ্ৰত্যয় = প্ৰত্যয়
💕 কাৰণ = অকাৰণ
💕  অপত্যাশিত = প্ৰত্যাশিত
💕  কাৰ্য = অকাৰ্য
💕  অপ্ৰধান = প্ৰধান
💕  কাৰ্যকৰী = অকাৰ্যকৰী
💕  অপ্ৰমত্ত = প্ৰমত্ত
💕  অপ্ৰমাদ = প্ৰমাদ
💕  কাল = অকাল
💕  অপ্ৰমেয় = প্ৰমেয়
💕  কাল্পনিক = বাস্তৱ
 
💕 অপ্ৰয়োজন  = প্ৰয়োজন
💕 অপ্রৰোচিত = প্রৰোচিত
💕 কিঞ্চিত = প্ৰচুৰ
💕  অপ্ৰশস্ত = প্ৰশস্ত
💕  কিন = বিক
💕  অপ্ৰাকৃতিক = প্ৰাকৃতিক
💕  অপ্ৰাসংগিক = প্ৰাসংগিক
💕  কিনা = বেচা
💕  অপ্ৰিয় = প্ৰিয়
💕  কিৰণ = এন্ধাৰ
💕  অপ্ৰীতি = প্ৰীতি
💕  কিশোৰ = কিশোৰী
💕  অপ্ৰীতিকৰ = প্ৰীতিকৰ
💕  অপ্ৰীতিভাজন = প্ৰীতিভাজন
 
💕 অফুট = স্পষ্ট 
💕  অবধ‍্য = বধ‍্য
💕 অবৰ্ণনীয় = বৰ্ণনীয়
💕  অবৰ্তমান = বৰ্তমান
💕 অবলা = সবলা 
💕  কুখ্যাত = সুখ্যাত
💕  অবস্তু = বস্তু 
💕  কুখ্যাতি = সুখ্যাতি
💕  অবাক = সবাক 
💕  কুটিল = অকুটিল
💕 অবাচ‍্য = বাচ‍্য
💕 অবাট = বাট 
💕 কুৎসিত = সুন্দৰ
💕  অবাধ্য = বাধ্য
💕  অবাবত = বাবত 
💕  অবিকশিত = বিকশিত
💕 কুৎসা = প্ৰশংসা
💕 অৰ্বাচীন = প্ৰাচীন 
💕 আত্ম = পৰ
💕  আত্মাশ্লাঘা = আত্মগ্লানি 
💕  আত্মীয় = অনাত্মীয় 
💕  আথৰ = থৰ
💕 আদৰ = অনাদৰ
💕 আদৰণি = বিদায়
💕  আধিক্য = অনাধিক্য
💕  আধুনিক = পৌৰাণিক
💕  অস্থিৰতা = স্থিৰতা
   
