Search This Blog

Sunday, August 14, 2022

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese 

Subscribe Our YouTube channel 👉
Learn something New in Assamese

(1) Who was the viceroy of India during the partition of Bengal? বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইছৰয় কোন আছিল ?

Answer 👉👉 Lord Curzon 


(2) When was Bengal partitioned ? কিমান চনত বংগ ভংগ কাৰ্যকৰী হৈছিল ?

Answer 👉👉 1905, 16th October

(3) By which act, governor of Bengal became Governor General of Bengal ? কোনখন আইনৰ দ্বাৰা বংগৰ গবৰ্ণৰ গৰাকীক গবৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰা হৈছিল ?

Answer 👉👉 Regulating Act of 1773


(4) Allahabad Treaty was signed in between ? কাৰ কাৰ মাজত এলাহাবাদ চুক্তি স্বাক্ষৰিত হৈছিল ?

Answer 👉👉 Shah Alam and Robert Clive


(5) Allahabad Treaty was signed in the year of? কিমান চনত এলাহাবাদ চুক্তি স্বাক্ষৰিত কৰা হৈছিল ?

Answer 👉👉 1765



(6) When was Assam Province created? কিমান চনত অসম প্রদেশ গঠন কৰা হৈছিল ?

Answer 👉👉 1874


(7) How many districts from Brahmaputra Valley were added in the newly created Assam Province ? নতুনকৈ গঠিত অসম প্ৰদেশ খনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ কিমানখন জিলা সংলগ্ন কৰা হৈছিল ?

Answer 👉👉 6



(8) Who was the first Chief Commissioner of Assam Province? অসম প্রদেশৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত কোন আছিল ?

Answer 👉👉 R H Keatings



(9) British annexed the Brahmaputra Valley or the then Assam Province into the Indian British Empire in the year of? ব্ৰিটিছে কিমান চনত অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা নিজৰ লগত সংলগ্ন কৰিছিল ?

Answer 👉👉 1826


(10) When did British annexed Khasi Pahar ? ব্ৰিটিছে কিমান চনত খাচী পাহাৰ দখল কৰিছিল ?

Answer 👉👉 1833

(11) When did British annexed Cachar ? ব্ৰিটিছে কেতিয়া কাছাৰ দখল কৰিছিল ?

Answer 👉👉 1832



(12) When did British annexed Jaintia Hills ? ব্ৰিটিছে কেতিয়া জয়ন্তীয়া পাহাৰ নিজৰ লগত চামিল কৰিছিল ?

Answer 👉👉 1835



(13) When did British annexed the province of Motok and Sadiya ? ব্ৰিটিছে কেতিয়া মটক আৰু শদিয়া ৰাজ্য দখল কৰিছিল ?

Answer 👉👉 1839



(14). When did British annexed the province of Khamti ? ব্ৰিটিছে খামতি ৰাজ্য কেতিয়া দখল কৰিছিল ?

Answer 👉👉 1843

(15). When did British annexed the province of Singfoo? ব্ৰিটিছে কেতিয়া চিংফৌ ৰাজ্য দখল কৰিছিল ?

Answer 👉👉 1843

(16) When did British annexed the area of Angami Naga Hills? ব্ৰিটিছে কিমান চনত আঙ্গামী সকলৰ নগা পাহাৰ এলেকা নিজৰ লগত চামিল কৰিছিল ?

Answer 👉👉 1854

(17) Who was the first Governor General of Bengal ? বংগৰ প্ৰথমগৰাকী গবৰ্ণৰ জেনেৰেল কোন আছিল ?

Answer 👉👉 Warren Hastings


(18) The lieutenant governor of Bengal at the time of partition of Bengal was ? বংগ ভংগৰ সময়ত বংগৰ লেফটানেন্ট গৱৰ্ণৰ কোন আছিল ?

Answer 👉👉 Andrew Fraser



(19) Who prepared the Bengal Partition Plan ? বংগ ভংগৰ আচঁনিখন কোনে তৈয়াৰ কৰি উলিয়াইছিল ?

Answer 👉👉 Andrew Fraser



(20) How many divisions were separated from Bengal and added to Assam Province ? বংগ প্ৰদেশৰ পৰা কিমানটা সংমণ্ডল কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল ?

Answer 👉👉 3



(21) What is Risley Paper? ৰিজলী পেপাৰ কি ?

Answer 👉👉 Plan of Partition of Bengal 

(22) What was the capital of Eastern Bengal and Assam ? পূর্ব বংগ আৰু অসমৰ ৰাজধানী কি আছিল ?

Answer 👉👉 Dhaka



(23) How many districts were separated from Bengal and added to Assam Province ? বংগ প্ৰদেশৰ পৰা কিমানখন জিলা কাটি আনি অসমৰ লগত সংলগ্ন কৰা হৈছিল ?

Answer 👉👉 15

(24) What was the total population of newly created Eastern Bengal and Assam Province? নতুনকৈ গঠিত পূর্ব বংগ আৰু অসম প্ৰদেশৰ জনসংখ্যা কিমান আছিল ?

Answer 👉👉 3 crore 10 lakh

(25) Who was the founder of Dawn Society? ডন ছ' চাইটিৰ প্ৰতিষ্ঠাপক কোন আছিল ?

Answer 👉👉 Aurobindo Ghose 

Subscribe Our YouTube channel 👉
Learn something New in Assamese




YouTube 👉 Learn something New in Assamese 

(26) Who started Bengal Chemicals in 1906 ? 
                ১৯০৬ চনত কোনে বেংগল কেমিকেলছ নামৰ উদ্যোগটো মুকলি কৰিছিল ?