💕 গ'ল = ন'গল
💕  কুদৃষ্টি = সুদৃষ্টি
💕  অবিকৃত = বিকৃত 
💕 অবিচলিত = বিচলিত
💕  কুনাম = সুনাম
💕  অবিচাৰ = বিচাৰ
💕 কুন্ধচ = সুশ্ৰী
💕  অবিচ্ছিন্ন = বিচ্ছিন্ন
💕 কুপথ = সুপথ
💕  অবিদিত = বিদিত
💕 অবিদ্যমান = বিদ্যমান
💕  কুপৰিবাহী = সুপৰিবাহী
💕 অবিদ্যা = বিদ্যা
💕  অবিধি = বিধি 
💕 কুবাদ = সুবাদ
💕  অবিধেয় = বিধেয়
💕  কুবেশ = সুবেশ
💕  অবিনশ্বৰ = নশ্বৰ
💕  অবিনীত = বিনীত
💕  কুফল = সুফল
💕 অবিন‍্যস্ত  = সুবিন‍্যস্ত
💕 কুমলীয়া = পূৰ
💕  অবিবাহিত = বিবাহিত
💕  অবিবেকী = বিবেকী
💕  কুমাৰ = অকুমাৰ
💕 অবিবেচক = বিবেচক
💕  কুমেৰু = সুমেৰু
💕 অবিভক্ত  = বিভক্ত
💕  কুযশ = সুযশ
💕  অবিভাজ্য = বিভাজ্য
💕  কুৰুচি = সুৰুচি
💕  অভদ্ৰ = ভদ্ৰ
💕  কুৰুপ = সুৰুপ
💕  অভব্য = ভব্য
💕  ইচ্ছুক = অনিচ্ছুক 
💕  আইনসংগত = বে আইনী
💕  আৱকাঠী = সুকাঠী
💕  আওকাণ = মনোযোগ
💕 আঁউসী  = পূৰ্ণিমা
💕  আকৰ্ষণ = বিকৰ্ষণ
💕  আকৰ্ষিত = বিকৰ্ষিত
💕  আকস্মিক = চিৰন্তন
💕 আকাশ = পাতাল
💕  আকুঞ্চন = প্ৰসাৰণ 
💕  আগ = পাছ
💕  অভয় = ভয় 
💕  কুবুদ্ধি = সুবুদ্ধি
💕  অভক্ষণ = ভক্ষণ 
💕  কুলক্ষণ = সুলক্ষণ
💕  অভক্ষ‍্য = ভক্ষ‍্য
💕  অভাজন = ভাজন 
💕  কুলক্ষণী = সুলক্ষণী
💕  অভাৱ = উভৈনদী 
💕  অভিকেন্দ্ৰিক = কেন্দ্ৰবিমুখী
💕  কুলক্ষণীয়া = সুলক্ষণীয়া
 
💕  অভিজ্ঞ = অনভিজ্ঞ
💕  কুশল = অশুভ
💕  অভিন্ন = ভিন্ন
💕  কৃত = অকৃত
💕 অভিব্যক্ত  = অব্যক্ত 
💕  অভিমানী = নিৰভিমানী
💕  কৃতকাৰ্য = অকৃতকাৰ্য
💕 অভিশাপ = আশীৰ্বাদ
💕  অভিজ্ঞ = অণভিজ্ঞ
💕  কৃতঘ্ন = কৃতজ্ঞ
💕 অভুক্ত = ভুক্ত
💕  অভূতপূৰ্ব = ভূতপূৰ্ব 
💕 কৃতজ্ঞ = অকৃতজ্ঞ
💕 অভেদ = ভেদ
💕 অভেদ‍্য = ভেদ‍্য
💕 কৃতি = অকৃতি
💕 অভ্যত্বৰ = বাহিৰ
💕  কৃতিত্ব = অকৃতিত্ব
💕 অভ্যাস = অনভ্যাস
💕  অভ্ৰান্ত = ভ্ৰান্ত
💕  কৃত‍্য = অকৃত্য
💕 অমংগল = মংগল
 
💕  কৃত্ৰিম = অকৃত্ৰিম
💕 অমত = মত 
💕  কৃপণ = খৰচী
💕 অমনোনয়ন = মনোনয়ন
💕 কৃপাময় = কৃপাহীন
💕 অমনোনীত = মনোনীত
💕  কৃপালু = কৃপাহীন
💕  অমনোযোগী = মনোযোগী
💕 কৃশ = স্থূল
💕 অমৰ = মৰণশীল 
💕  অমল = মল
💕  কৃষিপ্ৰধান = উদ্যোগ প্ৰধান
💕 অমাত = মাত
💕 কৃষ্ণ = শুক্ল
💕  অমানুষিক = মানুষিক
💕  অমানুহ = মানুহ
💕 কৃষ্ণপক্ষ = শুক্লপক্ষ
💕  অমান্তি = মান্তি
💕 কৃষ্ণাংগ = শ্বেতাংগ 
💕 অমাৰ্জিত  = মাৰ্জিত
💕 অমান্য = মান্য
💕  অমিতব‍্যয়ী = মিতব‍্যয়ী
💕  অমিতাচাৰ = মিতাচাৰ
💕  অমিতাচাৰী = মিতাচাৰী
💕 অমিত্ৰ = মিত্ৰ
💕  অমিল = মিল 
💕 অমিশ্র = মিশ্র
💕 অমূৰ্ত = মূৰ্ত
💕 অমূল্য = মূল্য
💕  অমৃত = গৰল, বিষ
💕  অমেধ্য = মেধ্য
💕 অম্ল = মধুৰ
💕 অম্লান = ম্লান
💕  অযত্ন = যত্ন
💕 অযথাৰ্থ = যথাৰ্থ
💕 অযশ = যশ
💕 অযুক্ত = যুক্ত
💕  অযুক্তি = যুক্তি
💕  অযুগুত = যুগুত
💕  অযোগ্য = যোগ্য
💕 অযৌক্তিক = যৌক্তিক
💕  অৰসিক = ৰসিক
💕  অৰক্ষিত = ৰক্ষিত
💕  অৰাজনৈতিক = ৰাজনৈতিক
💕  অৰীতি  = ৰীতি
💕  অৰুচি = ৰুচি
💕  অৰূপ = ৰূপ
💕  অৰ্জন = বৰ্জন
💕 অৰ্থ = অনৰ্থ 
💕  অৰ্থী = প্ৰত্যৰ্থী
💕 অৰ্ধ  = সম্পূৰ্ণ
💕 অৰ্পণ = গ্ৰহণ
💕 অলংকাৰ = নিৰলংকাৰ
💕  অলপ  = বেছি
💕  অল্প = অধিক
💕  অলস = শ্ৰমী
 
💕  অলীক = সত্য
💕 অল্প = বিস্তৰ
💕 অল্পপ্ৰাণ = মহাপ্ৰাণ 
💕 অল্পায়ু = দীৰ্ঘায়ু
💕  অলৌকিক = লৌকিক
💕  অলৌকিকতা = লৌকিকতা
💕  অৱকাশ = অনৱকাশ
💕 অৱগত  = অনৱগত 
💕 অৱতল = উত্তল
💕 অৱনত = উন্নত
💕  অৱনতি = উন্নতি
💕  অৱৰোহণ = আৰোহণ
💕  অৱৰোহী = আৰোহী
💕 অৱশ = বশ
💕  অশক্ত = শক্ত
💕 অশন = অনশন
💕  অশৰীৰী = শৰীৰী
💕  অশান্ত = শান্ত
💕 অশান্তি = শান্তি
💕 অশালিন = শালিন
💕 অশাশ্বত = শাশ্বত
💕  অশিষ্ট = শিষ্ট
💕 অশিক্ষিত = শিক্ষিত
 
💕 অশুচি = শুচি
💕 অশুদ্ধ = শুদ্ধ
💕  অশুদ্ধি = শুদ্ধি
💕  অশুভ = শুভ
💕  অশুৱনি = শুৱনি
💕  অশেষ = শেষ
💕 অশ্ৰদ্ধা = শ্ৰদ্ধা
💕  অশ্ৰাব্য = শ্ৰাব্য
💕 অশ্ৰুত = শ্ৰুত
💕 ঠগ = সাধু
💕 অশ্লীল = শ্লীল
💕 অশ্লীলতা = শ্লীলতা
💕 অসংকোচ = সংকোচ
💕  অসংগত = সংগত
💕 অসংপৃক্ত = সংপৃক্ত
💕 ঠন ধৰ = জঁয় পৰ
💕  অসংবৃত = সংবৃত
💕  অসংযত = সংযত
💕  অসংযম = সংযম
💕 ঠাট্টা = প্ৰশংসা
💕 অসংযমী = সংযমী
💕  অসংযুক্ত = সংযুক্ত
💕  অসংযোগ = সংযোগ
💕 ঠাণ্ডা = গৰম 
💕 অসংযোগী = সংযোগী
💕 ঠাৱৰ = অনিশ্চয়
💕 অসংলগ্ন = সংলগ্ন
💕  অসজ = সজ
💕  অসজ্ঞাত = সজাঁত
💕  অসজ্ঞাতি = সজাঁতি
💕  অসতৰ্ক = সতৰ্ক
💕 ঠিক = বেঠিক
💕  অসভ‍্য = সভ‍্য
💕  অসম = সম
💕  অসময় = সুসময়
💕  অসমৰ্থ = সমৰ্থ
💕  অসমান = সমান
💕 অসমাপ্ত = সমাপ্ত
💕  অসমীচীন = সমীচীন
💕  অসম্পূৰ্ণ = সম্পূৰ্ণ 
💕  অসম্ভাব্য = সম্ভাব্য
💕  অসম্ভ্ৰম = সম্ভ্ৰম
💕 অসহনীয় = সহনীয়
  