Answer 👉👉 Prafulla Ray

(27) Who passed the Indian university act 1904 ? 
              ১৯০৪ চনত ভাৰতীয় বিশ্ববিদ্যালয় আইন কোনে প্রণয়ন কৰিছিল ?
Answer 👉👉 Lord Curzon

(28) Who established Banga Jatiya Vidyalaya ? বংগ জাতীয় বিদ্যালয় কোনে প্রতিষ্ঠা কৰিছিল ?

Answer 👉👉 Rabindranath Tagore 

(29) Who founded the Lakshi Bhandar at Cornwallis Street ? কৰ্ণৱালিছ উটিত কোনে লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল ?

Answer 👉👉 Sarala Devi


(30) When and Where was the first protest meeting held against the partition of Bengal ? বংগ বিভাজনৰ বিৰুদ্ধে প্ৰথমখন প্ৰতিবাদী সভা কেতিয়া ক'ত অনুষ্ঠিত হৈছিল ?

Answer 👉👉 Khulna (Bagerbari) on 14th July, 1905

(31) Who wrote the song "Hey Banga Janani, Swarna Prasabini..." ? " হে বংগ জননী, স্বর্ণ প্রসবিনী..... শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল ?

Answer 👉👉 Mukunda Das

(32) During the Swadeshi Movement "Student Union" was formed under the leadership of ? স্বদেশী আন্দোলনৰ সময়ত কাৰ নেতৃত্বত ছাত্র সংসদ গঠন কৰা হৈছিল ?

Answer 👉👉 Surendranath Banerjee

(33) Who was the editor of "Bengali" ? "বেঙ্গলী" কাকতৰ সম্পাদক কোন আছিল ?

Answer 👉👉 Surendranath Banerjee 

(34) Who wrote the song 'Amar Sonar Bangla Ami Tomake Bhal Basi" ? "আমাৰ সোনাৰ বাংলা" শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল ?

Answer 👉👉 Rabindranath Tagore


(35) Who was the first principal of Bengal National College ? বংগ জাতীয় মহাবিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ কোন আছিল ?

Answer 👉👉 Aurobindo Ghose


(36) Who established the famous Iron Factory in 1907 ? ১৯০৭ চনত কোনে বিখ্যাত লৌহ শিল্প কাৰখানা গঢ়ি তুলিছিল ?

Answer 👉👉 Jamshedji Tata 


(37) Who wrote the article "Bangar Sarbanash" ? বংগৰ সর্বনাশ শীর্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল ?

Answer 👉👉 Krishna Kumar Mitra


(38) The first Indian industrial summit held on 17th December 1905 in Varanasi under the chairmanship of ? ১৯০৫ চনৰ ১৭ ডিচেম্বৰ তাৰিখে বাৰানসীত কাৰ অধ্যক্ষতাত প্ৰথমখন ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হৈছিল ?

Answer 👉👉 RC Dutta

(39) When was All India Muslim League established? কিমান চনত সৰ্বভাৰতীয় মুছলিম লীগ গঠন কৰা হৈছিল ?

Answer 👉👉 30th December 1906

(40) Who wrote the article "Bhai Bhai Ek Thai"? ভাই এক ঠাই শীৰ্ষক প্ৰবন্ধটো কোনে ৰচনা কৰিছিল ?

Answer 👉👉 Rabindranath Tagore

(41) Under whose leadership "Bangia Kala Sangsad" was established? কাৰ প্ৰচেষ্টাত বঙ্গীয় কলা সংসদ গঠন কৰা হৈছিল ?

Answer 👉👉 Abanindranath Thakur 


(42) Who was the painter of the famous painting "Banga Mata" ? বংগ মাতা ছবিখন কোনে অংকন কৰিছিল ?

Answer 👉👉 Abanindranath Thakur


(43) National Education Council was formed in 1906 under the leadership of ? ১৯০৬ চনত কোনে জাতীয় শিক্ষা পৰিষদ গঠন কৰিছিল ?

Answer 👉👉 Rash Behari Bose

(44) When was Bengal National College established ?

Answer 👉👉 15th August, 1906


(45) Who was the editor of the Bengali magazine "Bharati Patrika" ? ভাৰতী নামৰ পত্ৰিকাখন কোনে সম্পাদনা কৰিছিল ?

Answer 👉👉 Sarala Devi Choudhurini


(46) What was the real name of Sister Nibedita or Bhagini Nibedita? ভগিনী নিবেদিতাৰ আচল নাম কি আছিল ?

Answer 👉👉 Margaret Elizabeth Noble 


(47) Who founded Swadeshi Bhandar in 1897 ? ১৮৯৭ চনত কোনে স্বদেশী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল ?

Answer 👉👉 Rabindranath Tagore 


(48) Who launched the journal "Sanjibani" ? সঞ্জীৱনী পত্রিকা কোনে প্রকাশ কৰিছিল ?

Answer 👉👉 Krishna Kumar Mitra 



(49) Who established United Bengal Stores at Lal Bazar ? লাল বজাৰত ইউনাইটেড বেংগল ষ্টোৰছ কোনে প্রতিষ্ঠা
কৰিছিল ?

Answer 👉👉 Abdul Halim Gajnabi


(50) Who established Banga Lakshi Cotton Mill ? বংগলক্ষী কটন মিল কোনে স্থাপন কৰিছিল ?

Answer 👉👉 Nilratan Sarkar

Assam Direct Recruitment Grade 3 & Grade 4 General Knowledge Question Answer.

HISTORY By Learn something New in Assamese  Subscribe Our YouTube channel 👉 Learn something New in Assamese (1) Who was the vic...