💕 অসহযোগ  = সহযোগ
💕 অসহযোগী  = সহযোগী
💕  অসহায় = সহায়
💕 অসহিষ্ণু = সহিষ্ণু
💕  অসহ্য = সহ্য
💕 অসাধাৰণ = সাধাৰণ
💕 অসাধু = সাধু
💕  অসাধ্য = সাধ্য
💕  অসামঞ্জস্য = সামঞ্জস্য
💕 অসামৰিক = সামৰিক
💕 অসামান্য = সামান্য
💕 অসাম্প্ৰদায়িক = সাম্প্ৰদায়িক
💕  অসাম্য = সাম্য
💕  অসাফল‍্য = সাফল‍্য
💕  অসাৰ = সাৰ
💕 অসাৰুৱা = সাৰুৱা
💕  অসাৰ্থক = সাৰ্থক 
💕  অসাৱধান = সাৱধান
💕  অসিদ্ধ = সিদ্ধ
💕 অসিদ্ধি  = সিদ্ধি
💕  অসীম = সসীম
💕  অসুখ = সুখ
💕  অসুখী = সুখী
💕 গম্য = অগম্য
💕  অসুবিধা = সুবিধা
💕  গৰম = চেঁচা
💕  অসুৰ = সুৰ
💕 গৰল = অমৃত
💕  অসুস্থ = সুস্থ 
💕 অসুস্থতা  = সুস্থতা
💕 গৰাকী = গোলাম
💕  অসৌজন‍্য = সৌজন‍্য 
💕 গৰিব = চহকী
💕 অস্ত = উদয় 
💕 অস্তগামী = উদীয়মান
💕  গৰিমা = লঘিমা
💕 অস্তাচল = উদয়াচল 
💕  গৰিষ্ঠ = লঘিষ্ঠ
💕  অস্থৱিৰ = স্থৱিৰ
💕  গৰিহণা = প্ৰশংসা
 
💕  অস্থায়ী = স্থায়ী
💕 গৰ্ব = বিনয়
💕  অস্থাৱৰ = স্থাৱৰ
💕 গৰ্বী = অগৰ্বী
💕  অস্থিৰ = স্থিৰ
💕 গৰ্হিত = প্ৰশংসনীয়
💕  ইহঁত = সিহঁত
💕  ইহলৌকিক = পাৰলৌকিক
💕  অস্থূল = স্থূল
💕 ইহকাল  = পৰকাল
💕 গলা = নগলা
💕  অস্পষ্ট = স্পষ্ট
💕  ইহ = পৰা
💕 গহৰা = পচোৱা
💕 অস্পষ্টতা = স্পষ্টতা
💕 গহৰি = অবিলম্ব 
💕 ইষ্ট = অনিষ্ট 
💕  অস্পৃশ্য = স্পৃশ্য
💕 গহীন = পাতল 
💕 ইয়ালৈ = তালৈ
💕   অস্ফুট = স্ফুট
💕  ইয়াত = তাত
💕  গাই = বলধ
💕 অস্বাচ্ছন্দ‍্য = স্বাচ্ছন্দ‍্য
💕  ইমান = সিমান
💕  গাঁও = নগৰ
💕  অস্বচ্ছ = স্বচ্ছ
💕  ইবাৰ = সিবাৰ
💕 অস্বচ্ছতা = স্বচ্ছতা
💕 ইফাল = সিফাল
💕  গাঁৱলীয়া = নগৰীয়া
💕  অস্বস্তি = স্বস্তি
💕  গাউগুটীয়া = উমৈহতীয়া
💕  ইফলীয়া = সিফলীয়া
💕  অস্বাস্থ‍্যকৰ = স্বাস্থ‍্যকৰ
💕 গাম্ভীৰ্য = চঞ্চলতা
💕  ইপুৰী = সিপুৰী
💕  অস্বাভাৱিক = স্বাভাৱিক
💕  ইপিনে = সিপিনে
💕  গাঢ় = পাতল 
💕 অস্বাভাৱিকতা = স্বাভাৱিকতা
💕  ইপাৰ = সিপাৰ
💕  গায়ক = শ্ৰোতা 
💕 অস্বীকাৰ = স্বীকাৰ
💕  গুচৰীয় = পদকীয়
💕 ইপৰীয়া = সিপৰীয়া
💕  অস্বীকাৰ্য = স্বীকাৰ্য
💕  গুণ = দোষ
💕  ইদৃশ = তাদৃশ
💕  অস্বীকৃত = স্বীকৃত
💕 গুণফল = ভাগফল
💕  ইদানীন্তন = তদানীন্তন
💕 গুণিত = অগুণিত
💕 অহিংস = সহিংস 
💕  ইতিবাচক = নেতিবাচক
💕  গুণী = দোষী
💕  অহিত = হিত
💕  গুপুত = প্রকাশিত
💕  অহ্ন = ৰাত্রি
💕  গুপ্ত = প্ৰকাশিত
💕  অক্ষত = ক্ষত
💕  গুৰি = আগ
💕  অক্ষয় = ক্ষয়িষ্ণু
💕  গুৰুত্ব = লঘুত্ব
💕  আংশিক = পূৰ্ণ, সম্পূৰ্ণ 
💕  গূঢ় = ব্যক্ত
💕 গৃহস্থী = সন‍্যাসী
💕  ইতৰ = ভদ্ৰ
💕  গৃহী = অঘৰী 
💕  গৃহীত = অগৃহীত
💕  ইটো  = সিটো
💕  গোটা = চেপেটা
💕  গোটোং = মেলাহি
💕  ইঠাই = সিঠাই
💕  গোপন = উন্মুক্ত
💕 গোপনীয় = অগোপনীয়
💕  গোপ‍্য = প্ৰকাশ্য 
💕  গোমা = উজ্জ্বল
💕  গোল = চেপেটা
💕  অক্ষম = সক্ষম 
💕 গুৰু = শিষ্য
 
💕  ঘন = সেৰেঙা
💕  ঘঁটীয়া = অঁকৰা
💕  ঘনিষ্ঠ = আঁতৰ
💕  গ্ৰীষ্মকাল = শীতকাল
💕  ঘনীভৱন = বাষ্পীভৱন 
💕  ঘনীভূত = বাষ্পীভূত
💕  ঘনকৈ = সেৰেঙাকৈ
💕  ঘৰচীয়া = বনৰীয়া
💕 ঘনীভৱন = বাষ্পীভৱন 
💕  ঘনীভূত = বাষ্পীভূত
💕  ঘৰচীয়া = বনৰীয়া
💕  ঘাইপথ = উপপথ
💕  ঘাটি = ৰাহি
💕  ঘাত = প্ৰতিঘাত
💕  ঘাতক = পালক
💕 ঘুঁৰী = ঘোঁৰা
💕  ঘুমটি = অনিদ্ৰা
💕  ঘৃণা = প্ৰেম
💕 আদান = প্ৰদান
💕  আদায় = অনাদায়
💕  আদ্য = অনাদ্য
💕  আদি = অন্ত
💕  গামাঞ্চল = নগৰাঞ্চল
💕  গ্ৰামীণ = নগৰীয়া
💕  গ্ৰাম্য = নগৰীয়া
💕  গ্ৰাহ‍্য = অগ্ৰাহ‍্য
💕 আদিম = অন্তিম
💕  আদিষ্ট = নিষিদ্ধ
💕  আদৃত = অনাদৃত
💕 আদ্য  = অন্ত‍্য
💕  আধৰুৱা = সম্পূৰ্ণ 
💕 আধা = পূৰা, সম্পূৰ্ণ
💕  ঘৃণ্য = শ্ৰদ্ধা
💕  ঘৈণী = পৈ
💕  ঘৈণীয়েক = গিৰিয়েক 
💕  ঘোঁৰা = ঘুঁৰী
💕  ঘোদা = স্বচ্ছ
💕  ঘোষ = অঘোষ, অঘোষিত
💕  ইচ্ছা = অনিচ্ছা
💕  আগঢ়ী = সুগঢ়ী
💕  আগত = পিছত
💕 আপোন = পৰ
💕  আবৃতা = অনাবৃতা 
💕  আবেলি = পুৱা
💕  আভ্যন্তৰিক = বাহ্যিক 
💕  আমদানি = ৰপ্তানী
💕 ডেকা = বুঢ়া 
💕 আৰম্ভ = শেষ
💕  আৰম্ভণি = সামৰণি
💕 ডুবন = ওপঙণ
💕  আৰম্ভ(ণী) = সামৰ(ণী)
💕 আৰৈ = উখোৱা
💕 ডুব = পং
💕  আৰোহণ = অৱৰোহণ
💕 ডিম্বাণু = শুক্ৰাণু
💕  আৰোহী = অৱৰোহী
💕  আৰ্জিত = অনাৰ্জিত
💕  আৰ্দ্ৰ = শুষ্ক
💕 আৰ্য = অনাৰ্য
💕 ডাৱৰীয়া = ফৰকাল 
💕  আলস‍্য = শ্ৰম
💕  আলোক = অন্ধকাৰ
💕 আৱশ্যক = অনাৱশ্যক
💕  আবৈচ্ছিক = ঐচ্ছিক 
💕 ডালদৰিদ্ৰ = আঢ্যৱন্ত 
💕 আৱাহন = বিসৰ্জন 
💕  আৱিৰ্ভাব = তিৰোভাৱ
💕 ডাঠ = পাতল 
💕 আৱিৰ্ভূত = তিৰোভূত
💕  আশকতীয়া = সৰল 
💕 ডাঙৰ = সৰু
💕  আশা = নিৰাশা
💕  আশাবাদী = নিৰাশাবাদী
💕  আশিস = অভিশাপ 
💕 আশীৰ্বাদ = অভিশাপ 
💕 আশু = বিলম্ব
💕 ঠুনুকা = মজবুত
💕 আশ্ৰয় = নিৰাশ্ৰয়
💕 ডাইনা = বেঁৱা 
💕  আশ্ৰিত = অনাশ্ৰিত 
💕 ঠেক = বহল
💕  আশ্বাস = নিৰাশ্বাস
💕 ডলীয়া = লঠা
💕  আসক্ত = নিৰাসক্ত
💕  আস্তিক = নাস্তিক
💕 ডৰ = নিৰ্ভয়
 
💕  আশ্ৰিতা = অনাশ্ৰিতা 
💕  আস্থা = অনাস্থা
💕 ডঙুৱা = বিবাহিত 
💕  আস্বাদ = বিস্বাদ
💕 ডকৰণা = পকা
💕 আস্বাদন = অনাস্বাদন
💕  আস্বাদিত = অনাস্বাদিত
💕 হঁহচীয় = পূৰধ
💕  আহাৰ = অনাহাৰ
💕  আহার্য = অখাদ্য
💕 ঠেল = টান 
💕 আহত = অনাহত 
💕  আহুকাল = সুচল 
💕  আহূত = অনাহূত
💕 ঠেলা = টনা 
💕 আহ্লাদ = বিষাদ
💕  আহ্লাদিত = বিষণ্ণ
💕 ঠেহ = সন্তোষ

 

No comments:

Post a Comment

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...